Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ছত্তীশগড়ত নিহত ১২ জন মাওবাদী , বন্দুকযুদ্ধত দুজন সুৰক্ষা কৰ্মী নিহত, আন দুজন আহত

publisher by publisher
February 9, 2025
in India
Reading Time: 1 min read
0
ছত্তীশগড়ত নিহত ১২ জন মাওবাদী , বন্দুকযুদ্ধত দুজন সুৰক্ষা কৰ্মী নিহত, আন দুজন আহত
1
SHARES
14
VIEWS
ShareShareShareShare

ছত্তীশগড়ত নিহত ১২ জন মাওবাদী , বন্দুকযুদ্ধত দুজন সুৰক্ষা কৰ্মী নিহত, আন দুজন আহ

ADVERTISEMENT

ছত্তীশগড়ত পুনৰ মাওবাদী দমন অভিযানত নামিল যুটীয়া বাহিনী । দেওবাৰে পুৱা ছত্তীশগড় আৰক্ষীয়ে জনাই যে ,বিজাপুৰ জিলাত বন্দুকৰ গুলীচালনাত ১২ জন মাওবাদী নিহত হয় ।

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

Dainik Agradoot Print Edition:24 April’26

অৱশ্যে প্ৰতিশোধমূলক আক্ৰমণত দুজন সুৰক্ষা কৰ্মীও নিহত হৈছে। আন দুজন গুৰুতৰভাৱে আহত। উল্লেখ্য যে,এসপ্তাহ আগতে, বিজাপুৰত সংঘৰ্ষত আঠজন মাওবাদী নিহত হৈছিল।

এজন আৰক্ষী বিষয়াই জনাইছে যে,বিজাপুৰৰ জংঘল এলেকাত বিগত শুকুৰবাৰে মাওবাদীৰ ‘পশ্চিম বাষ্টাৰ সংমণ্ডল’ৰ সদস্যৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় বাহিনীৰ চি আৰ পি এফ, ছত্তীশগড় সশস্ত্ৰ আৰক্ষী আৰু কোবৰা ইউনিটৰ সদস্যই অঞ্চলটোত অভিযান আৰম্ভ কৰে।

শনিবাৰে নিশা আৰম্ভ হোৱা বন্দুকযুদ্ধত নিহত হয় ১২ জন মাওবাদী।

যোৱা কেইবছৰমানৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহে বাৰে বাৰে মাওবাদীক দেশৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰি আহিছে। তেওঁ এই বছৰ বাৰে বাৰে দাবী কৰি আহিছে যে ২০২৬ চনৰ ৩১ মাৰ্চ এই দেশত মাওবাদীৰ অন্তিম দিন হ’ব।

তাৰ আগতে দেশৰ পৰা মাওবাদী সম্পূর্ণৰূপে নির্মূল হ’ব৷ মাওবাদীসকলকো আত্মসমৰ্পণ কৰিবলৈ উৎসাহিত কৰিছে ৰাজ্যখনে। বন্দী মাওবাদীসকলৰ নিযুক্তি আৰু স্বাস্থ্যকে ধৰি সকলো দায়িত্ব ৰাজ্যই গ্ৰহণ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়া হৈছে।

গৃহমন্ত্ৰীয়ে দাবী কৰে যে চৰকাৰে ইতিমধ্যে নতুন নীতিৰ অধীনত মাওবাদীসকলক নিৰ্মূল কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। চৰকাৰৰ তথ্য অনুসৰি যোৱা বছৰ ২০৭জন মাওবাদী নিহত হৈছিল। উদ্ধাৰ হৈছে বহু অস্ত্ৰ-শস্ত্ৰ।

যোৱা তিনি জানুৱাৰীৰ পৰা সমগ্ৰ বস্তৰ সংমণ্ডলত যুটীয়া বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে নতুন অভিযান আৰম্ভ কৰিছে। বিজাপুৰ আৰু সুকমাৰ উপৰিও নাৰায়ণপুৰ, দন্তেৱাড়া, জগদলপুৰ, কাংকেৰ আৰু কোণ্ডাগাঁও জিলাৰ পাহাৰ আৰু বনাঞ্চলতো এই তালাচী অভিযান অব্যাহত আছে।

ইয়াৰ উপৰিও মাওবাদী গেৰিলাক মূলসুঁতিলৈ অনাৰ অভিযান অবিৰতভাৱে চলি আছে। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে গান্ধী তাঁতী ওৰফে কমলেশ আৰু মাইনু ওৰফে হেমলাল কোৰৰাম, ৰঞ্জিত লেকামি ওৰফে অৰ্জুন আৰু তেওঁৰ পত্নী কোছি ওৰফে কাজোলৰ দৰে মাওবাদী নেতাই আত্মসমৰ্পণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
বিয়া ভিডিঅ’ কৰাই হ’ল কাল 
India

বিয়া ভিডিঅ’ কৰাই হ’ল কাল 

April 23, 2026
১২ ঘণ্টাৰ ভিতৰত দুটা যৌন নিৰ্যাতনৰ অভিযোগ— দিল্লীত IRS বিষয়াৰ কন্যাৰ ধৰ্ষণ-হত্যা, 

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য
News

জেইইত ৯৯ শতাংশ নম্বৰ লাভৰ পাছতো আইআইটিত পছন্দৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ নাই

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d