Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

OIL:অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডজ্ঞানহীন কর্মত দুর্ভোগ ভুগিছে জনতাই

পথৰ দুৰৱস্থা : পথৰ মাজত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত

publisher by publisher
July 17, 2025
in Assam, News
Reading Time: 1 min read
0
OIL:অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডজ্ঞানহীন কর্মত দুর্ভোগ ভুগিছে জনতাই
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

চেনিযুক্ত পানীয়-পিজ্জা-বাৰ্গাৰ-চিপছ আদি বৰ্জনৰ আহ্বান বিশেষজ্ঞৰ

India-Russia : ইৰাক-ছৌদি আৰৱকো পিছ পেলালে ৰাছিয়াই

Hair Care : চুলি সৰা ৰোধ কৰে এই ৫ বিধ তেলে , জানিবলৈ পঢ়ক –

OIL:

ডিগবৈ-দুলীয়াজান সংযোগী একমাত্র পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দুর্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। অইল ইণ্ডিয়া লিমিটেডৰ অধীনস্থ পথটোৰ দুৰৱস্থাৰ বাবে দীর্ঘদিনৰ পৰা জীয়াতু ভোগ কৰি আহিছে পথচাৰীসকলে। সদ্যব্যস্ত পথটোৰে দৈনিক অইল ইণ্ডিয়া লিমিটেডৰ সৰু-বৰ শ শ যান-বাহন চলাচল কৰাৰ লগতে ব্যক্তিগত যান-বাহনো চলাচল কৰে।

ADVERTISEMENT

উক্ত পথটোৰেই অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়া-কর্মচাৰীসকলৰ বাহনসমূহ যাতায়াত কৰে যদিও ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ পৰা বালিজান খ্ৰীষ্টানবস্তিত অৱস্থিত গির্জাঘৰ পৰ্যন্ত পথটোত ঠায়ে ঠায়ে সৃষ্টি হোৱা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতসমূহ চকু বন্ধ কৰি ধৃতৰাষ্ট্ৰৰ দৰে পাৰ হৈ যোৱা যেন বোধ হয়। কিয়নো অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদত অধিষ্ঠিত হৈ থকা বিষয়াই কৰ্তব্যৰ খাতিৰত উক্ত পথেৰে যাবলগীয়া হ’লে নিশ্চয়কৈ অইল ইণ্ডিয়াৰ পথ মেৰামতি বিভাগক দৃষ্টিগোচৰ কৰিলেহেঁতেন। কিন্তু যোৱা প্রায় ছমাহৰ পৰা পথটোত সৃষ্টি হোৱা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতসমূহ পুতি মেৰামতি কৰিবলৈ ব্যৱস্থা গ্রহণ নকৰাটো চৰম দুৰ্ভাগ্যজনক বিষয়।

পঞ্চৰত্ন কোম্পানীৰূপে পৰিচয় বহন কৰা লাভজনক কোম্পানীটোৱে সাধাৰণ জনগণৰ কথা তিলমানো চিন্তা-চৰ্চা কৰা পৰিলক্ষিত হোৱা নাই। পথটোৰ ভিন্ন প্ৰান্তত সৃষ্টি হোৱা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতত আকস্মিকভাবে প্রায়ে দুর্ঘটনা হৈ আহিছে। তাৰে ভিতৰত কে’বাজনো লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ চিৰদিনৰ বাবে পংগুত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হোৱাৰ বিপৰীতে এজাক কিনকিনীয়া বৰষুণ দিলেই দ’ পুখুৰীলৈ ৰূপান্তৰ হোৱাৰ লগতে ৰ’দ দিলে ডিগবৈ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ পৰা বালিজান খ্ৰীষ্টানবস্তি পর্যন্ত সুদীর্ঘ প্রায় পাঁচ কিলোমিটাৰ পথ ধূলিময় পৰিৱেশে পথচাৰীক যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাত পেলাইছে।

পথটোৰ ওপৰত সৃষ্টি হোৱা দ’ পুখুৰী সদৃশ গাঁতসমূহৰে যাত্ৰী লৈ পাৰ হৈ অহাৰ সময়ত ই-ৰিক্সা নিতৌ এখন-দুখন বাগৰি পৰিবলগীয়া অৱস্থা হৈছে। পথটোৰ শোচনীয় অৱস্থাৰ বাবে ভিন্ন সময়ত ভুক্তভোগী জনতাই অইল ইণ্ডিয়া লিমিটেডক মেৰামতিৰ বাবে দাবী জনাই আহিছে যদিও আজি পর্যন্ত তিলমানো কাণসাৰ দিয়া পৰিলক্ষিত নোহোৱাত অনতিপলমে পথটোৰে যাতায়াত কৰা অইল ইণ্ডিয়াৰ বাহনৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

পথটোৰ দুৰৱস্থাৰ বাবে দীর্ঘদিনৰ পৰা দুর্ভোগ ভুগি অহা জনসাধাৰণৰ কষ্ট উপলব্ধি নকৰা কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন হৈ থকা অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়া-কৰ্মচাৰীক ধৃতৰাষ্ট্ৰৰ অন্ধ ভাবৰ পৰা বাহিৰ হৈ আহি প্ৰকৃত কৰ্মত মনোযোগ দিবলৈ আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Digboi -Duliajani Damage RoadOIL
publisher

publisher

Related Posts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d