Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

বিজেপিৰে তীব্ৰ যুঁজৰ অন্তত স্তব্ধ আপ

publisher by publisher
February 8, 2025
in National
Reading Time: 1 min read
0
বিজেপিৰে তীব্ৰ যুঁজৰ অন্তত স্তব্ধ আপ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

দোস্ত দোস্ত না ৰহা..?

বিধানসভাত প্ৰৱেশ কৰাৰ লগে লগে কেজৰিৱালৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা লোৱাৰ সকীয়নি মোডীৰ

মোডী আমেৰিকাৰ পৰা উভতি অহাৰ পাছত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান !

বিজেপিৰে তীব্ৰ যুঁজৰ অন্তত স্তব্ধ আপ

২৪তে সন্তষ্ট,বিজেপিৰ ৰাজকীয় উদ্থাপন

পৰৱেশৰ হাতত পৰাভূত কেজৰিয়াল

এগজিট প’লক সঁচা প্ৰমাণিত কৰি ২৭ বছৰৰ মুৰত দিল্লীৰ ৰাজপাট পুনৰ অধিষ্ঠিত বিজেপি ৷ ৰাজধানী চহৰ খন হৈ পৰিল গেৰুৱাময় ৷
৫ ফেব্ৰুৱাৰীৰ অনুষ্ঠিত হোৱা দিল্লী বিধানসভাৰ হাইভল্টেজ নিৰ্বাচনৰ আজি আছিল ভোট গণনা ৷ ৭০ খন আসনৰ বাবে হোৱা নিৰ্বাচনৰ ভোট গণনা পুবা ৮ বজাৰে পৰা আৰম্ভ হয় ৷

ADVERTISEMENT

পোষ্টেল বেলট আৰু ইভিএম গণনাৰ পিছৰে পৰা বিজেপিৰ প্ৰাৰ্থী সকল বহু সমষ্টি অগ্ৰগতি লাভ কৰাৰ সমান্তৰালভাৱে আপৰ তিনি মহাৰথী অৰবিন্দ কেজৰিয়াল,আতিশী মাৰ্লেনা আৰু মনীষ ছি’ছডিয়া পিছ পৰি থাকে ৷

দুপৰীয়া ভাগলৈকে অৰবিন্দ কেজৰিয়াল আৰু মনীষ ছি’ছডিয়া বহু ভোটত পিছ পৰি অৱশেষত দুয়োজন হাই প্ৰফাইল নেতা ৰণত পৰে ৷ অৱশ্যে মান ৰাখে মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই ৷ আতিশী কালকাজী সমষ্টিত তিনি হেজাৰৰো অধিক ভোটত বিজয়ী হয় ৷

আনহাতে নতুন দিল্লী সমষ্টিত আপৰ মুৰব্বী অৰবিন্দ কেজৰিয়ালক ১২০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰে বিজেপিৰ প্ৰাৰ্থী পৰৱেশ বাৰ্মাই ৷ একেদৰে জংগপুৰ সমষ্টিত আপৰ জ্যেষ্ঠ নেতা মনীষ ছি’ছডিয়াক ৫৭২টা ভোটৰ ব্যৱধাত পৰাভূত কৰে বিজেপিৰ তৰবিন্দৰ সিঙে ৷

আনহাতে দিল্লীৰ নিৰ্বাচনত শূন্যত স্তব্ধ হ’ল কংগ্ৰেছ ৷৭০ জনীয়া বিধানসভাত এখনো আসন লাভ কৰিব নোৱাৰিলে দলটোৱে ৷
শেহতীয়া খবৰ অনুসৰি দিল্লীত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী ৰেছত সাজোৰে উচ্চাৰিত হোৱা নামটো হ’ল নতুন দিল্লীত অৰবিন্দ কেজৰিয়ালক পৰাস্ত কৰা পৰৱেশ চাহিব সিং বাৰ্মা ৷

বাৰ্মা দিল্লীৰ প্ৰাক্তন বিজেপিৰ মুখ্যমন্ত্ৰী চাহিব সিং বাৰ্মাৰ পুত্ৰ ৷ পৰৱেশ মুখ্যমন্ত্ৰী পদৰ শাৰীত বিজেপিৰ অন্যতম শীৰ্ষ মুখ হিচাপে আত্মপ্ৰকাশ কৰিছে।

উল্লেখ্য যে,বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানত আপৰ মুৰব্বী কেজৰিয়ালৰ বিৰুদ্ধে কে’বাটাও অভিযোগ উদ্থাপন কৰিছিল ৷ অভিযোগ সমূহৰ ভিতৰত যমুনা নদীৰ প্ৰদূষণ, কেজৰিৱাল আৰু চিছ’দিয়াৰ বিৰুদ্ধে সুৰা নীতিৰ গোচৰ আৰু ক’ভিড-১৯ মহামাৰীৰ সময়ত কেজৰিৱালৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ সৌন্দৰ্যবদ্ধনত বৃহৎ পৰিমাণৰ ধন ব্যয় ।

তীব্ৰ যুঁজ দিল্লী বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিক আউটমেট কৰি বিজেপিয়ে ছুইপ কৰিবলৈ সাজু হৈছে। আপৰ মুৰব্বী লোকচানৰ সূচনা কৰিছে ইয়াৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ উপ-মনিষ ছিছ’দিয়াকে ধৰি শীৰ্ষ নেতাসকলৰ পৰাজয়ে।

ৰাজধানী চহৰখনত বিগত দুটা নিৰ্বাচনৰ অভিলেখ বজাই ৰাখিছে কংগ্ৰেছে, ৭০ জনীয়া বিধানসভাত এখনো আসন লাভ কৰিব নোৱাৰিলে।

অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা পৰ্বেশ চাহিব সিং মুখ্যমন্ত্ৰী পদৰ শাৰীত বিজেপিৰ অন্যতম শীৰ্ষ মুখ হিচাপে আত্মপ্ৰকাশ কৰিছে। কলকাজী সমষ্টিৰ পৰা আতিছিয়ে জয়লাভ কৰাৰ বিপৰীতে জংপুৰাত পৰাজয় স্বীকাৰ কৰে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই।

বেছিভাগ এগজিট প’লত বিজেপি আৰু মিত্ৰশক্তিৰ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছিল। দিল্লী বিধানসভা নিৰ্বাচনত ৫ ফেব্ৰুৱাৰীত একক পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৬০.৫৪ শতাংশ।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে ৰেক আপ কৰা বিষয়সমূহৰ ভিতৰত যমুনা নদীৰ প্ৰদূষণ, কেজৰিৱাল আৰু চিছ’দিয়াৰ বিৰুদ্ধে সুৰা নীতিৰ গোচৰ আৰু ক’ভিড-১৯ মহামাৰীৰ সময়ত কেজৰিৱালৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ সংস্কাৰৰ বাবে বৃহৎ পৰিমাণৰ ব্যয় কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: arbind kejriwalModi
publisher

publisher

Related Posts

R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা
Crime

August 29, 2026
BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে
India

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

August 28, 2026
National Low University:ছাত্ৰ-ছাত্ৰীৰ বিৰোধিতাত সমাৱৰ্তন অনুষ্ঠান বাতিল ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ

Kanda Express:আজি নাছিকৰ পৰা ৮০০ টন পিঁয়াজ কঢ়িয়াই অনা  ‘কাণ্ডা এক্সপ্রেছ’ ৰে’ল খন অসম আহি পোৱাৰ সম্ভাৱনা
Assam

August 26, 2026
Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !
National

Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !

August 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d