Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অৱশেষত ২৮ ঘন্টাৰ অন্তত গন্তব্যস্থানত উপস্থিত হ’ল সুভাংশু

publisher by publisher
June 26, 2025
in India, News
Reading Time: 1 min read
0
অৱশেষত ২৮ ঘন্টাৰ অন্তত গন্তব্যস্থানত উপস্থিত হ’ল সুভাংশু

**EDS: SCREENSHOT VIA YT/AXIOM SPACE** The Axiom Mission 4 (Ax-4) crew seen during their first in-flight event at 01:47 AM EDT, after the successful launch. (Axiom Space/YT via PTI) (PTI06_26_2025_000028A)

1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

Shubhanshu Shukla:২৮ ঘণ্টীয়া দীৰ্ঘ যাত্ৰাৰ অন্তত সুভাংশু শুক্লাকে ধৰি চাৰিজন মহাকাশচাৰীক লৈ যোৱা ড্ৰেগন মহাকাশযানখন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হয়।

ADVERTISEMENT

বুধবাৰে ভাৰতৰ সময় অনুসৰি দুপৰীয়া ১২ বাজি এক মিনিটত আমেৰিকাৰ ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ফেলকন ৯ ৰকেটত মহাকাশলৈ বুলি উৰা মাৰিছিল সুভাংশু।

২৮ ঘন্টা পাৰ হ’ল। বহু দূৰ যাত্ৰাৰ অন্তত অৱশেষত আজি বিয়লি প্ৰায় চাৰি বজাত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হয় সুভাংশু শুক্লাকে ধৰি চাৰিজন মহাকাশচাৰী।

বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰম্ভ হৈছে সুভাংশুৰ ড্ৰেগন বাহনখন আই এছ এছৰ স’তে ‘ডকিং’ কৰাৰ প্ৰক্ৰিয়া। মহাকাশ কেন্দ্ৰটোৱে প্ৰকাশ কৰা অনুসৰি বিয়লি তিনি বজালৈকে আই এছ এছৰ পৰা স্পেচএক্স মহাকাশযানখন স্পষ্টকৈ দেখা গৈছিল।

গোটেই যাত্ৰাটোত ড্ৰেগনে সফলতাৰে যাত্ৰা কৰে । থ্ৰাষ্টাৰবোৰেও সঠিকভাৱে কাম কৰিছিল। নাছাৰ নিৰ্ধাৰিত সময় অনুসৰি বৃহস্পতিবাৰে বিয়লি চাৰি বজাত (ভাৰতীয় সময় অনুসৰি) আই এছ এছৰ হাৰমনি বন্দৰত ড্ৰেগনৰ ডকিং প্ৰক্ৰিয়া সম্পূৰ্ণ হয়।

সংযোগ দুটা পৰ্যায়ত হৈছিল।প্ৰথমতে চুম্বকীয় ‘চফ্ট কেপচাৰ’ আৰু দ্বিতীয় পৰ্যায়ত যান্ত্ৰিক ‘হাৰ্ড কেপচাৰ’ৰ জৰিয়তে জটিল ডকিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। সুভাংশুৰ হাতত ধৰি মহাকাশ কেন্দ্ৰত প্ৰথম ভৰি দিয়া দেশ হিচাপে পৰিগণিত হয় ভাৰত।

ইতিহাসত প্ৰথমবাৰৰ বাবে!ড্ৰেগনৰ পাইলট আছিল ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন সুভাংশু। তেওঁ মহাকাশযানখনৰ চলাইছিল।

তেওঁলোকৰ লগত আছিল নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণৰ পৰিচালক পেগী হুইটছন। গোটেইখিনি সময়ত তেওঁলোকে ডকিং প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰিছিল।

এক্সিয়াম স্পেছেও সেই মুহূৰ্তটো লাইভ সম্প্ৰচাৰ কৰিছিল। সমগ্ৰ প্ৰক্ৰিয়াটো পৃথিৱীৰ পৰাই দেখা গ’ল।সুভাংশু এই অভিযানৰ নাম ‘এক্সিয়াম-৪’।

আইহুইটছনে এই অভিযানৰ নেতৃত্ব দিছে।ইয়াৰ উপৰিও পোলেণ্ডৰ পৰা অহা স্লাৱোছ ৱ’জনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপুৰো আছে।

১৪ দিনীয়া এই অভিযানৰ সমগ্ৰ সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব এই চাৰিজন মহাকাশচাৰী। তাত কমেও ৬০টা পৰীক্ষা কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NASAShubhanshu ShuklaSpace
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d