Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Amlan Borgohain :মুখ্যমন্ত্ৰীক সৌজন্যমূলক সাক্ষাৎ এথলেট অম্লান বৰগোহাঁইৰ

আন্তঃৰাষ্ট্ৰীয় এথলেট গৰাকীক ৰাজ্য চৰকাৰৰ সহায়ৰ আশ্বাস

publisher by publisher
June 23, 2025
in News, Assam
Reading Time: 2 mins read
0
Amlan Borgohain :মুখ্যমন্ত্ৰীক সৌজন্যমূলক সাক্ষাৎ এথলেট অম্লান বৰগোহাঁইৰ
1
SHARES
8
VIEWS
ShareShareShareShare

Amlan Borgohain :

অসমৰ গৌৰৱ, স্প্ৰীন্টাৰ অম্লান বৰগোহাঁইয়ে দিশপুৰস্থিত লোকসেৱা ভৱনত ৰাজ্যৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাক এক সৌজন্যমূলক সাক্ষাৎ কৰে। দ্রুত মানৱ তথা দেশৰ অন্যতম আগশাৰীৰ আন্তর্জাতিক এথলেট অম্লানে টাইৱানত সদ্য অনুষ্ঠিত ‘টাইৱান অপেন আন্তর্জাতিক এথলেটিকছ চেম্পিয়নশ্বি’ত ভাৰতীয় দলৰ হৈ ৪ X ১০০ মিটাৰ ৰীলেত সোণৰ পদক অর্জন কৰাৰ উপৰিও ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নিজৰ অসামান্য ক্রীড়া প্রতিভাবে সুনাম কঢ়িয়াই আনিছে।

ADVERTISEMENT

এই প্রসংগত মুখ্যমন্ত্ৰীয়ে অম্লানৰ সফলতাক লৈ গৌৰৱ প্ৰকাশ কৰাৰ লগতে অসম সন্তান গৰাকীয়ে অংশগ্রহণ কৰিবলগীয়া সমাগত আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাসমূহৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। সাক্ষাৎকালত অসম এথলেটিকছ সন্থাৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী জয়ন্ত মল্লবৰুৱা আৰু সাধাৰণ সম্পাদক গীতার্থ গোস্বামীও উপস্থিত থাকে। সাক্ষাৎ কালত মুখ্যমন্ত্রীয়ে অম্লান বৰগোহাঁইৰ পৰৱৰ্তী লক্ষ্য কমনবেলথ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপৰ বাবে চলি থকা প্ৰস্তুতিৰ বিষয়ে খেলুৱৈ গৰাকীৰ সৈতে গুৰুত্ব সহকাৰে আলোচনা কৰে।

RelatedPosts

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

BJP Releases Assam Poll Sankalp Patra:মহানগৰীৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সংকল্প পত্ৰ মুকলি

মুখ্যমন্ত্রীয়ে নিজা অনুভৱ ব্যক্ত কৰি কয় যে, “অম্লান অসমৰ লগতে দেশৰ গৌৰৱ। অসম চৰকাৰৰ পৰা তেখেতৰ আগন্তুক প্রতিযোগিতাৰ বাবে সম্ভৱপৰ সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হ’ব।” লগতে এই গৌৰৱময় যাত্ৰাত অম্লানৰ মনোবল দৃঢ় ৰাখি বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত অসমৰ নাম উজ্জ্বল কৰাৰ আশা প্রকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে, অম্লান বৰগোহাঁইয়ে ইতিমধ্যে দেশৰ বহু প্রতিযোগিতাত পদক লাভ কৰাৰ উপৰিও নিজকে ৰাষ্ট্ৰৰ শ্রেষ্ঠ দৌৰবিদ হিচাপে প্রতিষ্ঠা কৰিছে। তেখেতৰ এই যাত্ৰাত ৰাজ্য চৰকাৰে সহায়-সহযোগিতা আগবঢ়ালে আগন্তুক দিনত আন্তর্জাতিক ক্রীড়াক্ষেত্ৰত তেওঁৰ সফলতা আৰু অধিক বিৰাজমান হ’ব বুলি আশা প্রকাশ কৰিছে ৰাজ্যৰ ক্ৰীড়ামোদীসকলেও ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Athletic AssociationAthletic Amlan BorgohainCm Himanta Biswa SarmaLoksewa Bhawan
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d