Nitaipukhuri Police Outpost IC Partha Jyoti Chutia reserve close:
➡️নিতাইপুখুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া
পাৰ্থ জ্যোতি চুতীয়াক ৰিজাৰ্ভ ক্ল’জ।
ADVERTISEMENT
➡️শনিবাৰে নিশা আকাশ গগৈ নামৰ এজন যুৱকক আৰক্ষী বিষয়াজনে অতি নিৰ্মমভাৱে প্ৰহাৰ
কৰাৰ অভিযোগ ৷
➡️এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷




































