Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

UNFPA:খ্রীষ্টানধর্মী হ্রাস, বাঢ়িছে ইছলামধর্মী

১৪৬ কোটিৰে চলিত বর্ষতো বৃহত্তম জনসংখ্যাৰ দেশ ভাৰত, তিনি বছৰত বৃদ্ধি চাৰি কোটি, ৰাষ্ট্ৰসংঘৰ তথ্য: বিহাৰ-মেঘালয়-উত্তৰ প্ৰদেশত প্রজনন ক্ষমতাৰ হাৰ অত্যধিক

publisher by publisher
June 11, 2025
in News, India, International
Reading Time: 3 mins read
0
UNFPA:খ্রীষ্টানধর্মী হ্রাস, বাঢ়িছে ইছলামধর্মী
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

UNFPA:

জনবিস্ফোৰণ নহয়, বিশ্বত অদূৰ ভবিষ্যতে জনসংখ্যাৰ হ্ৰাসৰ আশংকাহে প্রৱল হৈছে। এনে এটা লক্ষণ সম্প্ৰতি ভাৰততো স্পষ্ট হৈছে। চলিত ২০২৫ বৰ্ষতো ভাৰত বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশত পৰিণত হৈ থাকিব যদিও প্রত্যাশিত ধৰণৰে দেশত জনসংখ্যা বৃদ্ধি পোৱা নাই। এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি – (ইউএনএফপিএ) য়ে।

ADVERTISEMENT

২০২৫ৰ ‘বিশ্বৰ জনসংখ্যাৰ অৱস্থা’ শীর্ষক প্রতিবেদনত ৰাষ্ট্ৰসংঘই প্রকাশ কৰিছে যে চলিত বৰ্ষৰ শেষত ভাৰতৰ মুঠ জনসংখ্যা ১৪৬ কোটি হ’ব। ফলস্বৰূপে চলিত বৰ্ষতো ভাৰত বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশৰূপে পৰিগণিত হৈ থাকিব। উল্লেখ্য যে ভাৰতে ইতিমধ্যে চীনক পিছ পেলাই বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশত পৰিণত হৈছে।

২০২৩ৰ ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি জনসংখ্যাৰ দিশৰ পৰা ভাৰতে চীনক পিছ পেলাইছে। উক্ত বৰ্ষত দেশৰ মুঠ জনসংখ্যা ১৪২ কোটি হয় বুলি ৰাষ্ট্ৰসংঘৰ প্রতিবেদনত প্রকাশ পায়। অর্থাৎ এই দিশৰ পৰা চাবলৈ গ’লে তিনি বছৰত দেশৰ জনসংখ্যা চাৰি কোটি বৃদ্ধি পাব। অৱশ্যে দেশত ২০১১ৰ পাছত লোকপিয়ল অথবা লোকগণনা সম্পন্ন নোহোৱাত ভাৰত চৰকাৰে দেশৰ মুঠ জনসংখ্যাৰ তথ্য প্রকাশ কৰিব পৰা নাই।

২০১১ৰ লোকপিয়ল অনুসৰি দেশৰ জনসংখ্যা ১১০ কোটিৰ অধিক আছিল। ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্রতিবেদন অনুসৰি চলিত বৰ্ষৰ মুঠ জনসংখ্যাৰ ২৪ শতাংশ শূন্যৰ পৰা ১৪ বছৰ বয়সৰ, ১৭ শতাংশ হৈছে ১০০-১৯ বছৰ বয়সৰ আৰু ২৬ শতাংশ হৈছে ১০-২৪ বছৰ বয়সৰ। ইয়াৰ বিপৰীতে বিশ্বৰ একাংশ দেশত কম বয়সীয়া লোকৰ সংখ্যা ইছলাম ধর্মাৱলম্বী উদ্বেগজনকভাবে হ্রাস পাইছে। ইয়াৰ এটা উদাহৰণ হ’ল চুবুৰীয়া ৰাষ্ট্ৰ চীন। দেশখনত ল’ৰা-ছোৱালীৰ অভাৱত অনেক স্কুল বন্ধ কৰিবলগীয়া হৈছে। অৱশ্যে ভাৰততো অদূৰ ভবিষ্যতে জনসংখ্যা উদ্বেগজনকভাবে হ্রাস পোৱাৰ আশংকা আছে। কাৰণ দেশৰ অধিকাংশ অঞ্চলত নাৰীৰ উৰ্বৰতাৰ হাৰ প্রয়োজনতকৈ অধিক হ্রাস পাইছে। বিশেষজ্ঞসকলৰ মতে নাৰীৰ উৰ্বৰতা হ্ৰাসৰ কাৰণ ইচ্ছা অনুসৰি পৰিয়াল সৃষ্টি কৰিব নোৱাৰাটো।

# দেশৰ ৩১ খন ৰাজ্য-কেন্দ্রীয়শাসিত অঞ্চলতে হ্রাস প্রজনন ক্ষমতা

ৰাষ্ট্ৰসংঘৰ উক্ত বিশ্ব জনসংখ্যাৰ অৱস্থা শীর্ষক প্রতিবেদনত এক উদ্বেগজনক তথ্যও প্রকাশ পাইছে। এই প্রতিবেদনত আঙুলিয়াই দিয়া হৈছে যে দেশ অধিকাংশ অঞ্চলতে নাৰীৰ প্রজনন ক্ষমতা বা উর্বৰতা হ্রাস পাইছে। এনে অৱস্থা অব্যাহত থাকিলে চলিত শতিকাৰ অন্তিম ফাললৈ ভাৰতত কম বয়সীয়া বা কর্মক্ষম লোকতকৈ বয়স্ক লোকৰ সংখ্যা অধিক বৃদ্ধিৰ আশংকা আছে। প্রতিবেদনখনত প্রকাশ পাইছে যে দেশৰ ৩১ খন ৰাজ্য কেন্দ্রীয়শাসিত অঞ্চলত ঘাটি পূৰণ কৰিব নোৱাৰাকৈ হ্রাস পাইছে। ঘাটি পূৰ্ণ পর্যায় ২.১৩কৈ এই ৩১ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত উৰ্বৰতা হ্রাস পাইছে।

ইয়াৰ বিপৰীতে বিহাৰ, মেঘালয় আৰু উত্তৰ প্ৰদেশত উৰ্বৰতা প্রয়োজনতকৈ অধিক হৈ আছে। ইয়াৰে বিহাৰত উৰ্বৰতা ৩.০, মেঘালয়ত ২.৯ আৰু উত্তৰ প্ৰদেশত ২.৭। অর্থাৎ দেশৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্রত এই তিনি ৰাজ্যই মূল ভূমিকা পালন কৰিছে। একেদৰে দেশত জনসংখ্যা বৃদ্ধি অসমান ৰূপত বৃদ্ধি পোৱা বুলিও উক্ত প্রতিবেদনত কোৱা হৈছে। অর্থাৎ নগৰাঞ্চল আৰু গ্রামাঞ্চলৰ জনসংখ্যা বৃদ্ধিৰ মাজত তাৰতম্য দেখা গৈছে।

প্রতিবেদনখনৰ মতে, সাতখন ৰাজ্যৰ গ্রামাঞ্চলসমূহৰ জনসংখ্যা ঘাটি পূৰণৰ অৱস্থাপ্রাপ্তি ঘটা নাই। অর্থাৎ এজন ব্যক্তিৰ মৃত্যুৰ পাছত তেওঁৰ স্থানত উপবিষ্ট হ’বলৈ ব্যক্তি নাই। ইয়ে অদূৰ ভৱিষ্যতে জনসংখ্যাগত লভ্যাংশ অর্জনৰ পৰা দেশক বঞ্চিত কৰাৰ আশংকা আছে। অর্থাৎ মানৱ সম্পদৰ অভাৱে দেশক পিছুৱাই আনিব পাৰে। এই সম্পর্কত ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ ভাৰতৰ প্রতিনিধি এন্ডি এম ওজনাৰে কয় যে ভাৰতত বর্তমানেও নাৰীৰ গৰ্ভধাৰণৰ স্বাধীনতা উপলব্ধ হোৱা নাই। প্রতি তিনিগৰাকী প্রাপ্তবয়স্ক ভাৰতীয় নাৰীৰ এগৰাকীয়ে অনাকাংক্ষিতভাৱে গর্ভধাৰণ কৰিবলগীয়া হয়। এনে নাৰীৰ সংখ্যা ৩৬ শতাংশ। তদুপৰি ৩০ শতাংশ নাৰীয়ে অধিক বা কম সংখ্যক সন্তানৰ অপূর্ণ আকাংক্ষাৰ অভিজ্ঞতা অর্জন কৰিছে। উল্লেখ্য যে এই দুয়োটা সমস্যাৰ সম্মুখীন হ’ব লগা হৈছে ২৩ শতাংশ প্রাপ্তবয়স্ক নাৰীয়ে। এনে কাৰকে নাৰীৰ উৰ্বৰতা হ্রাস কৰা বুলি প্রতিবেদনখনত আঙুলিয়াই দিয়া হৈছে।

ভাৰতকে ধবি ১৪ খন দেশৰ নাৰীৰ ঊর্বৰতা সম্পর্কীয় সমীক্ষা চলাই ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিয়ে এই প্রতিবেদন প্রস্তুত কৰিছে। ইয়াৰ বাবে এই দেশসমূহৰ ১৪ হেজাৰ লোকৰ মতামত গ্রহণ কৰা হয়। ভাৰতৰ উপৰি এই সমীক্ষাত দক্ষিণ কোৰিয়া, থাইলেণ্ড, ইটালী, হাংগেৰী, জার্মানী, ছুইডেন, ব্রাজিল, মেক্সিকো, আমেৰিকা যুক্তৰাষ্ট্র, ইণ্ডোনেছিয়া, মৰক্কো আৰু নাইজেৰিয়াক সামৰি লোৱা হয়। এই সমীক্ষাত লাভ কৰা তথ্যৰ ভিত্তিত ৰাষ্ট্রসংঘ জনসংখ্যা পুঁজিৰ মুৰব্বী ড: নাটালিয়য় কানেমে কয়, ‘বিশ্বত অভূতপূর্ব হাৰত উর্বরতা হ্রাস পাবলৈ ধৰিছে। আমি সমীক্ষাত সামৰি লোবা লোকসকলৰ অধিকাংশৰে সন্তান এটি বা দুটি। নিজৰ ইচ্ছা অনুসৰি পৰিয়াল সৃষ্টি কৰিব নোৱাৰাৰ পৰিণতিত উৰ্বৰতাৰ হাৰ হ্ৰাস পাইছে। এয়া হৈছে আচল সংকট।’ এনেদৰে উৰ্বৰতা হ্ৰাসৰ ফলত চলিত শতিকাৰ শেষৰ ফালৰ পৰা বিশ্বত জনসংখ্যা উদ্বেগজনকভাবে হ্রাস পাব বুলি ড: কানেমে আশংকা কবে।

# বিত্তীয় সীমাবদ্ধতা, কৰ্মৰ অসুৰক্ষাই বিপাঙত পেলাইছে অনেকক

বিত্তজনিত সমস্যাই বহুতকে মনে বিচৰা ধৰণৰে পৰিয়াল গঢ়ি তোলাত বাধা দিছে। ৰাষ্ট্রসংঘৰ উক্ত প্রতিবেদন অনুসৰি বিত্তীয় সীমাবদ্ধতাৰ বাবে প্ৰতি ১০ জন লোকৰ চাৰিজনেই মনে বিচৰা ধৰণৰে পৰিয়াল গঢ় দিব পৰা নাই। একেদৰে চাকৰি বা কর্মসংস্থাপনৰ অসুৰক্ষাৰ বাবে ২১ শতাংশ, গৃহ প্রতিবন্ধকতাৰ বাবে ২২ শতাংশ, আৰু সন্তানৰ বিশ্বস্ত যতনৰ অভাৱৰ বাবে ১৮ শতাংশক সন্তান বিচৰাত বাধা দি আহিছে। তদুপৰি সামাজিক সংকোচ, সুস্বাস্থ্যৰ অভাৱ, অনুৰ্বৰতা আৰু গৰ্ভধাৰণজনিত যতনৰ অভাৱেও বহুতকে সন্তান ধাৰণৰ প্রতি অনিচ্ছুক হ’বলৈ বাধ্য কৰাইছে।

লগতে ভবিষ্যতক লৈ উদ্বিগ্নতা, সামাজিক-ৰাজনৈতিক অস্থিৰতা তথা জলবায়ু পৰিবৰ্তন আদি কাৰকেও বহুতক সন্তান প্রাপ্তিৰ প্রতি অনিচ্ছুক কৰি তুলিছে। একেদৰে উক্ত সমীক্ষাত অংশগ্রহণকাৰী সকলৰ ১৯ শতাংশই মন্তব্য কৰে যে জীৱনসংগী বা পৰিয়ালৰ চাপৰ বাবেও তেওঁলোকে মনে বিচৰাতকৈ কম সংখ্যক সন্তান জন্ম দিবলৈ বাধ্য হৈছে। এই সম্পৰ্কত ওজনাৰে কয়, ‘ঘাটি পুৰণ পৰ্যায়ৰ উৰ্বৰতা বুলি ক’লে সাধাৰণতে প্রত্যেক মহিলাই ২.১ টাকৈ সন্তান জন্ম দিয়াৰ কথা বুজোৱা হয়। এনে পর্যায়ৰ উৰ্বৰতাই জনসংখ্যা এটা প্ৰজন্মৰ পৰা পাছৰ প্রজন্মলৈ ধ্রুবক কৰি ৰাখে।

ইতিমধ্যে ভাৰত ২.০ পর্যায়ৰ উৰ্বৰতাত উপনীত হৈছে। এতিয়াও ভাৰতীয় মহিলাসকলে নিজৰ প্ৰজনন জীৱন সম্পর্কে স্বাধীন আৰু তথ্যবিজ্ঞ সিদ্ধান্ত গ্ৰহণ কৰাত প্রতিবন্ধকতাৰ সন্মুখীন হৈ আছে। এনে বৈষম্য সমগ্ৰ ভাৰতত বিৰাজ কৰি আছে। এনে প্রতিবন্ধকতাসমূহে ভাৰতৰ উচ্চ উৰ্বৰতা আৰু নিম্ন উতাৰ দ্বৈধতাক সূচাইছে।’ উল্লেখ্য যে ৰাষ্ট্রসংঘৰ উক্ত প্রতিবেদন অনুসৰি ১৫-১৯ বছৰ বয়সীয়া প্রত্যেক এহেজাৰ ভাৰতীয় নাৰীৰ উৰ্বৰতা হাব ১৪.১ শতাংশ। ইয়াৰ বিপৰীতে চীনৰ ৬.৬ শতাংশ, শ্রীলংকার ৭.৩ শতাংশ আৰু থাইলেণ্ডৰ ৮.৩ শতাংশ। কৈশোৰ কালত এনে উচ্চ উর্ববতা হাবে মাতৃ আৰু সন্তানৰ স্বাস্থ্যৰ প্রতি বিপদ কঢ়িয়াই আনে।

দুপৰি শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰতো ভাৰতীয় নাৰীক ক্ষতিগ্রস্ত কৰে। প্রতিবেদনখনত লগতে আঙুলিয়াই দিয়া হৈছে যে ১৯৭০ত প্রত্যেক ভাবতীয় নাৰীয়ে কমেও পাঁচটি সন্তান জন্ম দিছিল। সম্প্রতি ইয়াৰ সংখ্যা দুটিলৈ হ্রাস পাইছে। মূলতঃ শিক্ষাৰ উন্নতি আৰু প্রজননৰ বাবে জড়িত স্বাস্থ্য সেৱা মান উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাৰীয়ে কম সন্তান জন্ম দিবলৈ সক্ষম হৈছে। কম সন্তান জন্ম দিয়াৰ ফলত ভাৰতত জননী মৃত্যুৰ সংখ্যা হ্রাস পাইছে। তৎসত্ত্বেও ৰাজ্যভেদে, জাতিভেদে আৰু আয়ভেদে গভীৰ অসমতা বর্তমানেও বর্তি আছে বুলি ৰাষ্ট্ৰসংঘৰ প্রতিবেদনত কোৱা হৈছে।

প্রতিবেদখনৰ মতে, প্রত্যোক নাৰীয়ে প্রজনন সম্পর্কে স্বাধীন আৰু তথ্যবিজ্ঞ সিদ্ধান্ত গ্রহণ কৰিব পাৰিলেহে আচল জনসংখ্যাগত লভ্যাংশ আহৰণ কৰিব পাৰি। প্ৰজননৰ অধিকাৰ আৰু আর্থিক সমৃদ্ধি এই দুয়োটাৰ ক্ষেতে একেলগে কেনেদৰে আগবাঢ়ি যাব পাৰি তাক দেখুওৱাৰ ভাৰতৰ এক স্বকীয় সুযোগ আছে বুলি ওজনাৰে মন্তব্য কৰিছে। অবশ্যে প্রজননৰ সিদ্ধান্ত স্বাধীনভাৱে ভাৰতীয় নাৰীয়ে গ্রহণ কৰা ক্ষেত্ৰত কেতবোৰ আধুনিক প্রত্যাহ্বানো আছে। সহানুভূতিশীল জীবনসংগী লাভত জটিলতা, বৈবাহিক সম্পর্ক গাঁথনিৰ সলনি, সামাজিক সংকোচ আদিয়ে বহু নাৰীক সমস্যাৰ সন্মুখীন হৈ আহিছে। এই সমস্যাসমূহ জটিল। তদুপৰি সামাজিক সংকোচৰ কথাটোও জড়িত হৈ আছে।

# নাস্তিক হ’ল অনেক: বিশ্বত খ্ৰীষ্টান ধৰ্মীৰ সংখ্যা হ্রাস ৷

শেহতীয়াভাৱে বিশ্বত খ্ৰীষ্টানধর্মী লোকৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে। ইয়াৰ বিপৰীতে ইছলাম ধৰ্মীৰ সংখ্যা বৃদ্ধি পাইছে। এই তথ্য প্রকাশ কৰিছে বিশ্বখ্যাত পিউ ৰিছার্চ চেন্টাৰে। সংস্থাটোৰ এক নতুন গবেষণা অনুসৰি বহুসংখ্যক খ্রীষ্টান ধর্মী লোকে ধর্ম ত্যাগ কৰি ধর্মহীন লোকত নিজক পৰিণত কৰিছে। ফলত খ্রীষ্টান ধর্মীৰ সংখ্যা হ্রাস হৈছে। অৱশ্যে সংখ্যাগত বৃদ্ধি কম হ’লেও বর্তমানেও বিশ্বত খ্ৰীষ্টান ধর্মী লোকৰ সংখ্যা সর্বাধিক। পিউ ৰিছাৰ্চ চেণ্টাৰৰ উক্ত গবেষণা অনুসৰি শেহতীয়াভাৱে ইউৰোপতকৈ উপ-ছাহাৰা আফ্রিকাত খ্রীষ্টানধর্মী লোকৰ সংখ্যা অধিক হৈছে।

ইয়াৰ মূল কাৰণ হৈছে উপ-ছাহ’ৰা অঞ্চলত জন্মৰ হাৰ অধিক। তাৰ বিপৰীতে পশ্চিম ইউৰোপত ব্যাপক হাৰত খ্ৰীষ্টান ধর্ম লোকৰ ধৰ্মৰ প্রতি আনুগত্য ত্যাগ কৰিছে। ধর্ম ত্যাগ কৰি এইসকলে ধর্মহীন তথা নাস্তিক জীৱনক আঁকোৱালি লৈছে। এনে ঘটনা বিশ্বৰ আন স্থানতো ঘটিছে। ফলত বিশ্বত খ্রীষ্টান ধর্মী লোকৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে। পিউ ৰিছাৰ্চ চেপ্টাৰে কালি (ন জুন) ত ‘২০১০ৰ পৰা ২০২০লৈ কেনেদৰে বৈশ্বিক ধর্মীয় ভূচিত্রাবলী সলনি হ’ল’ শীর্ষক এক প্রতিবেদন প্রকাশ কৰে। ২৭শৰো অধিক উৎসৰ পৰা সংগৃহীত তথ্যৰে প্রস্তুত এই প্রতিবেদনত কোৱা হৈছে যে ২০১০-২০ৰ দশকটোত বিশ্বত খ্রীষ্টান লোকৰ সংখ্যা দুশ কোটি ১০ লাখৰ পৰা দুশকোটি ৩০ লাখলৈ বৃদ্ধি পায়। ইয়াৰ বিপৰীতে উক্ত দশকত অনা খ্রীষ্টিয়ান লোকৰ সংখ্যা ১৫ শতাংশ বৃদ্ধি পাই পাঁচশ কোটি ৬০ লাখ হয়। তৎসত্ত্বেও খ্রীষ্টান ধর্মী লোকৰ সংখ্যা হ্রাস পাইছে বুলি প্রতিবেদনত কোৱা হৈছে। ইয়াৰ কাৰণ বিশ্বজুৰি বৃহৎ সংখ্যক খ্রীষ্টান লোকৰ ধৰ্মৰ প্ৰতি আনুগত্য ত্যাগ আৰু নিজক নাস্তিকত পৰিণত কৰা কাৰ্য।

# দুশ কোটিলৈ বৃদ্ধি ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা

এই সময়ছোৱাত অর্থাৎ ২০১০ৰ পৰা ২০২০ৰ দশকটোত বিশ্বত ইছলাম ধর্মাৱলম্বী লোকৰ সংখ্যা ১৭০ কোটিৰ পৰা দুশ কোটিলৈ বৃদ্ধি পায়। আনকি দশকটোত ইছলাম ধৰ্মাৱলম্বীৰ জনসংখ্যা বৃদ্ধি আন ধর্মাৱলম্বীতকৈ দুগুণ অধিক হাৰত বৃদ্ধি পায় ফলস্বৰূপে বিশ্বৰ মুঠ জনসংখ্যাৰ ২৬ শতাংশই ইছলাম ধর্মী লোক হৈছে। পূর্বে ইয়াৰ সংখ্যা ২৪ শতাংশ আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Highest PopulationindiaUNFPA Report
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d