Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 Tinsukia Zila Parishad :তিনিচুকীয়া জিলা পৰিষদ গঠনত অনিয়ম !

সভাপতি নিৰ্বাচিত ভাদেশ্বৰ মৰাণ,উপ সভানেত্ৰী পদত চিত্ৰলেখা দুৱৰা চোনা, উপ-সভানেত্ৰী চিত্ৰলেখাকলৈ অসন্তুষ্টি গৰিষ্ঠসংখ্যক জিলা পাৰিষদ সদস্যৰ, নিৰ্বাচনত হেঁচা প্ৰয়োগ কৰি ভোটদানৰ পৰা বঞ্চিত কৰাৰ অভিযোগ বিধায়ক সঞ্জয় কিষাণৰ বিৰুদ্ধে

publisher by publisher
July 30, 2025
in News, Assam
Reading Time: 1 min read
0
 Tinsukia Zila Parishad :তিনিচুকীয়া জিলা পৰিষদ গঠনত অনিয়ম !
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Formation of Jamuguri-Kujidah Panchayat:জল্পনা-কল্পনাৰ অন্ত পেলাই জামুগুৰি-কুজীডাঁহ পঞ্চায়ত গঠন

Matriculation Admit Card Irregularities in Nagaon:নগাঁৱত মেট্ৰিক পৰীক্ষাৰ এডমিট কার্ডত বিসংগতি

 Tinsukia Zila Parishad :

তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি, উপ-সভাপতিৰ বাচনি আজি আনুষ্ঠানিকভাৱে অনুষ্ঠিত হয় ৷ এই বাচনি অনুষ্ঠানত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ, এগৰাকী বিজেপিৰ ৰাজ্যিক নেতা আৰু তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে বহু বিজেপি কৰ্মী ৷

ADVERTISEMENT

জিলা পৰিষদৰ সভাপতি হিচাপে পুৰণি পুখুৰী জিলা পৰিষদ সমষ্টিৰ পৰা বিজয়ী হোৱা ভাদেশ্বৰ মৰাণক সভাপতি হিচাপে বাচনি কৰে ৷ আনহাতে উপ-সভাপতিৰ পদটো মহিলাৰ বাবে সংৰক্ষিত হোৱাত গৰিষ্ঠ সংখ্যকৰ আপত্তিৰ পাছতো গুঁইজান জিলা পৰিষদ সমষ্টিৰ পৰা জয়ী হৈ অহা চিত্ৰলেখা দুৱৰা চুনাক উপ-সভাপতি হিচাপে বাচনি কৰে ৷

ইয়াকেলৈ তিনিচুকীয়া জিলা পৰিষদৰ মুঠ ২২ গৰাকী সদস্যৰ ভিতৰত ১৭ গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে যোৱা ২৫ জুলাইত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস তিনিচুকীয়া ভ্ৰমণলৈ আহোতে জিলা পৰিষদৰ সমিতি বাচনিৰ এক সভাত তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্যালয়ত এক বৈঠকত অংশ লৈছিল ৷ উক্ত বৈঠকত সভাপতি হিচাপে ভাদেশ্বৰ মৰাণক সবৰ্সন্মতিক্ৰমে প্ৰস্তাৱ দিছিল ৷ কিন্তু উপ-সভাপতিৰ পদটো যিহেতু মহিলাৰ বাবে সংৰক্ষিত আছিল সেইবাবে বিজয়ী হোৱা গৰাকীৰ ভিতৰত নিৰ্বাচনৰ বাবে গৰিষ্ঠ সংখ্যকে আহবান জনাইছিল ৷

কিন্তু বিভিন্ন কাৰণত নিৰ্বাচনৰ পৰিৱৰ্তে চিত্ৰলেখা দুৱৰা চুনাক উপ-সভাপতিৰ বাবে বাচনি কৰিবলৈ এটা পক্ষই হেঁচা প্ৰয়োগ কৰে ৷ সেয়ে বিজয়ী হোৱা ১৭ গৰাকী সদস্য-সদস্যাই স্বাক্ষৰ কৰি এই সন্দেহ প্ৰকাশ কৰি তিনিচুকীয়া জিলা পৰিষদৰ উপ-সভাপতি পদৰ বাচনিৰ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতিলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ৷

এই পত্ৰত উল্লেখ কৰিছিল যে পঞ্চায়ত নিৰ্বাচনৰ অন্ত তিনিচুকীয়া জিলা পৰিষদত বিজেপিয়ে সুন্দৰ কৰ্মসূচী আৰু ৰাইজৰ আশীৰ্বাদত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ পিছত জিলা পৰিষদৰ সমিতি গঠনৰ বাচনি প্ৰক্ৰিয়া চলি আছে ৷ এই প্ৰক্ৰিয়াৰ চূড়ান্ত সিদ্ধান্ত ২৯ জুলাইত ল’বলৈ জিলা প্ৰশাসনে দিন ধাৰ্য কৰিছে ৷ বিশেষকৈ উপ-সভাপতি পদৰ বাবে জিলা পৰিষদৰ বিভিন্ন সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপিৰ সদস্যৰ একমত প্ৰতিফলন কৰি এই বাচনি বিজেপিৰ পূৰ্ব পৰম্পৰা অক্ষুণ্ণ ৰাখি সৰ্বসন্মত মতদান প্ৰক্ৰিয়াৰে সূচাৰুপে সম্পন্ন কৰাৰ বাবে অনুৰোধ জনাইছিল ৷

কিন্তু দেখা গ’ল তেওঁলোকৰ আহবানক নেওচি বিভিন্ন প্ৰকাৰে চল চাতুৰি হেঁচা প্ৰয়োগ কৰি চিত্ৰলেখা দুৱাৰ চুনাক উপ-সভাপতি হিচাপে বাচনি কৰে ৷ অভিযোগ পোৱা মতে এই পদৰ বাবে জয়ী হৈ অহা আন চাৰিগৰাকী মহিলা সদস্যা ক্ৰমে হাপজান সমষ্টিৰ জেউতী মৰাণ, ডুমডুমা সমষ্টিৰ পাৰুমণি মহন্ত, টঙনা সমষ্টিৰ ৰশ্মিৰেখা দহোতীয়া আৰু কুণ্ডিল সমষ্টিৰ ৰূপালী গগৈয়ে মনোনয়ন পত্ৰ দিছিল ৷

কিন্তু অভিযোগ পোৱা মতে বিশেষকৈ বিধায়ক সঞ্জয় কিষাণে বিভিন্ন হেঁচা দি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিদিলে ৷ তেওঁলোকে এইয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশ বুলি সকলোৰে আপত্তি থকাৰ পাছতো নিৰ্বাচনী প্ৰক্ৰিয়ালৈ ন’গৈ চিত্ৰলেখা দুৱৰা চুনাক উপ-সভাপতিৰ বাবে বাচনি কৰে ৷

উল্লেখ্য যে জিলা সভাপতিয়ে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰী গৰাকীয়ে কোৱা মতে যি সমষ্টিত বৰ্তমান বিধায়ক নাই সেই সমষ্টিৰ প্ৰাৰ্থীক গুৰুত্ব প্ৰদান কৰিবলৈ কোৱাৰ বাবে মাকুম বিধান সভা সমষ্টিৰ অন্তৰ্গত গুঁইজান জিলা পৰিষদৰ সদস্যাক উপ-সভাপতি হিচাপে বাচনি কৰিছে ৷ কিন্তু আজি প্ৰথম গঠন হোৱাৰ দিনাই গৰিষ্ঠ সংখ্যকে অসন্তোষ প্ৰকাশ কৰিছে ৷ সেয়ে ভৱিষ্যতে এই অসন্তোষে অন্য ৰূপ লোৱাৰ সম্ভাৱনাই অধিক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Formation New CommitteeIrregularitiesMember DissatisfactionTinsukia Zila Parishad
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d