Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Shipping Minister Sarbananda Sonowal felicitates DoubleOlympic Medalist Manu Bhaker the Seafarer’s Daughter:দুটাকৈ অলিম্পিক পদকপ্রাপ্ত মনু ভাকাৰক ফুলাম গামোচাৰে সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ

ভাৰতীয় বন্দৰ সংস্থাৰ তৰফৰপৰা মনুলৈ আগবঢ়োৱা হয় ১০ লাখ টকাৰ চেক্‌, মনু ভাকাৰৰ মার্চেন্ট নেভীত মুখ্য অভিযন্তা হিচাপে কৰ্মৰত পিতৃ আৰু মাতৃকো সম্বৰ্ধনা সোণোৱালৰ, মনু ভাকাৰে তেওঁৰ অভূতপূর্ব সাফল্যৰ দ্বাৰা কেৱল আমাৰ দেশক গৌৰৱান্বিত কৰাই নহয়, লগতে যুৱ নাবিকসহ পৰৱৰ্তী প্রজন্মকো অনুপ্রাণিত কৰিছে": সর্বানন্দ সোণোৱাল

publisher by publisher
August 16, 2024
in Uncategorized
Reading Time: 2 mins read
0
Shipping Minister Sarbananda Sonowal felicitates DoubleOlympic Medalist Manu Bhaker the Seafarer’s Daughter:দুটাকৈ অলিম্পিক পদকপ্রাপ্ত মনু ভাকাৰক ফুলাম গামোচাৰে সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ

Shipping Minister Sarbananda Sonowal felicitates DoubleOlympic Medalist Manu Bhaker the Seafarer’s Daughter:

পেৰিছ অলিম্পিক ২০২৪ৰ শ্বুটিঙত দুটাকৈ ব্রঞ্জ পদক বিজয়ী মনু ভাকাৰক আজি নাবিকসকল তথা জাহাজ পৰিবহণ খণ্ডত কৰ্মৰত লোকসকলৰ হৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে বিশেষ সম্বর্ধনা জনায়। মার্চেন্ট নেভীৰ অভিজ্ঞ মুখ্য অভিযন্তাৰ জীয়ৰী মনু ভাকাৰক ভাৰতীয় বন্দৰ সংস্থাৰ তৰফৰ পৰা ফুলাম গামোচা, জাহাজৰ আৰ্হি আৰু ১০ লাখ টকাৰ চেকেৰে সম্বর্ধনা জনোৱা হয়।

ADVERTISEMENT

উল্লেখ্য যে মনু ভাকাৰ হৈছে স্বাধীনোত্তৰ কালৰ ভাৰতৰ প্রথমগৰাকী খেলুৱৈ যিয়ে এখন অলিম্পিকতে দুটাকৈ পদক জয় কৰিবলৈ সক্ষম হৈছে।

মনু ভাকাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত যুৱ নাবিকসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্বুটাৰ গৰাকীয়ে উল্লেখ কৰে যে কেনেদৰে তেওঁ মার্চেন্ট নেভীৰ অভিযন্তাৰ পৰিয়ালত ডাঙৰ-দীঘল হৈ অনুশাসন, নিষ্ঠা আৰু মনোযোগেৰে জীৱন বাটত অগ্ৰসৰ হৈছিল। সোণোৱালে ভাকাৰৰ মাক – সুমেধা ভাকাৰ আৰু তেওঁৰ দেউতাক – ৰাম কিষাণ ভাকাৰকো সম্বৰ্ধনা জনায়। ৰাম কিষাণ ভাকাৰ ব্যৱসায়িক নৌবাহিনীৰ জাহাজত মুখ্য অভিযন্তা হিচাপে কৰ্মৰত।

অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “পেৰিছ অলিম্পিক ২০২৪ত মনু ভাকাৰৰ অভূতপূর্ব সাফল্যই তেওঁৰ একাগ্ৰতা, অধ্যৱসায় আৰু উৎকৃষ্টতাৰ দিশত নিৰন্তৰ প্ৰচেষ্টাক সূচাইছে। তেওঁ ভাৰতৰ যুৱ আকাংক্ষাৰ অদম্য মনোভাৱক প্রতিনিধিত্ব কৰে, মনুৱে অজস্ৰ যুৱক-যুৱতীক দেশৰ হকে নিষ্ঠাৰে কাম কৰিবলৈ উদ্বুদ্ধ কৰিছে। মনু ভাকাৰ আমাৰ সকলোৰে বাবে এক অনুপ্ৰেৰণা, বিশেষকৈ আমাৰ যুৱ নাবিকসকলৰ বাবে। আমাৰ যুৱ নাবিকসকলৰ বাবে মনু ভাকাৰৰ অনুপ্ৰেৰণাদায়ক কথাবোৰে তেওঁলোকৰ নিৰ্বাচিত বৃত্তিৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ অনুপ্রাণিত কৰিব।”

অনুষ্ঠানটোত মনু ভাকাৰে কয়, “মোৰ দেউতা, মা আৰু ভাতৃৰ সৈতে গ্ৰীষ্মৰ বন্ধৰ সময়ত জাহাজত যাত্ৰা কৰাৰ মোৰ ভাললগা স্মৃতি আছে। সেই যাত্ৰাবোৰে মোক বিভিন্ন ভাষা, সংস্কৃতি আৰু জীৱনশৈলীৰ পৰা শিকিবলৈ উদ্বুদ্ধ কৰিছিল। মই জীৱন বাটত বহুতো প্ৰত্যাহ্বানৰ সৈতে যুঁজিছিলোঁ, কিন্তু সেইবোৰে মোৰ সংকল্প শক্তিশালীহে কৰিছিল। খেলকে ধৰি যিকোনো কামতে মই সৰ্ব্বস্ব উজাৰি মনোনিৱেশ কৰোঁ। ডাঙৰ সপোন দেখি উৎকৃষ্ট সাফল্য অৰ্জন কৰা, তাৰপাছতহে ঘৰলৈ উভতিবা।’ এয়া মই মনে- প্রাণে বিশ্বাস কৰোঁ। মই ভাবোঁ, যুৱ নাবিকসকলে কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু একাগ্ৰতাৰে নিজ নিজ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই গৈ সফলতা অর্জন কৰিবলৈ সক্ষম হ’ব।”

লগতে সর্বানন্দ সোণোৱালে আজি কয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত আমাৰ চৰকাৰে ক্ৰীড়া খণ্ডক শক্তিশালী কৰাৰ বাবে বহুতো কার্যসূচী হাতত লৈছে, যাৰ যোগেদি আমাৰ খেলুৱৈসকলৰ মনোবল আৰু সাহস বৃদ্ধি হৈছে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া ভাৰতৰ খেলুৱৈৰ সফলতা যথেষ্ট বৃদ্ধি হৈছে। দেশৰ উত্তৰণৰ অনিৰুদ্ধ যাত্ৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত খেলুৱৈ আৰু সামুদ্রিক পেছাদাৰীসকলৰ অমূল্য অৱদানক স্বীকৃতি দি মোদী চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপে যুৱপ্ৰজন্মক দক্ষ কৰি তুলিছে। মই মনু ভাকাৰক অলিম্পিকত তেওঁৰ শেহতীয়া প্ৰদৰ্শনৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। মই মনু ভাকাৰৰ পিতৃ-মাতৃকো অভিনন্দন জ্ঞাপন কৰিছোঁ। মনুৰ বাবে আমাৰ দেশ সদায় গৌৰৱান্বিত হৈ থাকিব। মনুৱে আগন্তুক দিনবোৰতো দৃঢ় মনোবল আৰু উৎকৃষ্ট প্ৰদৰ্শনেৰে দেশৰ সুনাম বৃদ্ধি কৰক, তাৰেই কামনাৰে মোৰ তৰফৰপৰা আন্তৰিক শুভেচ্ছা জনালোঁ।”

অনুষ্ঠানটোত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি. কে. ৰামচন্দ্ৰন, যুটীয়া সচিব আৰ লক্ষ্মণন, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: felicitates DoubleOlympic Medalist Manu Bhakenew delhiShipping Minister Sarbananda Sonowal
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d