Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
July 14, 2025
in Assam, News
Reading Time: 1 min read
0
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

অৱসৰ গ্ৰহণ কৰিবনে মোদীয়ে ?

# প্রাঞ্জলসেন ডেকা

৭৫ বছৰ বয়সত যদি আপোনাক এখন শ্বল দি সম্বর্ধনা জনোৱা হয়, তেন্তে বুজিব যে আপুনি বুঢ়া হৈছে আৰু কেতবোৰ দায়িত্বৰ পৰা আঁতৰি যোৱাৰ সময় হৈছে। তেতিয়াই আপুনি পদ এৰি নতুন চামক দায়িত্ব এৰি দিব লাগিব। প্রয়াত মৰোপন্ত পিংগলেৰ ভাষ্যৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক (মুৰব্বী) মোহন ভাগৱতে অলপতে এক অনুষ্ঠানত দাঙি ধৰা এই বক্তব্যই দেশৰ ৰাজনীতিত ব্যাপক চৰ্চাৰ খোৰাক যোগাইছে। পিংগলে আছিল ৰাম জনমভূমি আন্দোলনৰ স’তে নিবিড়ভাৱে জড়িত সংঘৰ এজন গুৰুত্বপূৰ্ণ নেতা। অহা ১৭ ছেপ্টেম্বৰত ৭৫ বছৰত ভৰি দিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰিয়ে ভাগৱতে এই বক্তব্য দাঙি ধৰা বুলি চৰ্চিত হৈছে।

ADVERTISEMENT

ইয়াৰ সমান্তৰালভাবে মোদীয়ে সঁচাকৈয়ে ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব নেকি তাক লৈও কৌতূহলৰ সৃষ্টি হৈছে। বিজেপি প্ৰমুখ্যে সংঘৰ অধীনৰ বিভিন্ন সংগঠনৰ বাবে ইয়াৰ মুৰব্বীৰ ভাষ্যক আওকাণ কৰাটো যে তেনেই সহজ নহয়, সেয়া বহুলভাৱে প্রচলিত। সেয়েহে এইবাৰ কি হ’ব, তাক লৈ ভিন্ন মত থাকিলেও ইয়াৰ পৰিণতিক লৈ সকলোৱে আগ্ৰহৰে বাট চাইছে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অথবা ইয়াৰ ছত্ৰছায়াত লালিত-পালিত কোনো সংগঠনত ৭৫ বছৰত অৱসৰ গ্ৰহণৰ কোনো ধৰা-বন্ধা নীতি নাই; কিন্তু ২০১৪ত মোদী প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈ বিজেপিৰ কর্তৃত্ব কুক্ষিগত কৰাৰ পাছত দলৰ অন্যতম প্রতিষ্ঠাপক নেতা লালকৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশীৰ লগতে যশৱন্ত সিং, শান্তা কুমাৰ প্ৰমুখ্যে শীর্ষস্থানীয় নেতাসকলক মন্ত্রিত্ব অথবা কোনো ধৰণৰ দায়িত্ব প্ৰদানৰ পৰা বিৰত থাকে, তেওঁলোকে ৭৫ বছৰ বয়স অতিক্ৰম কৰাৰ অজুহাতত। পৰৱৰ্তী পর্যায়ত এই জ্যেষ্ঠ নেতাসকলক দলীয় প্রার্থিত্বৰ পৰাও বঞ্চিত কৰি তথাকথিত মাৰ্গদর্শন মণ্ডলৰ অন্তর্ভুক্ত কৰে। তেনেদৰেই ৭৫ বছৰক অৱসৰ গ্ৰহণৰ সময়সীমা ৰূপে প্রধানমন্ত্রী মোদীৰ তৎপৰতাত এক অঘোষিত নীতিত পৰিণত কৰা হয়।

অৱশ্যে মোদীৰ প্ৰয়োজন অনুসৰি সেই সীমা উলংঘনৰ দৃষ্টান্তও নাই বুলি ক’ব নোৱাৰি। বি এছ য়েডুৰাপ্পাক ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো কৰ্ণাটকৰ মুখ্যমন্ত্রী পদত অধিষ্ঠিত কৰা হৈছিল। তেনেদৰেই গুজৰাটৰ মুখ্যমন্ত্রী আনন্দি বেন পেটেলে ৭৫ বছৰ হোৱা বাবেই অৱসৰ গ্ৰহণ কৰিলেও তেওঁক উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰূপে নিযুক্তি প্ৰদান কৰা হৈছিল যাতে যোগী আদিত্যনাথ চৰকাৰৰ সকলো গতিবিধিৰ সম্পৰ্কত প্রধানমন্ত্রী মোদীয়ে সম্পূর্ণ আৰু সঠিকভাৱে তথ্য লাভ কৰি থাকে। এইসকলৰ উপৰি আন দুই-এজন নেতাকো ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে ৰাজ্যপাল আদি পদত অধিষ্ঠিত কৰা হয়।

এনে কাৰণতে প্রধানমন্ত্রী মোদীয়ে ৭৫ বছৰত উপনীত হোৱাৰ পাছত অৱসৰ গ্ৰহণ কৰিব নে তাক লৈ সময়ে সময়ে প্রশ্ন উত্থাপিত হৈ আহিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এনে কোনো নিয়ম বিজেপিত নাই বুলি উল্লেখ কৰি মোদীয়ে অৱসৰ গ্ৰহণ কৰাৰ প্ৰশ্নই নুঠে বুলি ইতিমধ্যে একাধিকবাৰ ঘোষণা কৰিছে; বৰঞ্চ ২০২৯ তো মোদীৰ নেতৃত্বতে বিজেপিয়ে নির্বাচনত অৱতীর্ণ হ’ব বুলিও তেওঁ দাবী কৰিছে। সেয়ে হ’লেও ৭৫ত অৱসৰৰ কথা সংঘৰ মুৰব্বী ভাগৱতে দাঙি ধৰাৰ লগে লগে প্রসংগটোৱে সর্বাধিক গুৰুত্ব লাভ কৰাটো স্বাভাবিক।

পিংগলেৰ জীৱন আৰু কৰ্মৰ আধাৰত প্ৰস্তুত কৰা গ্ৰন্থ এখনৰ উন্মোচনী অনুষ্ঠানত ভাগৱতে প্রয়াত নেতাজনৰ উদ্ধৃতিৰে অৱসৰৰ প্ৰসংগটো উত্থাপন কৰে। লক্ষ্যণীয়ভাৱে সেই ভাষণ তেওঁ মাৰাঠী ভাষাত প্রদান কৰিছিল যদিও অৱসৰকেন্দ্রিক এই বিশেষ প্রসংগটো তেওঁ হিন্দী ভাষাত দাঙি ধৰে। সেয়েহে প্রধানমন্ত্রী মোদী অথবা আন কাৰো নাম উল্লেখ নকৰি ভাগৱতে কাক উদ্দেশ্য কৰি এই অৱসৰৰ কথা ক’লে, সেয়া বুজিবলৈ কাৰো অসুবিধা নহ’ল।

ইয়াৰে সুযোগ লৈ বিৰোধী দলসমূহ প্রধানমন্ত্রী মোদীৰ অৱসৰৰ প্ৰসংগত সৰৱ হৈ উঠিছে। সংঘৰ সৰসংঘচালক ভাগৱতে মোদীক অৱসৰ গ্ৰহণৰ পৰামৰ্শ দিয়েই এই বক্তব্য উত্থাপন কৰিছে বুলি বিৰোধী নেতৃত্বই প্রতিক্রিয়া প্রকাশ কৰিছে। এই কথাৰ উল্লেখ নিষ্প্রয়োজন যে ভাৰতত ৰাজনীতিকৰ অৱসৰ গ্ৰহণৰ বয়সৰ কোনো সময়সীমা নাই।

সাম্প্রতিক সময়তো কে’বাটাও প্রভাৱশালী ৰাজনৈতিক দলৰ সভাপতি প্ৰমুখ্যে গুৰুত্বপূৰ্ণ পদবীত ৭৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তি অধিষ্ঠিত হৈ আছে, যাৰ ভিতৰত কংগ্ৰেছ অন্যতম। গতিকে তেনে কোনো দলৰ বিজেপিক অৱসৰ গ্ৰহণৰ সম্পৰ্কত পৰামৰ্শ প্ৰদানৰ প্রকৃতপক্ষে নৈতিক অধিকাৰ নাই। অৱশ্যে ভাৰতীয় ৰাজনীতিত নৈতিকতাৰ বিচাৰ পৰ্বতত কাছ কণী বিচৰাৰ লেখীয়াই। ইয়াৰ পূৰ্বেও সংঘৰ পূৰ্বৰ সৰসংঘচালক কে এছ সুদর্শনে ৮০ বছৰলৈ আগবঢ়া তদানীন্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীক অৱসৰ গ্ৰহণ কৰি পৰৱৰ্তী পৰ্যায়ৰ নেতাক সুযোগ প্রদানৰ পৰামৰ্শ আগবঢ়াইছিল।

সুদর্শন আৰু বাজপেয়ীৰ মাজত সম্পর্ক অতি মধুৰ নাছিল বুলি সংশ্লিষ্ট মহল ভালদৰেই অৱগত। অৱশ্যে বাজপেয়ীয়ে তাৰ প্ৰত্যুত্তৰত ‘না টায়ার্ড (ভাগৰুৱা), না ৰিটায়ার্ড (অৱসৰপ্ৰাপ্ত)’ বুলি মন্তব্য কৰি তেনে সম্ভাৱনাক নাকচ কৰিছিল। সেই মর্মেই ২০০৪ ত বাজপেয়ীৰ নেতৃত্বতে বিজেপি তথা এনডিএই সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও পৰাজয়বৰণ কৰাৰ পৰিপ্ৰেক্ষিতত অৱসৰ গ্ৰহণৰ অৱকাশ নাথাকিল। তাৰ লগে লগে অৱসৰৰ প্ৰসংগটোও মোদীৰ আগমনৰ আগলৈকে পাহৰণিৰ গৰ্ভতে সোমাই থাকিল।

বিজেপিয়েই হওক অথবা আন ভ্রাতৃ-ভগ্নী সংগঠনেই হওক, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৃত্তৰ বাহিৰলৈ ওলাই গৈ কাম কৰাটো যথেষ্ট কঠিন। সংঘৰ নির্দিষ্ট নীতি-আদর্শ অনুসৰণ কৰাৰ সমান্তৰালভাৱে বৃহত্তৰ বিষয়সমূহত উভয় পক্ষৰ আলোচনা তথা ঐক্যমতত উপনীত হোৱাটো এক পৰম্পৰা; কিন্তু শেহতীয়া সময়ছোৱাত সংঘ আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত এক ব্যৱধানৰ সৃষ্টি হোৱা বুলি চর্চিত হৈ আহিছে।

সর্বাধিক কালৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰা বিজেপিৰ নেতা হোৱা হেতুকে বিভিন্ন বিষয়ত মোদীয়ে সম্পূর্ণ এককভাৱে সিদ্ধান্ত গ্রহণ কৰি আহিছে। এনেবোৰ ঘটনাই সংঘত অসন্তুষ্টিৰ সৃষ্টি নকৰাকৈ থকা নাই। দৰাচলতে বিজেপি তথা চৰকাৰ যে সংঘৰ কর্তৃত্বৰ পৰা মুক্ত, তাকো প্রতিপন্ন কৰিবলৈ মোদীয়ে প্রচেষ্টা চলাই আহিছে। বিগত ২০২৪ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি সভাপতি জে পি নড্ডাই সংঘৰ সহায় অবিহনেই দল চলিবলৈ সক্ষম বুলি কৰা মন্তব্যই উভয় পক্ষৰ মাজত এক ধৰণৰ তিক্ততাৰ সৃষ্টি কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শক্রমেই নড্ডাই এই ভাষ্য দাঙি ধৰা বুলি সংঘৰ লগতে আন সকলো পক্ষই পতিয়ন যায়। তদুপৰি নিৰ্বাচনত কেৱল ‘মোদীৰ গেৰাণ্টী’ৰ প্ৰচাৰ চলাই কাৰ্যতঃ সংঘ অথবা দলৰ ভূমিকাক একপ্ৰকাৰ নস্যাৎ কৰি পেলায়। সবৰে ওপৰত মোদী-এনে এক ভাৱমূর্তি গঢ়ি তোলাৰ এনে পৰিকল্পনাই ব্যক্তিকেন্দ্ৰিক ৰাজনীতিৰ বিৰোধী সংঘত অসন্তুষ্টিৰ সৃষ্টি কৰাটোৱে স্বাভাৱিক।

ইয়াৰ পাছতে সংঘই দেশজুৰি বিজেপিৰ হৈ পূৰ্বৰ দৰে নিৰ্বাচনী প্ৰচাৰ তথা অন্যান্য কার্যত সহায় আগবঢ়োৱাৰ পৰা বিৰত থাকে। তাৰেই ফলস্বৰূপে চাৰিশৰ অধিক আসন লাভৰ দাবী কৰা বিজেপিয়ে সাধাৰণ সংখ্যাগৰিষ্ঠতাও স্পৰ্শ কৰিব নোৱাৰিলে বুলি চর্চিত হয়। তেতিয়াৰে পৰা সংঘ আৰু বিজেপি তথা ঘাইকে প্রধানমন্ত্রী মোদীৰ মাজৰ সম্পৰ্কত উত্থান-পতন পৰিলক্ষিত হয়।

উভয় পক্ষৰ পৰা সম্পৰ্ক সুস্থিৰ কৰি তুলিবলৈ প্রচেষ্টা আৰম্ভ হয়। তাৰে অংশৰূপে প্রধানমন্ত্রী মোদী সংঘৰ নাগপুৰস্থিত মুখ্য কার্যালয়ত উপস্থিত হয় আৰু একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আনহাতে, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু দিল্লীৰ বিধানসভা নিৰ্বাচনত পূৰ্বৰ দৰেই বিজেপিৰ হৈ সংঘ সর্বাত্মকভাৱে জঁপিয়াই পৰে। এই তিনিওখন ৰাজ্যতে বিজেপিয়ে অভাৱনীয় বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

গতিকে ভাগৱতৰ মন্তব্যৰ পাছত যে প্রধানমন্ত্রী মোদী চাপৰ সন্মুখীন হ’বলগীয়া হৈছে, তাত সন্দেহৰ অৱকাশ নাই; কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত মোদীয়ে অৱসৰগ্ৰহণৰ সিদ্ধান্ত গ্রহণ কৰিব বুলি আশা কৰিব নোৱাৰি। লক্ষ্যণীয় যে মোদীয়ে ৭৫ বছৰত ভৰি দিয়াৰ মাত্ৰ ছদিন পূর্বে অহা ১১ ছেপ্টেম্বৰত সৰসংঘচালক ভাগৱতেও ৭৫ বছৰত ভৰি দিব। যদিহে সেইদিনা পিংগলেৰ পৰামৰ্শ স্মৰণ কৰি তেওঁ পদৰ পৰা অৱসৰ ঘোষণা কৰে, তেন্তে মোদী যে অধিক চাপত পৰিব সেই কথা বুজিবলৈ অসুবিধা নহয়।

অহা দুই অক্টোবৰত বিজয়া দশমীৰ দিনাৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰ্ষজোৰা শতবর্ষ উদযাপন কাৰ্যসূচী আৰম্ভ হ’ব। সেয়েহে এনে এক সময়ত ভাগৱতে দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণ নকৰিলেও তেওঁৰ উত্তৰাধিকাৰৰ নাম ঘোষণা কৰি অৱসৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। তেতিয়াও সেই একেই নীতি অনুসৰণ কৰি মোদীয়ে অৱসৰৰ বিষয়ে ভাবিবলৈ বাধ্য হ’ব পাৰে।

তদুপৰি বিজেপিৰ নতুন সভাপতি বাছনিৰ ক্ষেত্ৰতো ইয়াৰ এক ইংগিত পোৱা যাব বুলি ধাৰণা কৰিব পাৰি। এই কথা আৰু লুকাই থকা নাই যে সংঘ আৰু মোদীৰ মাজত ঐক্যমত নোহোৱা বাবেই এই পর্যন্ত নতুন সভাপতিৰ বাছনি সম্ভৱ হোৱা নাই। এই ক্ষেত্ৰত যদি সংঘৰ পছন্দই অগ্ৰাধিকাৰ লাভ কৰে তেন্তে মোদীৰ ওপৰত চাপ অধিক বৃদ্ধি পাব। অৱশ্যে ৰাজনীতিত কোনো কথাই আগতীয়াকৈ নিশ্চিত কৰাটো সম্ভৱ নহয়। সেয়েহে অহা ছেপ্টেম্বৰলৈ সকলোৱে উৎকণ্ঠাৰে বাট চাইছে।

এই কথা ঠিক যে প্রধানমন্ত্রী মোদীয়ে দায়িত্বভাৰ গ্ৰহণৰ পাছৰে পৰা সংঘৰ হিন্দুত্ববাদী বিচাৰধাৰা অনুসৰি কে’বাটাও গুৰুত্বপূর্ণ পদক্ষেপ কাৰ্যকৰী কৰিছে। তেনে ক্ষেত্রত নির্বাচিত জনপ্রতিনিধিৰ বাবে ৭৫ বছৰত অৱসৰ গ্ৰহণৰ এক নতুন নীতি নির্ধাৰণ কৰিব পাৰে। ইয়াৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিভিন্ন উন্নত তথা গণতান্ত্রিক দেশত অনুসৰণ কৰি অহাৰ লেখীয়াকৈ একোটা পদত সর্বাধিক দুটা কার্যকাল কাৰ্যনিৰ্বাহ কৰাৰ নিয়ম ভাৰততো গ্ৰহণ কৰি দৃষ্টান্ত সৃষ্টি কৰি যাব পাৰে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Editor's ArticlePranjalsen DekaWill Modi retire?
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d