Kaziranga National Park:
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান এলেকাত ন’ পার্কিং জ’ন ঘোষণা প্ৰশাসনৰ ৷ ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কলিয়াবৰ সমজিলা প্ৰশাসনে জাৰি কৰে নিৰ্দেশনা ৷ কাজিৰঙা এলেকাত পথৰ কাষত ৰখাব নোৱাৰিব কোনো বাহন। বাগৰী বনাঞ্চলৰ অন্তৰ্গত অঞ্চলত এতিয়াৰ পৰা কোনো বাহন কৰিব নোৱাৰিব পাৰ্কিং ৷
ADVERTISEMENT






























