Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Scam:অনুসূচিত জাতিৰ কল্যাণৰ আঁচনিৰ নামত কোটি কোটি টকাৰ লুণ্ঠন

দিল্লীত স্মাৰকপত্র প্রদান

publisher by publisher
June 4, 2025
in Assam, Crime, News
Reading Time: 2 mins read
0
Scam:অনুসূচিত জাতিৰ কল্যাণৰ আঁচনিৰ নামত কোটি কোটি টকাৰ লুণ্ঠন
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

BJP Parliamentary Comittee Board:আজিয়ে বিজেপি প্ৰাৰ্থী তালিকাত সংসদীয় বৰ্ডে মাৰিব মোহৰ

Scam:

অসমৰ অনুসূচিত জাতিৰ নামত আৱণ্টিত পুঁজিৰ ব্যাপক অনিয়মৰ অভিযোগক লৈ সৰৱ হয় অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসম। এই অনিয়মৰ সমান্তৰালকৈ সংগঠনটোৰ নেতৃবৃন্দই অসমৰ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়তো দুর্নীতিৰ পয়োভৰ হোৱা বুলি অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে পুঁজিৰ অপব্যৱহাৰ আৰু সঞ্চালকালয়ত চলি থকা অনিয়মৰ অভিযোগক লৈ সংগঠনটোৰ নেতৃবৃন্দই দিল্লীত বাহৰ পাতি দেশৰ ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী, অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ আৰু সামাজিক ন্যায়-সবলীকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰ কাৰ্যালয়ত পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে।

ADVERTISEMENT

এই বিষয়বোৰক লৈয়েই নতুন দিল্লীৰ অসম মিডিয়া চেণ্টাৰত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ সভাপতি সঞ্জীব দাসে কয় যে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত অনুসূচিত জাতিৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হৈছে। এই অভিযোগেৰে দাসে কয়, ‘সঞ্চালিকা কুলশ্রী নাথৰ দুই সহযোগী ষ্টেন’গ্ৰাফাৰ সুবর্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্রই কার্যালয়টোত ৰূপায়ণ হোৱা আঁচনিৰ ধন ঠিকাদাৰৰ স’তে লগ লাগি লুণ্ঠন কৰি আহিছে।

উদাহৰণ স্বৰূপে ২০২২-২৩ আৰু ২০২৩-২৪ত অনুসূচিত জাতিৰ লোকৰ মাজত টিভি আৰু পাকঘৰৰ সামগ্রী বিতৰণৰ নামত ১৪০ কোটি টকাৰ আঁচনি ৰূপায়ণ কৰা হৈছিল। ইয়াৰ ঠিকা লাভ কৰিছিল নূপুৰ সাহা নামৰ এজন ঠিকাদাৰে; কিন্তু এই চক্ৰটোৱে মিলি সামগ্রী বিতৰণৰ নামত সোঁৱে-বাঁৱে কেৱল নামমাত্র সংখ্যক লোকৰ মাজত তেনে সামগ্রী বিতৰণ কৰা হয়। তদুপৰি সামগ্ৰীবোৰৰ মান অতি নিম্ন পৰ্যায়ৰ।

অথচ বজাৰত ছয়শ টকাত পোৱা প্ৰেছাৰ কুকাৰ এটাৰ বিপৰীতে উলিয়াই নিয়ে ২,৭০০ টকা। এয়া মাত্র এটা উদাহৰণহে। এনেদৰে লুণ্ঠন চলাই সঞ্চালকালয়ৰ কাৰ্যালয়ৰ নিৰ্দিষ্ট কৰ্মচাৰীকেইজন অতি কম দিনৰ ভিতৰতে অভাৱনীয় পৰিমাণৰ সম্পত্তিৰ গৰাকী হৈছে। প্রাক্ প্ৰৱেশিকা বৃত্তিৰ নামতো সঞ্চালকালয়ত কমেও সাত কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছে। বৈদ্যুতিক তাঁতশাল বিতৰণৰ নামতো সংঘটিত বিয়াগোম দুর্নীতিৰ তদন্ত আমি স্মাৰকপত্ৰৰ জৰিয়তে দাবী কৰিছো।’

সভাপতি দাসে কয় যে অনুসূচিত জাতিৰ শিক্ষিত নিবনুৱাক দক্ষতা বিকাশৰ প্রশিক্ষণ দিয়াৰ নামতো দুষ্টচক্রই কোটি কোটি টকা ভুৱা তথ্যৰে সৰকাই নিয়ে। এই কেলেংকাৰিৰ চিবিআইৰ তদন্ত স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে বুলি তেওঁ জনায়। ইয়াৰ উপৰি অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰৰে একাংশ লোকে সংৰক্ষণৰ সুবিধা আদায় কৰা, চাফাই কৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰা, ভূমিহীন অনুসূচিত জাতিৰ পৰিয়ালক ভূমি পট্টা প্রদান কৰা আৰু সংবিধানৰ নিয়ম অনুসৰি অনুসূচিত জাতিৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে ৬.৫ শতাংশ বাজেট সংৰক্ষণ নিশ্চিত কৰাৰ দাবীও তেওঁলোকে উত্থাপন কৰে।

ভূমি সংৰক্ষণৰ সন্দৰ্ভতো সংগঠনটোৱে অসম চৰকাৰৰ মিছন ভূমিপুত্র এপটো শীঘ্ৰে বন্ধ কৰাৰ দাবী জনায়। এই সন্দর্ভত সংবাদমেলত সভাপতিজনে কয় যে এই এপটোৰ ব্যাপক অপব্যৱহাৰ হৈছে। এনে অপব্যৱহাৰত প্ৰকৃত অনুসূচিত জাতিৰ লোকসকল ভূমিৰ অধিকাৰ লাভৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হৈছে। সংগ্রামী যুৱ পৰিষদৰ লগতে সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সম্মিলনীৰ এটা সঁজাতী দলেও অংশগ্রহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AJSYPA pressmeetAssam Media CentreDirectorate SC Welfarenew delhiScam
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d