Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Widespread violence during Durga Puja in Bangladesh:বাংলাদেশত দুৰ্গা পূজাত ব্যাপক হিংসা

হাছিনাৰ পতনৰ পাছতে বৃদ্ধি পাইছে ইছলামিক মৌলবাদী শক্তি, পূজা মণ্ডপলৈ বোমা নিক্ষেপ কৰি সন্ত্রাস সৃষ্টিৰ অপচেষ্টা, আঠ-ন বছৰীয়া শিশু ধৰা পৰিল দুর্গা মূর্তি লণ্ডভণ্ড কৰা অৱস্থাত, গভীৰ উদ্বেগ প্রকাশ কৰিলে ভাৰত চৰকাৰে

samimsultana by samimsultana
October 22, 2024
in News, International
Reading Time: 4 mins read
0
Widespread violence during Durga Puja in Bangladesh:বাংলাদেশত দুৰ্গা পূজাত ব্যাপক হিংসা
1
SHARES
11
VIEWS
ShareShareShareShare

Widespread violence during Durga Puja in Bangladesh:

কিছুদিন আগলৈ বন্ধু ৰাষ্ট্ৰৰূপে পৰিচিত বাংলাদেশেই এতিয়া ভাৰতৰ বাবে গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। সাম্প্রতিক পৰিস্থিতিত দুই দেশৰ মাজত সুসম্পর্ক কিমান দিন বর্তি থাকিব সেয়া এক বৃহৎ প্রশ্নৰূপে বিবেচিত হৈছে। মৌলবাদীৰ আগ্রাসনত বন্দী হোৱা বাংলাদেশত এতিয়া সংখ্যালঘুৰ বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ সুৰক্ষা তৰোৱালৰ ধাৰত ওলমি আছে।

ADVERTISEMENT

তীব্র আতংকত ভুগিহে সংখ্যালঘু হিন্দুসকল। শেহতীয়াভাবে প্রকাশিত তথ্য অনুসৰি শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পাছত বাংলাদেশত গা কৰি উঠিছে ইছলামিক মৌলবাদী শক্তিয়ে। এটাৰ পাছত আনটো হিংসাত্মক ঘটনা সংঘটিত হ’বলৈ ধৰিছে। হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনাৰ উপৰি শেহতীয়া দুর্গা পূজাত সংঘটিত ব্যাপক হিংসাত্মক ঘটনাই ভাৰতক উদ্বিগ্ন কৰি তুলিছে।

RelatedPosts

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

Tarique Rahman :প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্তানে বিচাৰিলে দেশলৈ উভতি আহি ৰাজনীতি কৰিব পাৰিব:তাৰেক ৰহমান

ভাৰত চৰকাৰে বাংলাদেশৰ হিন্দুসকলৰ ৰক্ষণাবেক্ষণৰ বাবে ঢাকাৰ অন্তৱর্তী চৰকাৰক জনোৱা আবেদনৰ পাছত চৰকাৰে ভাৰতৰ উদ্বেগ অমূলক বুলি মন্তব্য কৰি এনে হিংসাত্মক ঘটনা ৰাজনৈতিক পৃষ্ঠপোষকতাত সংঘটিত হোৱা বুলি বাক্ত কৰে।

ইপিনে, বাংলাদেশত শেহতীয়াভাৱে মন্দিৰ লুটপাতৰ উপৰি লণ্ড ভণ্ড কৰাৰ কে’বাটাও ঘটনাই গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। হিন্দুসকলৰ ওপৰত বর্ধিত হিংসাত্মক ঘটনা অব্যাহত আছে। হাছিনাৰ ভাৰতলৈ পলায়নৰ পাছত লক্ষ্যণীয়ভাবে হিন্দুৰ বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান আৰু মন্দিৰৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পায়।

এনে এক উল্লেখযোগ্য ঘটনা হৈছে সাতখিৰাৰ যেশোৰেশ্বৰী কালী মন্দিৰত মুকুট চুৰিৰ ঘটনা। এই মুকুট উপহাৰ দিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই চুৰিৰ ঘটনাই গভীৰ উদ্বেগৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে ঘটনাৰ তদন্তও ঘোষণা কৰা হয়। ইয়াৰ উপৰি মন্দিৰ আৰু হিন্দু লোকৰ বাসগৃহত আক্ৰমণৰ বাসগৃহত হাছিনাৰ পদত্যাগৰ পাছত আক্ৰমণৰ ঘটনা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে।

বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ মতে, অসংখ্য মন্দিৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে হিন্দু লোকৰ বাসগৃহ আৰু ব্যৱসায়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। এক প্রতিবেদন অনুসৰি বাংলাদেশত উদ্বেগজনকভাৱে ইছলামিক মৌলবাদে আক্ৰমণৰ আগ্রাসী ৰূপ ধাৰণ কৰিছে।

যাৰ ফলতে সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ বিৰুদ্ধে হিংসাত্মক ঘটনা বৃদ্ধি পাইছে। হাছিনাৰ পদত্যাগৰ পাছত সৃষ্টি হোৱা ৰাজনৈতিক শূন্যতাৰ বাবেই ৰাষ্ট্ৰখনত পুনৰ ভেটি মজবুত কৰিবলৈ সুযোগ লাভ কৰিলে মৌলবাদী গোটসমূহে। হিন্দু সম্প্ৰদায়ৰ বাবে এতিয়া বাংলাদেশত পৰিস্থিতি অতি ভয়াৱহ হৈছে। মৌলবাদী উন্মত্ত লোকৰ দৰে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ লগতে হত্যাৰ ঘটনাটো জড়িত হোৱা বুলি অভিযোগ উঠিছে।

শেহতীয়া দুর্গা পূজাৰ উদযাপনৰ সময়তে হিন্দু সম্প্ৰদায়ৰ ধাৰাবাহিকভাৱে আক্রমণ সংঘটিত হয়। পূজা মণ্ডপসমূহতো দুর্বৃত্তই আক্রমণ কৰাৰ উপৰি পুৰণি ঢাকাত দেৱীৰ প্ৰতিমা বিসর্জনৰ শোভাযাত্রাতো দুষ্কৃতিকাৰীয়ে আক্রমণ কৰে। এই ঘটনাত বহু লোক আহত হয়। ইয়াৰ উপৰি পূজা মণ্ডপত বোমা আক্রমণ আৰু অন্যান্য হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে।

যোৱা দুই অক্টোবৰত সূৰজনগৰৰ – পাবনাৰ পালপাৰা দুর্গা মন্দিৰৰ দুর্গা পূজাত নির্মীয়মান প্রতিমা দুর্বৃত্তই ভাঙি ছিঙি লণ্ডভণ্ড কৰে। এই প্রতিমাসমূহৰ মূৰ আৰু হাতবোৰ ভাঙি-ছিঙি পেলোৱা বুলি কয় মন্দিৰ কমিটীৰ সভাপতি বিজন পালে। তদুপৰি ইছলামিক মৌলবাদী গোটে বাংলাদেশৰ বাসিন্দা হিন্দু সম্প্ৰদায়ৰ লোকসকলক মুকলিকৈ দুর্গা পূজা উদ্যাপন কৰিবলৈ বাৰণ কৰাৰ লগতে এই শাৰদীয় উৎসৱত ৰাষ্ট্ৰজুৰি থকা বন্ধৰো বিৰোধিতা কৰে। এনে ঘটনাৱলীয়ে দেশখনৰ বাসিন্দা সংখ্যালঘুসকলৰ সুৰক্ষা আৰু নিৰাপত্তালৈ গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰখনৰ সংখ্যালঘু হিন্দুৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন হৈছে বুলি কয় ভুক্তভোগীসকলে।

এনে ভুক্তভোগীয়ে দাবী কৰে যে বাংলাদেশৰ বৰ্তমানৰ চৰকাৰ এনে মৌলবাদী গোটৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণত অপাৰগ। ইউনুছ চৰকাৰৰ ব্যৰ্থতাৰ বাবেই হাছিনাৰ পূৰ্বৰ হাছিনা প্রশাসনৰ পতনৰ লগে লগে গা কৰি উঠে মৌলবাদীৰ আগ্রাসন। যি সময়ত বাংলাদেশৰ হিন্দুসকলে শাৰদীয় দুর্গোৎসৱ উদযাপন কৰিবলৈ উত্ৰাৱল হৈছিল সেই সময়তে তেওঁলোকক বিভিন্ন প্ৰকাৰে আক্ৰমণ কৰি মৌলবাদী শক্তিয়ে দমনৰ চেষ্টা চলায়। সম্প্রতি এনে বিভিন্ন অভিযোগ উত্থাপন হৈছে যদিও ইউনুছ চৰকাৰে প্ৰয়োজনীয় ভূমিকা গ্রহণত কিয় ব্যৰ্থ হৈছে অথবা কাৰ আঙুলিৰ ঠাৰত ন’বেল জয়ী অর্থনীতিবিদজনে সংখ্যালঘুসকলৰ প্রতি ন্যায় বিচাৰ প্ৰদান কৰিব পৰা নাই সেয়া বিভিন্ন মহলত চর্চিত হৈছে।

# আঠ-ন বছৰীয়া শিশুক দুর্গা মূর্তি লণ্ডভণ্ড কৰা অৱস্থাত জব্দ আৰক্ষী প্ৰশাসনৰ

ইপিনে, যেশৰেশ্বৰী কালী মন্দিৰত সোণালী মুকুট চুৰিৰ ঘটনাৰ তদন্তত ইউনুছ চৰকাৰে মন্দিৰ ব্যৱস্থাপনা কমিটীকে দোষাৰোপ কৰিবলৈ চেষ্ট কৰে। পুৰোহিত আৰু মন্দিৰৰ কৰ্মচাৰীয়ে এনে বহুমূলীয়া সম্পদ অসুৰক্ষিত অৱস্থাত কোনো
পহৰাদাৰ নোহোৱাকৈ কিয় থৈছিল বুলি বাংলাদেশ চৰকাৰে প্ৰশ্ন কৰে।

ইপিনে, বাংলাদেশৰ লক্ষ্মীপুৰ জিলাৰ ৰামগঞ্জত স্থানীয় বিদ্যালয়ৰ মাদ্রাছাৰ চাৰি-পাঁচজনীয়া ছাত্ৰৰ দলে দুর্গা পূজাৰ প্রতিমা লণ্ডভণ্ড কৰি থকা অৱস্থাত প্রশাসনে আটক কৰে। এই শিশুসকলৰ বয়স আঠৰ পৰা ন বছৰ হ’ব। স্থানীয় এজন প্রশাসনিক বিষয়াই জনোৱা মতে, পুৰস্কাৰৰ বিনিময়ত এই শিশুসকলক মূৰ্তিবোৰ লণ্ডভণ্ড কৰা কাৰ্যত ব্যৱহাৰ কৰা হৈছে।

এইদৰে বাংলাদেশত কলা-সংস্কৃতিৰ প্ৰতিমূৰ্তিৰ বিৰুদ্ধে ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা বুলি সমালোচকসকলে কয়। বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেইখ মজিবুৰ ৰহমানৰ প্ৰতিমূর্তিও শেহতীয়া সংঘৰ্ষৰ সময়ত ভাঙি লণ্ডভণ্ড কৰা হৈছিল। ইয়াৰ পাছৰে পৰা উৎসাহিত হোৱা মৌলবাদী শক্তিয়ে ৰাষ্ট্ৰখনত এটাৰ পাছত আনটো মূর্তি ভাঙি পেলাইছে। এইদৰে ক্ৰমশঃ অসহনশীলতাৰ পৰিৱেশে গা কৰি উঠিছে।

বাংলাদেশৰ হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনাত ভাৰত চৰকাৰৰ উদ্বেগত ইউনুছ চৰকাৰে অবাঞ্ছিত আৰু ভিত্তিহীন বুলি নস্যাৎ কৰে। ইউনুছে কয় যে ঘটনাবোৰৰ অতিৰঞ্জিত কৰা হৈছে আৰু এইবোৰ সাম্প্রদায়িক নহয় বৰঞ্চ ৰাজনৈতিক ঘটনাহে। মনকৰিবলগীয়া যে শেহতীয়া দুর্গা পূজাত হিন্দু মন্দিৰৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনা ইমানেই ব্যাপক আৰু উদ্বেগজনক হৈ পৰে যে ইউনুছে এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত ঢাকেশ্বৰী মন্দিৰ ভ্ৰমণ কৰিবলৈ বাধ্য হয়।

তথ্য অনুসৰি মৌলবাদী গোটসমূহে সাতদিনৰ ভিতৰত ৰাষ্ট্ৰ পৰিত্যাগ কৰিবলৈ হিন্দু লোকসকলক সতর্কবাণী প্ৰেৰণ কৰে। অন্যথা হিংসাত্মক ঘটনাৰ সম্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে। উল্লেখ্য যে মহিলাসকলৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগো আছে।

বাংলাদেশত এনে ঘটনাৰ প্রাবল্য ইমানেই বৃদ্ধি পাইছে যে ২১ হেজাৰ গ্ৰন্থ আৰু ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰটোত অগ্নিসংযোগ কৰা হয়। তদুপৰি সমান্তৰালভাৱে হিন্দু বিষয়া-কর্মচাৰীক বলপূর্বক পদত্যাগৰ উপৰি অপহৰণৰ দৰে গুৰুতৰ অভিযোগ আছে। এনে পৰিপ্ৰেক্ষিততে ভাৰতৰ হস্তক্ষেপৰ দাবী প্ৰবল হৈছে। আনকি বাংলাদেশত স্বায়ত্তশাসিত হিন্দু অঞ্চল ঘোষণাৰ দাবী উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BANGLADESHWidespread violence during Durga Puja
samimsultana

samimsultana

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d