Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Beef-eating majority state Nagaland denies permission to hold ‘Gau Mahasabha’:নগালেণ্ডত গো মহাসভাৰ অনুমতি নিদিলে ৰাজ্য চৰকাৰে

বিৰোধ শাসকীয় জোট, অংশীদাৰ বিজেপিও

publisher by publisher
September 14, 2024
in Uncategorized
Reading Time: 3 mins read
0
Beef-eating majority state Nagaland denies permission to hold ‘Gau Mahasabha’:নগালেণ্ডত গো মহাসভাৰ অনুমতি নিদিলে ৰাজ্য চৰকাৰে
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Beef-eating majority state Nagaland denies permission to hold ‘Gau Mahasabha’:

খ্ৰীষ্টান ধৰ্মাৱলম্বী অধ্যুষিত ৰাজ্য নগালেণ্ডত গো মহাসভা আয়োজন কৰাক লৈ একপ্ৰকাৰ উত্তাল হৈছে ৰাজ্যখন। অহা ২৮ ছেপ্টেম্বৰত ৰাজধানী কোহিমাত অনুষ্ঠিত হ’ব লগা এই গো মহোৎসৱ জ্যোতিৰ মঠৰ শংকৰাচাৰ্য স্বামীঅভিমুক্তেশ্বৱাৰানন্দই সভাপতিত্ব কৰাৰ কথা আছে।

ADVERTISEMENT

ইপিনে, আগন্তুক এই গো মহোৎসৱক লৈ ৰাজ্যখনৰ বিভিন্ন সংগঠন সৰৱ হৈ উঠে। ৰাজ্যখনৰ অধিকাংশ লোকেই গো মাংসহাৰী হোৱাৰ পৰিপ্ৰেক্ষিতত মহোৎসৱৰ বিৰোধিতাও প্ৰৱল হৈ উঠিছে। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰেও এই মহোৎসৱ আয়োজনৰ বিৰোধিতা কৰিছে।

লক্ষ্যণীয় যে নগালেণ্ডৰ শাসকীয় এনডিপিপিৰ অন্যতম অংশীদাৰ হৈছে বিজেপি। বিজেপিৰ ৰাজ্যিক সমিতিয়েও এই মহোৎসৱৰ বিৰোধিতা কৰিছে। এনে পৰিস্থিতিত মুখ্যমন্ত্রী নেইফিঅ’ ৰিঅ’ৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে এই গো মহোৎসৱলৈ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে। সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি ৰাজ্য চৰকাৰৰ মুখপাত্র তথা মন্ত্রী চি এল জ’নে কয় যে কেবিনেটে ৰাজ্যখনৰ অধিকাংশ লোক গো মাংসহাৰী হোৱাৰ পৰিপ্ৰেক্ষিতত এই গো মহোৎসৱৰ বিৰোধিতা কৰিছে।

ভাৰতীয় সংবিধানৰ ৩৭১ (এ) অনুচ্ছেদে নগাসকলক নিজৰ পৰম্পৰা তথা ধর্মীয় আৰু সামাজিক ৰীতি-নীতি বৰ্তাই ৰখাৰ অধিকাৰ দিয়াৰ কথাও মুখ্যমন্ত্রী ৰিঅ’ৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আলোচিত হয় বুলি মন্ত্রীজনে সদৰী কৰে। কাজেই কোহিমাত অনুষ্ঠিতব্য আগন্তুক গো মহোৎসৱক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। উক্ত কেবিনেট বৈঠকত এই কথাও আলোচিত হয় যে ৰাজ্যখনৰ অধিকাংশ সামাজিক আৰু নাগৰিক সংগঠনে গো মহোৎসৱৰ বিৰোধিতা কৰিছে।

আনকি ৰাজ্যিক বিজেপিয়েও এই গো মহোৎসৱ আয়োজনক মানি লোৱা নাই। এই সম্পর্কত মন্ত্রী জ’নে লগতে কয়, ‘ৰাজহুৱা শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত কেবিনেটে এই অনুষ্ঠান আয়োজনৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰে।’

আনহাতে এই সম্পৰ্কত ৰাজ্যিক বিজেপিৰ সভাপতি বেঞ্জামিন য়েপথম্পিয়ে কয়, ‘এই মহোৎসৱক লৈ বিজেপিয়ে কৰিব লগা একো নাই। নগালেণ্ডৰ সামাজিক-ধর্মীয় আৰু সাংস্কৃতিক গাঁথনিৰ প্রেক্ষাপটত বিষয়টো বিবেচনা কৰা উচিত।’ বিজেপিৰ উপৰি এই মহোৎসৱৰ বিৰুদ্ধে সৰৱ হোৱা ৰাজনৈতিক দলসমূহৰ অন্যতম হৈছে বিজেপিৰ সহযোগী তথা শাসকীয় এনডিপিপি (নেছনেলিস্ট ডেম’ক্রেটিক প্রগ্রেছিভ পার্টি)ৰ অংশীদাৰ নগা পিপ’লছ পার্টি (এনপিপি)।

আনহাতে, কোহিমাৰ গো মহোৎসৱৰ বিৰোধিতা কৰা সামাজিক সংগঠনসমূহৰ মাজত আছে নগা মাদাৰ্ছ এছ’চিয়েছন আৰু নগা স্টুডেণ্টছ ফেডাৰেছনো। বিষয়টো সম্পর্কত নগা মাদাৰ্ছ এছ’চিয়েছনৰ অধ্যক্ষা ভিলানো ৱাইহ’মে কয়, ‘ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰা গো মাংসই নগা খাদ্য তালিকাত স্থান পাই আহিছে।’ গতিকে এই গো মহোৎসৱ আয়োজনৰ সিদ্ধান্ত গ্রহণযোগ্য নহয় বুলি নগা মাদাৰ্ছ এছ’চিয়েছনৰ মুৰব্বী গৰাকীয়ে ইংগিত দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Beef-eatingdenies permission to hold 'Gau Mahasabhamajority state Nagaland
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d