Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

চকু শান্তিৰ ন’বেল বঁটাত : বহুৱা নে অসাধাৰণ ব্যক্তি ৰাষ্ট্ৰপতি ট্রাম্প!

publisher by publisher
June 25, 2025
in International, News
Reading Time: 1 min read
0
চকু শান্তিৰ ন’বেল বঁটাত : বহুৱা নে অসাধাৰণ ব্যক্তি ৰাষ্ট্ৰপতি ট্রাম্প!
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

Donald Trump: অসাধাৰণ ব্যক্তি নে বহুৱা? নে তাচ পাতৰ খেলৰ সেইজন বহুৱা (জোকাৰ) যিয়ে খেলৰ গতিয়ে সলনি কৰি কঢিয়াই আনে সৌভাগ্য? হয়, এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ কথাই কৈছো।

ADVERTISEMENT

ইজৰাইল আৰু ইৰানৰ ১২ দিনীয়া যুদ্ধত ট্রাম্পৰ ভূমিকা বিশ্বজুৰি এক চৰ্চাৰ বিষয়।হৈছে। মুহূর্ততে আক্রমণ কৰি পাছ মুহূৰ্ততে ট্রাম্পৰ মুখৰ পৰা নিৰ্গত শান্তিৰ বতৰাই চকু কপালত তুলিছে বিভিন্নজনৰ।

দৰাচলতে এয়া ট্রাম্পৰ বহুৱালি নে তেওঁৰ বাৎসল্যসুলভ চৰিত্ৰ? মার্কিন যুক্তৰাষ্ট্ৰৰ ইতিহাসত এনে এজন ৰাষ্ট্ৰপতি বিৰল বুলি চৰ্চিত হৈছে। ১২ দিনীয়া ইজৰাইল-ইৰানৰ সংঘাতক যদি উপাখ্যান বুলি ভবা হয় পৰা তেন্তে এইখন নাটকৰ মূল নায়ক হ’ব ট্রাম্প। দুদিন পূর্বে ট্রাম্পে ইৰানত বোমা আক্ৰমণ কৰি বিশ্বকে হতচকিত কৰাই নহয়, বিশ্বযুদ্ধৰ আগজাননীৰ আশংকা বাৰ্তা দিয়া বুলিও ভীতিগ্রস্ততাৰ সৃষ্টি হয়।

ট্রাম্পৰ বিৰোধীসকলে বিশ্বযুদ্ধৰ মাজলৈ মার্কিন যুক্তৰাষ্ট্ৰক ঠেলি দিয়া বুলি সমালোচনাত মুখৰ হয়। দৰাচলতে ট্রাম্পে বিভিন্ন সময়ত তেওঁৰ পূর্বসূৰীসকলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি আহিছে। আন বহুতে আকৌ ট্রাম্পৰ শান্তিৰ ন’বেল প্রত্যাশালৈও তীব্র কটাক্ষ কৰে। মার্কিন ৰাষ্ট্ৰপতিয়ে মধ্যপ্রাচ্যৰ যুদ্ধবিৰতিৰ মধ্যমণি হ’বলৈ চেষ্টা চলাইছে। ইয়াৰ আঁৰত ট্রাম্পৰ শান্তিৰ ন’বেল বঁটাৰ অভিলিপ্সা বুলিয়ে ভবা হৈছে।

শান্তিক উপহাস, হঠাতে আক্রমণ

যোৱা ১৯ জুনত হোৱাইট হাউছে কয় যে দুসপ্তাহৰ ভিতৰতে আমেৰিকাই যুদ্ধত অংশগ্রহণ কৰিব নে নকৰে সেয়া সিদ্ধান্ত ল’ব। ইয়াৰ দুদিন অতিক্রম নকৰোতেই মার্কিন বি-২ ব’ম্বাৰে ইৰানৰ তিনিটা পাৰমাণবিক ঘাটিত আক্রমণ কৰে। বিভিন্ন প্রতিবেদনত প্রকাশ যে ট্রাম্পে দুসপ্তাহৰ সময়সীমা বান্ধি দিয়াৰ পূর্বেই আক্ৰমণৰ পৰিকল্পনা চূড়ান্ত কৰিছিল।

দুসপ্তাহৰ সময়সীমা বান্ধি শত্রুপক্ষক শ’লঠেকত পেলাবলৈ চেষ্টা কৰিছিল ট্রাম্পে। সূত্ৰত প্রকাশ যে হোৱাইট হাউছৰ মাত্র কেইজনমান লোকেহে আক্ৰমণৰ বিষয়ে আগতীয়াকৈ জানিছিল। মার্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সেও এই ক্ষেত্রত লক্ষ্যণীয় মন্তব্য কৰিছিল।

ট্রাম্পৰ ইৰান আক্ৰমণৰ প্ৰসংগত ভান্সে সংবাদ মাধ্যমক কৈছিল, ‘দৰাচলতে মই আৰু আমাৰ কোনেও এই বিষয়ত অৱগত নহয় যে কেতিয়া ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত গ্রহণ কৰিলে। এই কথা ৰাষ্ট্ৰপতিৰ বাহিৰে কোনেও গম পোৱা নাছিল।’ চর্চা অনুসৰি ট্রাম্পে আক্ৰমণৰ পৰিকল্পনা কৰি থকাৰ সময়ত জাউৰিয়ে জাউৰিয়ে প্রশ্ন কৰিছিল হোৱাইট হাউছৰ বিষয়াসকলক আৰু বাৰে বাৰে কৈছিল যে তেওঁ এই পৰিকল্পনা যিকোনো মুহূর্ততে পৰিত্যাগ কৰিব। দৰাচলতে ট্রাম্পে কোনেও নজনাকৈ সংগোপনে ৰচিছিল আক্ৰমণৰ পৰিকল্পনা।

অপাৰেছন মিডনাইট হেমাৰ: শক্তি প্রদর্শন

ইৰানৰ বিৰুদ্ধে চলোৱা ‘অপাৰেছন মিডনাইট হেমাৰ’ আছিল ৱাশিংটনৰ প্ৰতিৰক্ষা আধিপত্যৰ প্ৰদৰ্শন। বিশ্বজুৰি শত্রুপক্ষক এই অভিযানৰ জৰিয়তে ট্রাম্পে শক্তিশালী বার্তা প্ৰেৰণ কৰিলে বুলি ধাৰণা কৰা হৈছে। মার্কিন বাহিনীয়ে নিক্ষেপ কৰা বি-২ ব’ম্বাৰৰ সামর্থ্য আৰু আগ্নেয়শক্তি অতুলনীয়।

এই ব’ম্বাৰে জিবিইউ-৫৭ বাংকাৰ বাস্তাৰ নিক্ষেপ কৰে। ১৩ হেজাৰ কিলো ওজনৰ এই বোমাই ভূতলৰ দুশ ফুট ভিতৰলৈ ক্ষতিসাধন কৰিব পাৰে। আকাশ পথেৰে আক্ৰমণৰ শক্তি প্ৰদৰ্শনৰ উপৰি আমেৰিকাই নৌ বাহিনীৰ শক্তিও প্রদর্শন কৰিছে। মার্কিন ছাবমেৰিনে ইৰানৰ লক্ষ্যস্থলীলৈ নিক্ষেপ কৰে ক্রুজ ক্ষেপণাস্ত্র। এই উচ্চশক্তি সম্পন্ন ক্ষেপণাস্ত্রসমূহে ছেটেলাইট যোগাযোগৰ জৰিয়তে লক্ষ্যস্থলী যদি সলনি কৰা হয় তেন্তে নিক্ষেপৰ পাছতো গতিপথ সলনি কৰি আঘাত হানিব পাৰে।

মাত্র এয়েই নহয়, যুদ্ধক্ষেত্ৰত হোৱা ক্ষয়-ক্ষতিৰ তথ্য বহন কৰে এইসমূহ উচ্চ প্রাবল্যৰ ক্ষেপণাস্ত্রই। মুঠতে সামগ্রিকভাবে অপৰাছেন মিডনাইট হেমাৰ আছিল শক্তি প্রদর্শন। ইয়াক অতি সন্তর্পণে সম্পন্ন কৰা হৈছিল। এই অভিযানৰ জৰিয়তে মার্কিন বাহিনীৰ অদম্য যুঁজাৰু শক্তিৰ ধাৰণা পুনৰ প্ৰতিপন্ন কৰা হৈছে বুলি বিশেষজ্ঞই কয়। আমেৰিকাৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি নোহোৱাকৈ ট্রাম্পে এইসমূহ লক্ষ্য সাধন কৰিবলৈ সক্ষম হ’ল।

ইৰানক দিলে বিকল্প প্রস্থান পথ (প্রস্থান ৰেম্প)

ইৰানক বিমান আক্ৰমণ কৰাৰ পাছত ট্রাম্পে ইৰানক মধ্যপ্রাচ্যৰ ভিতৰতে দুর্বল বুলি কৈছিল আৰু লগতে কৈছিল যে তেহৰানে নিশ্চিতভাবে শান্তি প্রতিষ্ঠা কৰিব লাগিব কিয়নো ভৱিষ্যতৰ আক্ৰমণসমূহ অধিক ভয়াৱহ আৰু সহজ হ’ব। অৱশ্যে বাশিংটনে জানিছিল যে এই সংঘাতে আমেৰিকাক ভূ-ৰাজনৈতিকভাবে অথবা ট্রাম্পক ৰাজনৈতিকভাবে সহায় নকৰে।

ট্রাম্পে এই কথা জানিছিল যে জনপ্রিয় ঘৰুৱা সমর্থন নেহেৰুৱাকৈ এই উত্তেজনাৰ পথৰ পৰা আঁতৰিবলৈ তেহৰানক প্রস্থান ৰেম্পৰ প্ৰয়োজন হ’ব। ইৰানে কাটাৰত থকা মার্কিন বাহিনী ঘাটি আক্ৰমণৰ পাছত লক্ষ্যণীয়ভাবে ট্রাম্পে ওলোটাই আক্রমণ নকৰিবলৈ সিদ্ধান্ত ল’লে।

এক প’ষ্টত ট্রাম্পে কয়, ‘মই এই কথা জনাবলৈ পাই আনন্দিত যে কোনো এজনো আমেৰিকানৰ ক্ষতিসাধন হোৱা নাই আৰু ক্ষয়-ক্ষতি হোৱা নাই।’ তেল আভিভ আৰু তেহৰানৰ মাজত যুদ্ধবিৰতি চুক্তি সম্পন্ন হোৱা বুলি ঘোষণা কৰাৰ পাছতে ট্রাম্পে এইদৰে কয়। চমুকৈ ক’বলৈ গ’লে ট্রাম্পে মার্কিন সামৰিক শক্তি প্রদর্শন কৰিলে, ইৰানৰ পাৰমাণবিক ঘাটিত আঘাত হানিলে আৰু তাৰ পাছত দাবী কৰিলে যে তেওঁ শান্তি প্রচেষ্টাৰো মধ্যস্থতা কৰিছে।এই সমগ্র প্রক্রিয়াত হতাহত নহ’ল আমেৰিকাৰ এজনো সৈনিক।

চকু ন’বেলত

দীর্ঘদিন ধৰি ট্রাম্পৰ চকু আছে ন’বেল শান্তি বঁটাত। তেওঁ বহু সময়ত বিলাপো কৰিছে যে যি কাম কৰিলেও তেওঁ এই বঁটা লাভ নকৰিব। কিছুদিন পূর্বে ট্রাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদী আক্ৰমণৰ পাছত সৃষ্টি হোৱা সংঘাতৰ সময়ত দুয়ো ৰাষ্ট্ৰৰ মাজত শান্তি স্থাপন কৰা বুলি দাবী কৰিছিল।

পাকিস্তানে এই ক্ষেত্ৰত মার্কিন যুক্তৰাষ্ট্ৰক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে ভাৰতে স্পষ্ট কৰি দিয়ে যে কেতিয়াও মধ্যস্থতা গ্রহণ কৰা নহ’ব। ইছলামাবাদৰ অনুৰোধ মৰ্মেহে যুদ্ধবিৰতি হোৱা বুলি ভাৰতে স্থিতি জাহিৰ কৰে। অলপতে ট্রাম্পে সামাজিক মাধ্যমত এইদৰে লিখিছে, ‘নাই, মই শান্তিৰ ন’বেল বঁটা লাভ নকৰো, মই যি কামেই নকৰো কিয়, সেয়া ৰাছিয়া-ইউক্রেইন, ইজৰাইল-ইৰানৰ ক্ষেত্ৰতে যি ফলশ্রুতি নহওক কিয়, মই শান্তিৰ ন’বেল লাভ নকৰো।

অৱশ্যে মানুহে জানে আৰু সেয়াই মোৰ বাবে যথেষ্ট।’ সম্প্রতি বিগত ৪৮ ঘণ্টাৰ ভিতৰত ট্রাম্পে ইৰানত বোমা আক্ৰমণ কৰি তেলৰ যোগানক লৈ বিশ্বজুৰি ভীতিগ্রস্ততাৰ সৃষ্টি কৰে আৰু তাৰ পাছত যুদ্ধবিৰতি ঘোষণা কৰি এই উদ্বেগ মৰিষণো কৰে। এইদৰে এটাৰ পাছত আনটো বিশ্বকে হতচকিত কৰা কাম-কাজৰে মার্কিন ৰাষ্ট্ৰপতি ন’বেল বঁটাৰ ওচৰ চাপিছে নেকি?

এই প্রশ্ন উত্থাপন হৈছে। প্রকৃতার্থত তেওঁ দিয়ে মধ্যপ্রাচ্যৰ যুদ্ধবিৰতি বাস্তৱায়িত কৰিব পাৰে তেন্তে নিশ্চয় ন’বেলৰ দাবীদাৰ হোৱাৰ অধিকাৰ থাকিব ট্রাম্পৰ। এই ভাষ্যও একাংশ বিশ্লেষকৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPIranIsrael
publisher

publisher

Related Posts

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d