Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Destroyed NHs in Assam The government is busy only looting toll gates :অসমত যমপুৰীত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ চৰকাৰ ব্যস্ত কেৱল টোলগেটৰ লুন্ঠনত

কেৱল গুৱাহাটীৰ এটা অংশতহে অধিকাংশ নিয়ম পালন, কুঁৱলী আৰম্ভ হোৱাত অধিক বিপজ্জনক পৰিস্থিতি

samimsultana by samimsultana
October 29, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Destroyed NHs in Assam The government is busy only looting toll gates :অসমত যমপুৰীত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ চৰকাৰ ব্যস্ত কেৱল টোলগেটৰ লুন্ঠনত
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Destroyed NHs in Assam The government is busy only looting toll gates :

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অধিকাংশই কেৱল জৰাজীৰ্ণ অৱস্থাৰ ফলতে যাতায়াতৰ অনুপযোগী হৈ থকা নাই। ইয়াৰ উপৰি পথবোৰত সুৰক্ষাৰ বাবে থাকিবলগীয়া অন্যান্য ব্যৱস্থাও পর্যাপ্ত নহয়। ইয়াৰ পৰিণতিতে বিপদসংকুলভাৱে চলি আছে যাতায়াত ব্যৱস্থা।

ADVERTISEMENT

ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাত সুৰক্ষাৰ নীতি সম্পৰ্কীয় পৰীক্ষণত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য। ৰাষ্ট্ৰীয় ঘাইপথসমূহ মসৃণ হোৱাই নহয়, উপযুক্ত পোহৰৰ ব্যৱস্থাও থাকিব লাগে; কিন্তু অসমত যিদৰে পথৰ অৱস্থা জৰাজীৰ্ণ, তেনেদৰেই পোহৰৰ ব্যৱস্থাও অতি দুর্বল। সেইবাবে ৰাষ্ট্ৰীয় পথৰ বহু গুৰুত্বপূৰ্ণ অংশত সঘনে দুর্ঘটনা সংঘটিত হৈ আহিছে। ইয়াৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।

অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈর্ঘ্য ১,০৭৭ কিলোমিটাৰ। ইয়াৰে মাত্র ১০৫ কিলোমিটাৰতহে সামান্য পোহৰৰ ব্যৱস্থা আছে। অথচ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰৰ ব্যৱস্থা কিদৰে আৰু কোন কোন অংশত কৰিব লাগে সেই নিয়ম ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্ধাৰণ কৰি থৈছে। সেই অনুসৰি, টোল প্লাজা আৰু ইয়াৰ সংলগ্ন অংশ পথত, ট্রাক চলাচল কৰা পথৰ অংশ, বাছ চলাচল কৰা অংশ, ট্রাক আৰু বাছ ৰোৱা পথৰ অংশ, পথৰ ভাঁজ অংশ, পথৰ মাজতে থকা চ’ক, ছাৰ্ভিচ পথ, উৰণীয়া সেতু, উৰণীয়া সেতুৰ তলৰ যাতায়াত চলা অংশ আদিত পোহৰৰ ব্যৱস্থা থকাটো বাধ্যতামূলক।

এই অংশবোৰত পোহৰৰ ব্যৱস্থা কিমান উচ্চতাৰ পৰা কৰা হ’ব সেয়াও বিজ্ঞানসম্মতভাৱে নিৰ্ধাৰণ কৰা আছে। উদাহৰণ স্বৰূপে পথ বিভাজিত অংশ আৰু পথৰ মাজত থকা চ’ক অঞ্চলত ভূমিৰ পৰা ন্যূনতম ৫০ মিটাৰ ওপৰৰ পৰা পোহৰ ৰাস্তাত পৰিব লাগে। অসমত এই নিয়ম প্রয়োজন অনুসৰি প্ৰযোজ্য হোৱা নাই।

কেৱল মাত্ৰ গুৱাহাটীৰ জালুকবাৰীৰ পৰা খানাপাৰালৈহে ইয়াৰে কিছু নিয়ম পালন কৰা হৈছে। নিয়ম সম্পূর্ণ পালিত নোহোৱাৰ ফলত এই অংশত প্রায়ে দুর্ঘটনা হৈ আহিছে। পর্যাপ্ত পোহৰৰ অভাৱতে এনেবোৰ দুৰ্ঘটনা সংঘটিত হৈ থকা বুলি পৰিবহণ বিভাগে নিশ্চিত কৰিছে। গুৱাহাটীৰ পথৰ উক্ত অংশটোত যিখিনি ব্যৱস্থা গঢ়ি তোলা হৈছে তাৰ বাদে ৰাজ্যৰ আন কোনো স্থানতে এই সুবিধাবোৰ নাই।

উল্লেখ্য যে ইতিমধ্যে শীতৰ বতৰৰ আৰম্ভণি হৈছে। কুঁৱলী পৰিবলৈও ধৰিছে। কুঁৱলীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত ৰাজ্যত দুর্ভাগ্যজনকভাৱে সঘনাই দুর্ঘটনা সংঘটিত হৈ আহিছে। এনে দুর্ঘটনাবোৰৰ বেছি ভাগৰে মূল কাৰণ হ’ল ৰাষ্ট্ৰীয় ঘাইপথত উপযুক্ত পোহৰৰ অভাৱ। ভঙা-ছিঙা ৰাস্তাৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাৰ দৰে পোহৰৰ অভাৱে ৰাষ্ট্ৰীয় পথত যাতায়াত ব্যৱস্থা অতি বিপদসংকুল কৰি তুলিছে।

টোলগেটৰ নামত লুণ্ঠন চলোৱাত চৰকাৰ সিদ্ধহস্ত। ইয়াৰ বিপৰীতে পথ সুৰক্ষাত মুঠেও দায়বদ্ধ নহয়। প্রসংগক্রমে উল্লেখ্য যে অসমত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ লগত তিনিটা সংস্থা জড়িত হৈ আছে। সেই অনুসৰি একাংশ পথ অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলৰ অধীনত পৰে। একাংশ পথৰ দায়িত্বত আছে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড। আনটো সংস্থা হ’ল ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। এই তিনিওটা সংস্থাই পথসমূহ সুৰক্ষাৰ বিষয়টোক প্রকৃতার্থক উপেক্ষা কৰি আহিছে।

প্রসংগক্রমে উল্লেখ্য যে ভাৰতৰ মুঠ ৰাষ্ট্ৰীয় ঘাইপথৰ ২৫,৪০০ কিলোমিটাৰত নিয়ম অনুসৰি পোহৰৰ ব্যৱস্থা আছে। তথ্য অনুসৰি, অসমৰ পথতে পোহৰৰ ব্যৱস্থাটো সর্বাধিক দুর্দশাগ্রস্ত অৱস্থাতে আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Damage NH Roadgovernment is busy only looting toll gates
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d