Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Formation of Jamuguri-Kujidah Panchayat:জল্পনা-কল্পনাৰ অন্ত পেলাই জামুগুৰি-কুজীডাঁহ পঞ্চায়ত গঠন

সভাপতি হিচাপে নিৰ্বাচিত জ্যোতিস্না দাস

publisher by publisher
July 12, 2025
in Assam, News
Reading Time: 1 min read
0
Formation of Jamuguri-Kujidah Panchayat:জল্পনা-কল্পনাৰ অন্ত পেলাই জামুগুৰি-কুজীডাঁহ পঞ্চায়ত গঠন
8
SHARES
79
VIEWS
ShareShareShareShare

RelatedPosts

 Tinsukia Zila Parishad :তিনিচুকীয়া জিলা পৰিষদ গঠনত অনিয়ম !

Formation of Jamuguri-Kujidah Panchayat:

নগাঁও জিলাৰ ৰহা সমষ্টিৰ অধীনস্থ জামুগুৰি-কুজীডাঁহ গাঁও পঞ্চায়তটোত পঞ্চায়ত গঠনত বিলম্ব হোৱাৰ ফলত যোৱা সপ্তাহটো একপ্ৰকাৰ বিজয়ী দহ গৰাকী প্ৰাৰ্থীৰ মাজত অব্যাহত আছিল বিভিন্ন জল্পনা-কল্পনা ৷ আন আন পঞ্চায়ত সমূহৰ দৰে এই পঞ্চায়তটোতো যোৱা ৪ জুলাইত পঞ্চায়ত গঠনৰ দিন আছিল যদিও প্ৰাৰ্থী সকলৰ মাজত সভাপতি পদক লৈ সৃষ্টি হোৱা মতবিৰোধৰ বাবেই শুকুৰবাৰৰ দিনটোলৈ পিছুৱাই দিয়া হৈছিল পঞ্চায়ত গঠনৰ তাৰিখ ৷

ADVERTISEMENT

এই সময়ছোৱাটো সভাপতি পদ প্ৰত্যাশী প্ৰাৰ্থী দুই-তিনিগৰাকীৰ মাজত ভিতৰি ভিতৰি চলি আছিল এক যেন অঘোষিত যুদ্ধ ৷ শুকুৰবাৰেএই যুদ্ধৰ আখৰা সমাপ্ত কৰি বিয়লি ভাগলৈ পাখিমৰীয়া উন্নয়ন খণ্ডত অনুষ্ঠিত হয় পঞ্চায়ত গঠনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া ৷ যোৱা ৪ জুলাইত চাৰিগৰাকী প্ৰাৰ্থী পঞ্চায়ত গঠনৰ সময়ত আঁতৰি থকাৰ বাবেই থমকি ৰ’বলগীয়া হৈছিল পঞ্চায়ত গঠনৰ সকলো প্ৰক্ৰিয়া ৷

অৱশেষত সকলো প্ৰতীক্ষাৰ অন্ত পেলাই জামুগুৰি-কুজীডাঁহ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে শুকুৰবাৰে একপ্ৰকাৰ নতুন মোৰ লয় ৷ পূৰ্বতে বটদ্ৰৱা সমষ্টিৰ অধীনস্থ এই পঞ্চায়তটো সমষ্টি পুনৰ নিদ্ধাৰণ প্ৰক্ৰিয়াত ৰহা সমষ্টিত সংযোজিত হোৱাৰ পিছত প্ৰথমবাৰলৈ পঞ্চায়ত গঠনত সৃষ্টি হয় এক অচলা অৱস্থা ৷ য’ত বিধায়ক শশী কান্ত দাসেও সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ হৈ পৰে অপাৰগ ৷

অৱশ্যে তাৰ মাজতে শুকুৰবাৰে গণতান্ত্ৰিক পদ্ধতিৰে পঞ্চায়তটোৰ সভাপতি পদ প্ৰত্যাশী জ্যোতিস্না দাস আৰু সোণমণি বৰাৰ মাজত অনুষ্ঠিত হয় নিৰ্বাচন ৷ নিৰ্বাচনত দুয়ো গৰাকী প্ৰাৰ্থীয়ে পাঁচটাকৈ ভোট লাভ কৰি নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে যদিও অৱশেষত টচ্‌ৰ সহায় ল’বলগীয়া হয় ৷ টচ্‌ত জ্যোতিস্না দাসে জয় লাভ কৰি একপ্ৰকাৰ নিজৰ বিজয় সাব্যস্ত কৰে ৷

আনহাতে উপ-সভাপতি পদ প্ৰত্যাশী নিৰ্মালী দাস আৰু পুনম দেৱীৰ মাজত হোৱা নিৰ্বাচনৰ অন্তত নিৰ্মালী দাসে ছটা ভোট লাভ কৰি জয় সুনিশ্চিত কৰাৰ বিপৰীতে পুনম দেৱীয়ে ৪ টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে ৷ শেহতীয়াকৈ জামুগুৰি-কুজীডাঁহ পঞ্চায়তটো গঠনৰ সফল সমাপ্তিয়ে ৰাইজলৈ আশাৰ বাণী কঢ়িয়াই আনিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Formation New CommitteeJamuguri-Kujidah PanchayatNews President Jyotisna Das
publisher

publisher

Related Posts

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d