Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চেনিযুক্ত পানীয়-পিজ্জা-বাৰ্গাৰ-চিপছ আদি বৰ্জনৰ আহ্বান বিশেষজ্ঞৰ

publisher by publisher
September 14, 2025
in India, News
Reading Time: 1 min read
0
চেনিযুক্ত পানীয়-পিজ্জা-বাৰ্গাৰ-চিপছ আদি বৰ্জনৰ আহ্বান বিশেষজ্ঞৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

OIL:অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডজ্ঞানহীন কর্মত দুর্ভোগ ভুগিছে জনতাই

আপোনাৰ শিশু সন্তানৰ হাতত ম’বাইল ফোন তুলি দিয়াৰ পূৰ্বে সাৱধান হওক!

India-Russia : ইৰাক-ছৌদি আৰৱকো পিছ পেলালে ৰাছিয়াই

শিশু সন্তানক বজাৰৰ পৰা অনা বিভিন্ন মুখৰোচক খাদ্য যেনে বাগাৰ, চেনিযুক্ত পানীয় পিজ্জা আদি সঘনে খাবলৈ দিয়ে নেকি? যদি দিয়ে তেন্তে সাবধান। কাৰণ এনে মুখবোচক খাদ্যয়ো বহু শিশুক মেদবহুলতাত আক্রান্ত কৰিছে। সম্প্রতি ভাৰতত এনে শিশুব সংখ্যা প্রায় ডেৰ কোটি। সমগ্র বিশ্বৰ অৱস্থা ততোধিক উদ্বেগজনক।

ADVERTISEMENT

ৰাষ্ট্ৰসংঘৰ শিশু সংস্থা ইউনিচেফৰ মতে সম্প্রতি বিশ্বত প্রতি পাঁচটি শিশুৰ এটি শিশুরে মেদবহুলতা অথবা অত্যধিক ওজনৰ চিকাৰ হৈছে। এই ক্ষেত্রত পিতৃ-মাতৃৰ সন্তানৰ প্ৰতি অমনোযোগিতাকো দায়ী কৰা হৈছে।

মেদবহুলতা শিশুসকলৰ বাবে একপ্ৰকাৰ মহামাৰীতে পৰিণত হৈছে। বিশেষজ্ঞসকলৰ মতে বাড়ী মাছ ইনডেক্স বা বিএমআই২ ৫ৰ অধিক হ’লে তাক অতিৰিক্ত ওজন বুলি কোৱা হয়। বিএমআই ৩০ৰ অধিক হ’লে তাক মেদবহুল অবস্থা বুলি আখ্যা দিয়া হয়। পূর্বে ধাৰণা কৰা হৈছিল যে শিশুৰ মেদবহুলতাজনিত সমস্যা উন্নত দেশসমূহতহে আছে। কিন্তু এই ধাবণা সম্পূর্ণৰূপে শুদ্ধ নহয়।

কাৰণ ইউনিচেফৰ শেহতীয়া প্রতিবেদনত প্রকাশ পোরা মতে উন্নয়নশীল দেশসমূহতো মেদবহুল শিশুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। উল্লেখ্য যে ২০২২লৈ বিশ্বত মেদবহুল শিশুৰ সংখ্যা প্রতি পাঁচটি শিশুৰ বিপৰীতে এটি শিশু আছিল। ইয়াৰ বিপৰীতে অপৰিপুষ্টিত ভোগা শিশুৰ সংখ্যা ১০ শতাংশৰো কম আছিল।

একাংশ শিশুৰ শৰীৰত অতিৰিক্ত মেদ জমা হোৱাৰ অন্যতম কাৰণৰূপে চিহ্নিত হৈছে শাৰীৰিক পৰিশ্রম বা খেলা-ধূলাৰ অভাবো। অবশ্যে কোনো ঔষধৰ পার্শ্বক্রিয়ান ফলতো শিশু মেদবহুল হ’ব পাৰে। ইয়াৰ বিপৰীতে স্বাভাবিক অবস্থাত মেদবহুল হোবা শিশুসকলক লৈ উদ্বিগ্ন হৈছে বিশেষজ্ঞসকল। কাৰণ এনে শিশু মধুমেহজনিত ৰোগত আক্রান্ত হোৱাৰ আশংকা থাকে। তদুপৰি এনে শিশুৰ মনত আলস্যভাব বৃদ্ধি পায়।

একেদৰে তলপেটত মেদ জমা হোৱাৰ সমস্যাও বৃদ্ধি পায়। এই অবস্থাক ট্রেংকল অবেছিটি বুলি কোৱা হয়। চিকিৎসকসকলৰ মতে, এনে অবস্থাত পাকস্থলীৰ ভিতৰতো মেদ জমা হোৱাৰ আশংকা থাকে। এনে অৱস্থাত অগ্ন্যাশয়ৰ ওপৰত চাপ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

একেদৰে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়। ইয়ে মূৰকত মধুমেহ ৰোগৰ সৃষ্টি কৰিব পাৰে। গতিকে অভিভাৱকসকলক শিশু সন্তানক লৈ সারধান হ’বলৈ বিশেষজ্ঞসকলে আহ্বান জনাইছে। সকবে পৰা শিশুসকলক শাৰীৰিক ব্যায়াম অনুশীলনৰ প্রতি আগ্রহী কৰি তুলিবলৈ অভিভাৱকসকলে যত্ন কৰা উচিত।

চেনিযুক্ত পানীয়, পিজ্জা, বার্গাৰ, চিপছ আদি খোৱাৰ অভ্যাস ত্যাগ কৰিব লাগে। এনেবোৰ খাদ্যয়ো শিশুক মেদবহুল কৰি তুলিব পাৰে। তদুপৰি খাদ্য পবিপাকজনিত সমস্যা সৃষ্টি কৰাৰো আশংকা থাকে। গতিকে সন্তানক কেরল ম’বাইল ফোন, টেবলেটত ব্যস্ত থাকিবলৈ নিদি শাৰীৰিক পৰিশ্রম বা খেলা-ধুলা কৰিবলৈ অনুপ্রাণিত কৰা উচিত বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cold DrinkFastfoodOIL
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d