Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Fraud cases:Satellite channel journalist arrested in Nagaon:প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ ছেটেলাইট চেনেলৰ নগাঁৱৰ সাংবাদিক

publisher by publisher
August 22, 2024
in Uncategorized
Reading Time: 2 mins read
0
Fraud cases:Satellite channel journalist arrested in Nagaon:প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ ছেটেলাইট চেনেলৰ নগাঁৱৰ সাংবাদিক
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

Fraud cases:Satellite channel journalist arrested in Nagaon:

ব্যৱসায় (ট্রেডিং) ৰে এটা নির্দিষ্ট পৰিমাণৰ লাভাংশ দিয়াৰ মিছা প্রতিশ্রুতিৰে এগৰাকী মহিলা দন্ত চিকিৎসকৰ পৰা প্ৰৱঞ্চনাৰে নগদ ছয় লাখ ৫০ হেজাৰ টকা সৰকোৱাৰ অভিযোগত গুৱাহাটীৰ এটা ছেটেলাইট চেনেলৰ নগাঁৱস্থ সাংবাদিক দুলেন বৰাক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ADVERTISEMENT

নগাঁৱৰ দন্ত চিকিৎসক ডাঃ শোভময়ী বৰুৱাৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ৮১৩/২০২৪ নম্বৰত জামিনবিহীন ধাৰাত এটি গোচৰ ৰুজু কৰি যোৱা নিশা কলংপাৰ হালোৱাগাঁৱৰ বাসগৃহৰ পৰা দুলেন বৰাক আটক কৰে। সুদীর্ঘ সময় তেওঁক জেৰাৰ অন্তত আজি বিয়লি বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ভুক্তভোগী মহিলা চিকিৎসকগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, যোৱা ১৭ মে’ত ব্যৱসায়ৰ বাবে দুলেন বৰাই চিকিৎসকগৰাকীৰ পৰা কে’বাটাও কিস্তিত এই বৃহৎ পৰিমাণৰ ধনৰাশি ধাৰলৈ লৈছিল; কিন্তু পৰৱৰ্তী সময়ত তেওঁ সেই ধন ঘূৰাই বিচৰাত বৰাই যথেষ্ট দুর্ব্যৱহাৰ কৰাৰ লগতে আলফাৰ নামতো ভাবুকি প্রদান কৰিছিল।

এই সমগ্র বিষয় সন্দৰ্ভত ডাঃ বৰুৱাই নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক অৱগত কৰাৰ পাছতে যোৱা নিশা সাংবাদিক বৰাক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে। ধৃত সাংবাদিকজনক নগাঁও আদালতত হাজিৰ কৰাৰ পাছত আৰক্ষীয়ে তেওঁক তিনিদিনৰ জিম্মাত লৈ এই ঘটনাৰ লগত আৰু কোন জড়িত আছে তাৰো তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে বৰাক গ্ৰেপ্তাৰৰ পাছতে নগাঁও সদৰ আৰক্ষী থানাত ভিৰ কৰে তেওঁৰ প্ৰৱঞ্চনাৰ বলি হোৱা বহু লোকে। বৰাই প্ৰৱঞ্চনাৰে নগাঁৱৰ বহু লোকৰ পৰা ধন আত্মসাৎ কৰা বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে বৰাৰ বিৰুদ্ধে তীৰ মাফিয়া চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ উঠিছিল। কে’বাখনো বিলাসী বাহনৰ গৰাকী সাংবাদিকজনৰ এখন বাহন আৰক্ষীয়ে পূর্বে জব্দও কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Fraud casesNagaonSatellite channel journalist arrested
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d