Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভালদৰে চাব, মুখ্যমন্ত্ৰীৰ কণ্ঠত-হৃদয়ৰ গভীৰতাত লুকাই আছে ভয়, কাৰণটো তেওঁ জানে: ৰাহুল গান্ধী

publisher by publisher
July 17, 2025
in Assam, News
Reading Time: 1 min read
0
ভালদৰে চাব, মুখ্যমন্ত্ৰীৰ কণ্ঠত-হৃদয়ৰ গভীৰতাত লুকাই আছে ভয়, কাৰণটো তেওঁ জানে: ৰাহুল গান্ধী
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

Rahul Gandhi:✒️’অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে অসমৰ ৰজা বুলি ভাবে আৰু অসমৰ ৰজাই ২৪ ঘণ্টাই কেতিয়াবা আদানী, কেতিয়াবা আম্বানীক আপোনালোকৰ ধন-ভূমি গতাই দিয়াত লাগিছে; কিন্তু আপোনালোকে যদি তেওঁৰ কণ্ঠ মন দি শুনে, টিভিত যদি ভালদৰে চায়, তেতিয়া গম পাব যে তেওঁৰ কণ্ঠৰ পাছত লুকাই আছে ভয়। তেওঁ ডাঙৰ ডাঙৰ কথা কয়, চিঞৰ-বাখৰ কৰে; কিন্তু আপোনালোকে আজি উভতি গৈ টেলিভিছনত তেওঁৰ চেহেৰা চাব, তেওঁৰ কথা শুনিব আৰু আপোনালোকে দেখিব যে তেওঁৰ কণ্ঠত, হৃদয়ৰ গভীৰত আছে ভয়।’

ADVERTISEMENT

বুধবাৰে ছয়গাঁৱত দলীয় কর্মীসভাত আগন্তুক ২০২৬ৰ নিৰ্বাচনৰ ৰণডংকা বজাই এইদৰে কয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলীয় নেতা-কর্মীৰ মনোবল বৃদ্ধিৰ লক্ষ্যৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বনগাঁৱৰ শান্তি নিজৰা ক্লাবৰ পথাৰত আয়োজিত দলীয় সভাখনত ৰাহুলে পুনৰ কয়, ‘কিয়নো তেওঁ জানে এদিন নহয় এদিন কংগ্ৰেছৰ বব্বৰ শেৰ (সিংহ)-এ তেওঁক ধৰি জেলৰ ভিতৰলৈ পঠাব। তেওঁ জানে যে তেওঁ যি দুর্নীতিত লিপ্ত হৈছে, তেওঁৰ পৰিয়াল লিপ্ত হৈছে তাৰ হিচাপ এদিন অসমৰ জনতাক আদায় দিব লাগিব। মই নভবা-নিচিন্তাকৈ কথা নকওঁ। সাধাৰণতে মই যি কওঁ সেয়া বাস্তব হয়। মই ক’ভিডৰ সময়ত, বিমুদ্ৰাকৰণৰ সময়ত, ভুল জিএছটিৰ সময়তো কৈছিলো আৰু তাৰ ফলাফল আপোনালোকে দেখিলে। আজি মই আপোনালোকক কৈছো যে অতি সোনকালে এইসমূহ সংবাদ মাধ্যমেই মুখ্যমন্ত্রী জেললৈ যোৱাৰ দৃশ্য আপোনালোকক দেখুৱাব। ইয়াৰ পৰা তেওঁক মোদী-অমিত শ্বাহে বচাব নোৱাৰিব। আপোনালোকে চাব তেওঁ জেলৰ ভিতৰত আপোনালোকক দেখিব।’

হিমন্ত বিশ্ব শর্মাক জেললৈ পঠোৱাৰ কাম কংগ্ৰেছে নকৰে ৰাহুলে পুনৰ মুখ্যমন্ত্রীক আক্রমণ কৰি কয়, ‘এই কাম কংগ্ৰেছে নকৰে। এই কাম অসমৰ যুৱ, কৃষক, শ্রমিক, অসমৰ সকলো জাতি-ধৰ্মৰ লোকে কৰিব, কিয়নো তেওঁলোকে জানে যে এই লোকজন এজন দুর্নীতিগ্রস্ত লোক। তেওঁ ২৪ ঘণ্টাই কেতিয়াবা সৌৰশক্তি প্রকল্প, কেতিয়াবা ৰিজ’ৰ্ট নিৰ্মাণৰ অজুহাত দেখুৱাই অসমৰ ভূমি হস্তগত কৰে। তেওঁ ২৪ ঘণ্টাই অসমৰ পৰা চোৰ কৰে। এই কথা আপুনি জানে, অসমৰ শিশু এটায়ো জানে। সকলো সংবাদ মাধ্যমে জানে। আমি সংবাদ মাধ্যমক আমাৰ বন্ধু বুলি কওঁ। কিন্তু তেওঁলোক আমাৰ বন্ধু নহয়। কিয়নো আজিকালি তেওঁলোকৰ সঁচা কথা নেদেখুৱাৰ অভ্যাস হৈ গৈছে। হয় নে নহয়। আম্বানী, আদানী আৰু আপোনালোকৰ মুখ্যমন্ত্রীয়ে যি কয় সেয়াই ২৪ ঘণ্টাই দেখুৱাই সংবাদ মাধ্যমে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ চেহেৰা দেখুৱায়। একো ফৰক নপৰে। এইবোৰৰ কোনো প্রভাৱ নপৰে। কিয়নো সত্য কি সেয়া অসমৰ ৰাইজে জানে, অসমৰ ৰাইজৰ হৃদয়ত আছে।’

আগন্তুক নির্বাচনত কংগ্রেছে বিপুল জয় সাব্যস্ত কৰিব ৰাহুলে দাবী কৰে যে আগন্তুক ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছৰ বিপুল জয় হ’ব। তেওঁ কয়, ‘কিছুদিনৰ পাছতে নির্বাচন অনুষ্ঠিত হ’ব। আপোনালোকে দেখিব যে কংগ্রেছে এই নির্বাচনত বিপুল জয় লাভ কৰিব। ইয়াত আমি এক নতুন টীম গঠন কৰিছো।’

ভাষণত ৰাহুলে দেশৰ পৰিস্থিতিৰ বিষয়েও উল্লেখ কৰে আৰু কয় যে এইবোৰ কথা অসমৰ মানুহৰ বাবেও গুৰুত্বপূর্ণ। তেওঁ কয়, ‘কিছুদিন পূর্বে মহাৰাষ্ট্ৰত নির্বাচন অনুষ্ঠিত হৈছিল আৰু তাত বিজেপিয়ে ব্যাপক প্ৰৱঞ্চনাৰ আশ্রয় লয়। এই বিধানসভা নির্বাচনত এক কোটি নতুন ভোটাৰৰ সৃষ্টি হয়। লোকসভা নির্বাচন অন্ত পৰাৰ চাৰি মাহৰ ভিতৰত ক’ৰ পৰা এক কোটি নতুন ভোটাৰ আহিল, আমি সেই প্রশ্ন কৰিছিলো দেশৰ নির্বাচন আয়োগক। আজি পর্যন্ত আয়োগে আমাক ভোটাৰ তালিকা নেদেখুৱালে। এই সকলো নতুন ভোটাৰে বিজেপিক ভোট দিলে।’

তেওঁ কয় যে লোকসভা নির্বাচনত কংগ্রেছ মিত্ৰজোঁটৰ জয় হয় আৰু ইয়াৰ চাৰি মাহৰ পাছতে এক কোটি নতুন ভোটাৰ তালিকাভুক্ত হোৱাৰ পাছত বিধানসভাত আমি পৰাজিত হ’লো। বাহুলে আৰু কয় যে তেওঁলোকে ভিডিঅ’গ্রাফীসহ তথ্যসমূহ বিচৰাত সেয়া আয়োগে প্রদান নকৰে তথা আইন সলনি কৰে।

ৰাহুলে কয় যে মহাৰাষ্ট্ৰত বিজেপি আৰু আয়োগে মিলি কৰা জালিয়াতি বিহাৰৰ নিৰ্বাচনতো কৰিবলৈ চেষ্টা চলাইছে। তেওঁ কয়, ‘বিহাৰত আয়োগে নতুন ভোটাৰ তালিকা প্রস্তুত কৰিবলৈ ধৰিছে আৰু ইয়াৰ পৰা লাখ লাখ ভোটাৰৰ নাম কৰ্তন কৰিছে। দুখীয়া শ্রমিক, কৃষক, কংগ্ৰেছ-আৰজেডিৰ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। আমি তাত আন্দোলন কৰি আছো। মহাৰাষ্ট্ৰত কৰাৰ দৰে আৰু বিহাৰত কৰি থকা চেষ্টাৰ দৰেই অসমতো একেই কাম কৰিব বিজেপিয়ে।’

দেশৰ নিৰ্বাচন আয়োগে নিজ কর্তব্য পালন কৰাৰ বিপৰীতে সম্পূৰ্ণৰূপে বিজেপি আৰু দলৰ নেতাসকলৰ কথা মতে কাম কৰা বুলি কংগ্ৰেছ নেতাজনে অভিযোগ কৰে। সেয়েহে কংগ্ৰেছৰ নেতা-কর্মীসকল সতর্ক হৈ থাকিব লাগিব বুলি কয় ৰাহুলে।

অসমত ভোটাৰ তালিকা যাতে শুদ্ধ ৰূপত প্ৰস্তুত কৰা হয় আৰু অসমৰ সকলো ভোটাৰৰ নাম যাতে ইয়াত তালিকাভুক্ত হয়, তাৰ বাবে দলীয় নেতা-কর্মীক সতর্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনায় ৰাহুলে।

অসমত যি হৈছে, দেশতো হৈছে

ৰাহুলে কয়, ‘অসমত যি হৈছে, সেয়া আজি ভাৰততো হৈছে। ইয়াত আপোনালোকৰ হেজাৰ হেজাৰ বিঘা ভূমি যিকোনো অজুহাত দেখুৱাই আদানী-আম্বানী-ৰামদেৱক দিয়া হৈছে। মহাৰাষ্ট্ৰত আৰু দেশৰ চুকে-কোণে এনে কার্য দেশৰ চৰকাৰে কৰি আছে। ক্ষুদ্র ব্যৱসায়ী, কৃষক, শ্রমিক, যিসকল দেশৰ মেৰুদণ্ড তেওঁলোকক শেষ কৰি পেলোৱা হৈছে। পাঁচ-ছজন অর্বুদপতিক ভাৰতৰ ভূমি, পানী, বন আৰু মাটি গতাই দিয়া হৈছে। এইখন এখন যুঁজ। এই দেশ পাঁচ-ছজন অর্বুদপতিৰ নহয়, এই দেশ আপোনালোকৰ অসমৰ যুৱসকলৰ, শ্রমিক কৃষকৰ, ক্ষুদ্ৰ ব্যৱসায়ীৰ।’

দেশৰ যুৱশক্তি নিবনুৱা

ৰাহুলে কয়, ‘আজি এনে পৰিস্থিতি হৈছে যে দেশৰ যুৱশক্তি নিবনুৱা হৈ আছে, মূল্যবৃদ্ধি প্রতিদিনে হৈছে, পেট্র’ল-ডিজেলৰ দাম বাঢ়িছে।’ কংগ্রেছ নেতাজনে কয় যে পূর্বতে চৰকাৰী হাস্পতালত সকলোৱে বিনামূলীয়া চিকিৎসা লাভ কৰিছিল। এইবোৰ এতিয়া ব্যক্তিগতকৰণ কৰা হৈছে। চৰকাৰী হাস্পতাল, চৰকাৰী বিদ্যালয়, চৰকাৰী বিশ্ববিদ্যালয় সকলো ব্যক্তিগতকৰণ কৰা হৈছে বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাহুলে।

তেওঁ কয়, ‘পূর্বতে চৰকাৰী শিক্ষানুষ্ঠানত আপোনালোকে বিনামূলীয়া শিক্ষা লাভ কৰিছিল। এতিয়া স্বাস্থ্য, শিক্ষা সকলোতে হাতৰ ধন ওলাই যায়। এই ধন ক’লৈ যায়? সেই পাঁচ-১০ জন অর্বুদপতিৰ জেপলৈ। বিজেপি আৰু কংগ্ৰেছৰ মাজত এয়াই পার্থক্য। আমি দৰিদ্ৰৰ বাবে যুঁজ দিওঁ।’ তেওঁ কয় যে কংগ্ৰেছে দুখীয়াৰ বাবে মহাত্মা গান্ধী এনৰেগাৰ দৰে আঁচনি হাতত লয় আৰু বিজেপিয়ে অর্বুদপতিৰ হৈ কাম কৰে। ইয়াৰ ফলত দেশৰ কোনো লাভ নহয়।

তেওঁ কয়, ‘দুখন ভাৰতৰ সৃষ্টি হৈছে। এখন অর্বুদপতিৰ আৰু তেওঁলোকৰ সন্তানে যি সপোন মন যায় দেখিব পাৰে। তেওঁলোকৰ বিবাহত হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰা হয়। আম্বানীৰ বিয়া আপোনালোকে দেখিছিলনে? কিন্তু সাধাৰণ নাগৰিকৰ বাবে জাপি দিয়া হৈছে ভুল জিএছটি, মূল্যবৃদ্ধি, অগ্নিবীৰ আৰু ব্যক্তিগতকৰণ। আমি ইয়াৰ বিৰোধিতা কৰো আৰু এই যুঁজখন মতাদৰ্শৰ যুঁজ।’

পুনৰ মুখ্যমন্ত্রী ড° শৰ্মাক আক্ৰমণ কৰি ৰাহুলে কয়, ‘টিভিত মুখ্যমন্ত্রীৰ চকুলৈ ভালদৰে চাব। লুকাই থকা ভয় দেখা পাব। মনত ৰাখিব, নিৰ্বাচনৰ পাছত এই সংবাদ মাধ্যমতে বাতৰি পাব, তেওঁ জেলত থকা।’

দলীয় কর্মীসকলক সিংহ-সিংহিনী বুলি আখ্যা

কংগ্রেছ নেতাজনে দলীয় কর্মীসকলক উদ্দেশি কয়, আপোনালোক কংগ্ৰেছৰ সিংহ আৰু সিংহিনী। সিংহ আৰু সিংহিনীয়ে কাকো ভয় নকৰে। আপোনালোক আমাৰ ৰাজহাড়। আপোনালোকৰ ডিএনএত কংগ্ৰেছৰ চিন্তাধাৰা নিমজ্জিত হৈ আছে।’

ৰাহুলে কয় যে সমগ্র দেশতে এখন যুঁজ চলিছে। এফালে আৰএছএছৰ ঘৃণা আৰু হিংসা, বিভাজনৰ, ভ্রাতৃঘাতী সংঘৰ্ষৰ, চিন্তাধাৰাৰ আৰু আনহাতে, কংগ্ৰেছৰ সততা-অহিংসা, মিলনৰ, ঘৃণা উপশমৰ চিন্তাধাৰাৰ যুঁজ চলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Viswa SarmaRahul Gandhi
publisher

publisher

Related Posts

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d