Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

RS Gandhi:কুখ্যাত আৰএছ গান্ধীৰ মূৰত কাৰ আশীৰ্বাদ !

পৰিৱেশগত অনুমোদনৰ ম্যাদ উকলাৰ পাছতো অব্যাহত ৰাখিছে পাহাৰত বিস্ফোৰণ ,কোটি কোটি টকাৰ ৰাজহ ফাকি, কাৰ্বি আংলঙৰ পানীমাৰাত অবৈধ শিল খন

publisher by publisher
June 27, 2025
in Assam, Crime, News
Reading Time: 1 min read
0
RS Gandhi:কুখ্যাত আৰএছ গান্ধীৰ মূৰত কাৰ আশীৰ্বাদ !
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

Karbianglong Missing:কাৰ্বি আংলঙত নির্বাচনী বিষয়া নিৰুদ্দেশ !

 Karbianglong:প্ৰশিক্ষণ উৰণতেই বিপৰ্যয়! ভূপতিত যুদ্ধ বিমান

RS Gandhi:

স্বয়ং ন্যায়ালয় আৰু কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ৰ নিৰ্দেশ অমান্য কৰি কাৰ্বি আংলঙৰ পানীমাৰাত এজন কুখ্যাত ব্যৱসায়ীয়ে কোটি কোটি টকাৰ ৰাজহ ফাকি দি শিলৰ খনন আৰু সৰবৰাহ অব্যাহত ৰাখি লুণ্ঠনৰাজ চলাই আহিছে। অভিযোগ অনুসৰি, দিছপুৰৰ প্রভাৱশালী চক্রক হাত কৰি ৰণবীৰ সিং গান্ধী (আৰ এছ গান্ধী) নামৰ এই কুখ্যাত ব্যৱসায়ীজনে অবৈধভাবে শিল খনন আৰু সৰবৰাহ কৰি আহিছে।

ADVERTISEMENT

এই অবৈধ কাৰবাৰ অব্যাহত ৰাখিবলৈ তেওঁ বন বিভাগ আৰু একাংশ আৰক্ষী বিষয়াকো হাত কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে। পোহৰলৈ অহা তথ্য অনুসৰি, পূব কাৰ্বি আংলং বন সংমণ্ডল প্ৰাধিকাৰী (ডিএফঅ’)য়ে শিলৰ মহল বন্ধ কৰিবলৈ দিয়া নির্দেশকো ভ্রুকুটি কবি ব্যৱসায়ীজনে শিলৰ খনন আৰু সৰবৰাহ অব্যাহত ৰাখিছে। আনকি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ৰ পৰিৱেশগত অনুমোদনৰ ম্যাদ উকলাৰ পাছতো ব্যৱসায়ীজনে শিলৰ মহলত ধাৰাবাহিকভাৱে বিস্ফোৰণ ঘটাই লুণ্ঠনৰাজ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।

জিলাখনত মাটি লীজত লৈ কুখ্যাত ব্যৱসায়ীজনে লুণ্ঠনৰাজ চলোৱাৰ তথ্য সম্পর্কত শেহতীয়াকৈ অভিযোগ পোৱা গৈছে। ব্যৱসায়ীজনে কাৰ্বি আংলং জিলাৰ দ্বাৰ বামুণী মৌজাৰ বৰজুৰি (এনচি) গাঁৱৰ কণিকা ৰংহাংপিৰ মাটিও লীজত লৈ লুণ্ঠন চলাইছে। মহিলাগৰাকীৰ স্বামী চন্দন বৰাই প্ৰকাশ কৰা অনুসৰি, তেওঁৰ পত্নীৰ নামত থকা ৩০ বিঘা মাটি কুখ্যাত আৰ এছ গান্ধীয়ে ২০১৭ৰ ১১ জুলাইত চুক্তিপত্ৰৰ জৰিয়তে ১২ বছৰৰ বাবে লীজত লয়। দুয়োপক্ষৰ মাজত হোৱা বুজাবুজি অনুসৰি, প্ৰথম দুবছৰ মাটিৰ ভাড়াৰ বাবদ প্ৰতি বছৰে দুই লাখ ৪০ হেজাৰ টকাকৈ আৰু পাছৰ ১০ বছৰ ৩০ হেজাৰ টকাকৈ মাটিৰ গৰাকীয়ে পাব।

এই ক্ষেত্রত সম্মত হৈ দুয়ো পক্ষই চুক্তিপত্ৰত স্বাক্ষৰ কৰে। বৰাই অভিযোগ কৰা অনুসৰি, পানীমাৰা এক, দুই আৰু তিনি নম্বৰত থকা শিলৰ মহলকেইটা আৰ এছ গান্ধীয়ে লীজত লয় যদিও পৰিৱেশগত কাৰণত পানীমাৰা এক আৰু পানীমাৰা দুইৰ শিলৰ মহলকেইটা বন্ধ হয়। পৰৱৰ্তী সময়ত কুখ্যাত ব্যবসায়ীজনে পানীমাৰা তিনিৰ শিলৰ মহলত খনন আৰম্ভ কৰে। এই শিলৰ মহলত সাত বছৰৰ বাবে খনন চলাব বুলি ৰাজহ আদায় দি ব্যৱসায়ীজনে পৰিৱেশগত অনুমোদন উলিয়ায়।

আনহাতে, জিলাখনৰ উত্তৰ-পশ্চিম পার্কুপ পাহাৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ পানীমাৰাৰ শিলৰ মহলত বাবদ সাত বছৰৰ বাবে শিল খনন কৰিব বুলি ব্যৱসায়ীজনে তিনি লাখ ঘনমিটাৰ শিলৰ বাবদ ৰাজহ আদায় দিয়ে। সম্প্রতি অভিযোগ উত্থাপন হৈছে যে বিগত সাত বছৰত তেওঁ ৭০ লাখৰো অধিক ঘনমিটাৰ শিল খনন আৰু সৰবৰাহ কৰে। দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ আশীৰ্বাদত আৰ এছ গান্ধী বাহিনীয়ে এখন চালানৰে ২০-৩০ বাৰ পৰ্যন্ত শশ ডাম্পাৰৰে শিল সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে।

সাত বছৰত তিনি লাখ ঘনমিটাৰ শিল খননৰ অনুমতি লৈ কুখ্যাত ব্যৱসায়ীজনে পানীমাৰা তিনি নম্বৰ শিলৰ মহলত আঢ়ৈশ মিটাৰ গভীৰ দ গাঁত খান্দি ৭০ লাখৰো অধিক ঘনমিটাৰ শিল সংগ্ৰহ কৰি সৰবৰাহ কৰে। অভিযোগ অনুসৰি, উক্ত শিলৰ মহলৰ পৰিৱেশগত অনুমোদনৰ ম্যাদ যোৱা ২১ মে’ত অন্ত পৰে। তাৰ পাছতো দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ আশীৰ্বাদত কুখ্যাত ব্যৱসায়ীজনে কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্রণালয়কো ভ্রূকুটি কৰি পানীমাৰা তিনি নম্বৰ শিলৰ মহলত বিস্ফোৰণ ঘটাই শিলৰ খনন অব্যাহত ৰাখিছে।

উল্লেখ্য যে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ে এএছই/এএ১৬১১/২০২১/ইচি/১৭/১৪৭১ নম্বৰৰ ফাইলৰ জৰিয়তে যোৱা ন এপ্ৰিলত চলিত বৰ্ষৰ ২১ মে’লৈকে ১৫ হেজাৰ ঘনমিটাৰ শিল খননৰ বাবে পৰিৱেশগত অনুমোদন দিয়ে। এই অনুমোদনৰ ম্যাদ উকলি যোৱাৰ পাছতো গান্ধী বাহিনীয়ে পানীমাৰা তিনি নম্বৰ শিলৰ মহলত শিল খনন কৰি সৰবৰাহ কৰি আছে। উক্ত শিলৰ মহলৰ কাষতে পাহাৰৰ ওপৰত স্থাপন কৰা শিল ভঙা মেচিনলৈ প্রথমে এই শিল সৰবৰাহ কৰা হয়।

এই সম্পর্কত পূব কার্বি আংলং বন সংমণ্ডল প্ৰাধিকাৰীক এজন ব্যক্তিয়ে ই-মেইলযোগে অভিযোগ দিয়াত বন সংমণ্ডল প্ৰাধিকাৰীয়ে যোৱা ছয় জুনত বি/কেএই/কমপ্লেইন/২০২৫/২৬/১৯৫৫ নম্বৰৰ পত্ৰৰ জৰিয়তে পানীমাৰা এক, দুই আৰু তিনি নম্বৰ শিলৰ মহলকেইটা বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে। আশ্চর্যজনক যে বন প্রাধিকাৰীয়ে এই নির্দেশ জাৰি কৰাৰ পাছতো শিলৰ খনন আৰু সৰবৰাহ অব্যাহত ৰাখিছে।

আনহাতে, অভিযোগকাৰী বৰাই কয় যে ২০১৭ৰ ১১ জুলাইত তেওঁৰ পত্নীৰ নামত থকা পানীমাৰা তিনি নম্বৰ শিলৰ মহলৰ ৩০ বিঘা ভূমি লীজত লৈ আৰ এছ গান্ধীয়ে এই মাটি দশৰথ তীছ’ নামৰ এজন লোকৰ নামলৈ পৰিৱৰ্তন কৰে। ইয়াৰ বিৰুদ্ধে তেওঁলোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে শিলৰ মহলটোত কাম বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰে।

ন্যায়ালয়ে এই নির্দেশ জাৰি কৰাৰ পাছতো শিলৰ মহলটোত খনন অব্যাহত আছে বুলি বৰাই অভিযোগ উত্থাপন কৰে। এই সম্পর্কত তেওঁ কয়, ‘উচ্চ ন্যায়ালয়ে মহলটোত কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত আমি কিছুদিন পূর্বে মহলটোত উপস্থিত হৈ কাম বন্ধ কৰাওঁ; কিন্তু আজি দেখিবলৈ পাওঁ যে মহলটোত পূর্ণগতিত শিল ভঙা কাম অব্যাহত আছে।’ অভিযোগ অনুসৰি, চাৰিশাৰীযুক্ত ঘাইপথ নির্মাণত নিয়োজিত কোম্পানীক আৰ এছ গান্ধী বাহিনীয়ে শিলৰ যোগান ধৰে।

সম্প্ৰতি পানীমাৰা তিনি নম্বৰ শিলৰ মহলৰ পৰা কুখ্যাত ব্যৱসায়ীজনে তেজপুৰলৈকো শিলৰ যোগান ধৰি আছে। দৈনিক শশ ডাম্পাৰে তেওঁৰ শিল ভঙা থলীৰ পৰা শিল কঢ়িয়াই আছে। এই সকলো অবৈধ বেহা চৰকাৰ-প্ৰশাসনৰ জ্ঞাতসাৰেই চলি থকাৰ অভিযোগ উত্থাপন হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Illegal Rocks MiningkarbianglongRs gandhi
publisher

publisher

Related Posts

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d