Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিগত ২৪ ঘন্টাত গাজাত ইজৰাইলৰ আক্ৰমণত ৮১ জন লোক নিহত!

শান্তি আলোচনাৰ বিষয়েও ‘মতানৈক্য’

publisher by publisher
May 27, 2025
in News, International
Reading Time: 1 min read
0
বিগত ২৪ ঘন্টাত গাজাত ইজৰাইলৰ আক্ৰমণত ৮১ জন লোক নিহত!
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

পুতলাৰ শেষকৃত্যৰ আয়োজন কৰিছে গাজাৰ শিশুৱে

Iran-US War Ceasefire Update:ইৰাণৰে যুদ্ধবিৰতি ঘোষণাৰ পিছতে গৰজি উঠিল মাৰ্কিন সাংসদ

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

Gaza: গাজা ভূখণ্ডত ইজৰাইলৰ অবিৰত আক্ৰমণৰ মাজতে সোমবাৰে হামাছে শান্তি আলোচনাত সন্মতি প্ৰকাশ কৰিছে বুলি প্ৰকাশ্যেত আহিছে । তথাপিও হামাছ আৰু আমেৰিকাৰ ‘যুদ্ধবিৰতি’ প্ৰস্তাৱৰ ওপৰত এতিয়াও বেলেগ বেলেগ মতামত। ইফালে সোমবাৰৰ পৰা ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণৰ ফলত কেৱল গাজাতেই ৮১ জন লোকৰ মৃত্যু হৈছে। যাৰ ভিতৰত আছে বহু শিশু।

ADVERTISEMENT

সোমবাৰে প্ৰকাশ্যেত আহিছে যে হামাছে আমেৰিকাৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। পেলেষ্টাইন সমৰ্থক সশস্ত্ৰ সংগঠন হামাছক গাজাত যুদ্ধবিৰতি সন্দৰ্ভত নতুন প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফে।

পেলেষ্টাইন সমৰ্থক সশস্ত্ৰ সংগঠন হামাছক গাজাত যুদ্ধবিৰতি সন্দৰ্ভত নতুন প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফে। পেলেষ্টাইনৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি,এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

অৱশ্যে ‘আল জাজীৰা’ নামৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধবিৰতি সম্পৰ্কে ৱাশ্বিংটনত থকা আমেৰিকান বিষয়াসকলে কি কৈছে আৰু হামাছে এই সম্পৰ্কে কি কৈছে তাৰ মাজত এক বৃহৎ পাৰ্থক্য আছে।

উইটকফৰ ঘনিষ্ঠ এজন আমেৰিকান বিষয়াই কয় যে হামাছৰ এই দাবী “অসত্য”। দুয়োপক্ষৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত কোনো আলোচনা হোৱা নাই।

আমেৰিকাই হামাছৰ স’তে নহয়, ইজৰাইলৰ স’তে অস্থায়ী যুদ্ধবিৰতিৰ আলোচনা কৰিব বিচাৰে। বিনিময়ত দুয়োপক্ষই নিজৰ যুদ্ধবন্দীৰ আধাখিনি ঘূৰাই দিব লাগিব।

ইয়াৰ দ্বাৰা অদূৰ ভৱিষ্যতে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে ‘স্থায়ী যুদ্ধবিৰতি’ সম্পৰ্কীয় আলোচনাৰ বাট মুকলি হ’ব পাৰে বুলি হোয়াইট হাউছৰ অনুমান কৰে।

অৱশ্যে এই যুদ্ধবিৰতিৰ প্ৰস্তাৱক লৈ এতিয়ালৈকে ইজৰাইলৰ পৰা কোনো সঁহাৰি পোৱা নাই।আনহাতে, বিগত ২৪ ঘন্টাত গাজাত ইজৰাইলৰ বোমা বিস্ফোৰণত এতিয়ালৈকে ৮১ জন লোক নিহত হৈছে।

সোমবাৰে পুৱা গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৪৬ জন লোক নিহত হয়। ৫৫ জনতকৈ অধিক লোক আহত হয়।

ইয়াৰে ৩১ জনৰ মৃত্যু হয় গাজাৰ ফাহমি আল জাৰ্জাবি স্কুলত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰত। নিশাৰ আন্ধাৰত ইজৰাইলৰ আক্ৰমণৰ সময়ত তাত আশ্ৰয় লৈ থকা শৰণাৰ্থীসকলৰ টোপনিতে মৃত্যু হয়। নিহতসকলৰ ভিতৰত কেবাটাও শিশুও আছিল।

সেই বিদ্যালয়ত আশ্ৰয় লোৱাসকলৰ ভিতৰত অলৌকিকভাৱে জীৱন ৰক্ষা পৰিল ৱাৰ্ড শ্বেখ খলিল নামৰ এজন সাত বছৰীয়া ল’ৰা! অৱশ্যে একেটা আক্ৰমণতে ৱাৰ্ডৰ মাতৃ আৰু ছয় ভাই-ভনীৰ মৃত্যু হয়।

প্ৰসংগক্ৰমে ২০২৩ চনৰ সাত অক্টোবৰত পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে ইজৰাইলৰ ভূখণ্ডত আক্ৰমণ চলাইছিল।তাৰ পাছৰে পৰা বেঞ্জামিন নেতানিয়াহুৰ বাহিনীয়ে গাজাত অবিৰতভাৱে ধ্বংসলীলা চলাই আহিছে।

অৱশেষত কাটাৰৰ মধ্যস্থতা আৰু আমেৰিকা আৰু ইজিপ্তৰ প্ৰচেষ্টাত ইজৰাইল আৰু হামাছে ১৫ জানুৱাৰীৰ নিশা যুদ্ধবিৰতিৰ বাবে সন্মত হয়।১৯ জানুৱাৰীৰ পৰাও যুদ্ধবিৰতি কাৰ্যকৰী হয়।

কিন্তু পণবন্দীসকলক মুকলি কৰি দিয়াৰ উত্তেজনাৰ বাবে ইজৰাইলৰ সেনাই মাৰ্চৰ আৰম্ভণিতে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ভংগ কৰি গাজাত পুনৰ আক্ৰমণ আৰম্ভ কৰে।

তেতিয়াৰ পৰাই প্ৰায় প্ৰতিদিনে গাজাত ইজৰাইলৰ আক্ৰমণ সংঘটিত হৈ আহিছে। কেৱল সেয়াই নহয়, গাজাত খাদ্য সংকটৰো সৃষ্টি হৈছে।সেই পৰিৱেশতে এইবাৰ যুদ্ধবিৰতিক লৈ চলিছে জল্পনা-কল্পনা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CeasefireGazaIsrael Hamas WarIsrael-Palestine ConflictUS
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d