Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত সৃষ্টি খৰাং সদৃশ ভয়াৱহ পৰিস্থিতিৰ 

ৰাজহ বিভাগৰ জাননী জাৰিৰ পাছত নিয়ম অনুসৰি পাঁচ জিলাৰ কৃষকে পাব ক্ষতিপূৰণ

publisher by publisher
July 19, 2025
in Assam, News
Reading Time: 1 min read
0
ৰাজ্যত সৃষ্টি খৰাং সদৃশ ভয়াৱহ পৰিস্থিতিৰ 
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma: ✒️বতৰৰ পৰিৱৰ্তনৰ ভয়াৱহতাই ৰাজ্যত সৃষ্টি কৰিছে খৰাং সদৃশ পৰিস্থিতিৰ। পাঁচখন জিলাত এই পৰিস্থিতি অতি গুৰুতৰ হৈ পৰিছে। বৰষুণ স্বাভাৱিতকৈ যথেষ্ট কম হোৱাৰ পৰিপ্ৰেক্ষিতত আজি দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে পশ্চিম অসমৰ পাঁচখন জিলাত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি ঘোষণা কৰিবলৈ ৰাজহ বিভাগক অনুমোদন দিয়ে।

ADVERTISEMENT

কেবিনেট বৈঠকৰ পাছত এক সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সদৰী কৰা অনুসৰি, এই পাঁচখন জিলা হ’ল ক্রমে ধুবুৰী, কোকৰাঝাৰ, বাপ্সা, বঙাইগাঁও আৰু বৰপেটা। জিলাকেইখনত স্বাভাৱিকতকৈ ৪০ শতাংশ বৰষুণ এইবাৰ কমকৈ হোৱা বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ ফলতে এইবাৰ ধানৰ উৎপাদন কম হোৱাৰ আশংকাও কেবিনেটত ব্যক্ত কৰা হৈছে। ধান খেতি ক্ষতিগ্রস্ত হ’ব পাৰে বুলি মুখ্যমন্ত্ৰীয়েও আশংকা প্রকাশ কৰি কয় যে এই খৰাং সদৃশ পৰিস্থিতি ৰাজ্যজুৰি হোৱা নাই, জিলা ভিত্তিতহে হৈছে।

পূব অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াতো বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ কম হোৱা বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয়, ‘কেবিনেটৰ অনুমোদনৰ পাছত এই জিলাকেইখনত খৰাং সদৃশ পৰিস্থিতিৰ স্থিতি হোৱা বুলি ৰাজহ বিভাগে জাননী জাৰি কৰিব। তাৰ পাছত ক্ষতিগ্রস্ত কৃষকে সহায় লাভ কৰিব। অৱশ্যে তাৰ বাবে তেওঁলোকৰ ফচল বীমা থাকিব লাগিব। তাৰ ভিত্তিত কৃষকে ক্ষতিপূৰণ লাভ কৰিব। ৰাজহ আৰু কৃষি বিভাগে নিয়ম অনুসৰি এই বিষয়ত ব্যৱস্থা ল’ব।’

উল্লেখ্য যে খৰাং সদৃশ পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে সংশ্লিষ্ট জিলাকেইখনৰ কৃষকে শাওণৰ বতৰতো পথাৰত নামিব পৰা নাই। চৰকাৰী জলসিঞ্চন ব্যৱস্থা একেবাৰে নথকাত কৃষকসকল সম্পূর্ণরূৰূপে বতৰৰ ওপৰত নিৰ্ভৰশীল। এইবাৰ বতৰে তেওঁলোকক সহযোগিতা কৰা নাই। শালি খেতি কৰিব নোৱাৰি মূৰে-কপালে হাত দিবলগীয়া হৈছে জিলাকেইখনৰ দুখীয়া কৃষকে। উল্লেখ্য যে পশ্চিম অসমৰ এই জিলাকেইখনত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হয়।

চাহ শ্রমিক-কর্মচাৰীক দিব ধন

ৰাজ্যৰ সাত লাখ চাহ শ্রমিক আৰু কৰ্মচাৰীক প্রত্যক্ষভাবে ধন আদায় দিব অসম চৰকাৰে। আজি ইয়াৰ বাবে ৩৪২ কোটি টকাত অনুমোদন জনোৱা হয়।

মুখ্যমন্ত্রীয়ে সংবাদমেলত সদৰী কৰে যে চৰকাৰৰ ‘এটি কলি দুটি পাত’ আঁচনিৰ অধীনত অসমৰ চাহৰ দুশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি সাত লাখ শ্রমিক-কর্মচাৰী প্রত্যককে পাঁচ হেজাৰ টকাকৈ দিয়া হ’ব। চাহ উদ্যোগটোলৈ যোগোৱা অৱদানৰ কৃতজ্ঞতাৰ চিন স্বৰূপে এই ধন আগবঢ়োৱা হ’ব বুলি তেওঁ জনায়।

কেবিনেটত কালি আন কে’বাটাও সিদ্ধান্ত গ্রহণ কৰা হয়। সেইবোৰৰ ভিতৰত আছে গুৱাহাটীৰ মাজমজিয়াত মেডাণ্টক বৃহৎ পৰিমাণৰ ভূমি আবণ্টন দিয়া, দিব্যাংগৰ বিশ্ববিদ্যালয় স্থাপনৰ বাবে ভূমি আবণ্টন, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বাবে বৃহৎ প্রকল্পত অনুমোদন আদি অন্যতম।

সৰুসজাইত পঞ্চতাৰকা হোটেলসহ বৃহৎ চিকিৎসালয়

মহানগৰীৰ সৰুসজাইত নির্মাণ হ’ব আন এখন পঞ্চতাৰকা হোটেল। ব্যক্তিগত খণ্ডৰ বৃহৎ চিকিৎসা প্রতিষ্ঠান মেডাণ্টৰ উদ্যোগত এই হোটেল স্থাপন হ’ব। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, এডভান্টেজ আছাম-২ত অসমত মেডাল্টৰ এখন চিকিৎসালয় স্থাপনৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল।

সেই অনুসৰি, মেডাল্টই আঠশ কোটি টকাৰ এক প্ৰকল্পৰ প্রস্তাৱ দাখিল কৰিছে। নিজৰ এখন চিকিৎসালয় স্থাপনৰ উপৰি লগতে এখন মাতৃ আৰু প্ৰসূতিৰ চিকিৎসালয়ো স্থাপন কৰিব। ইয়াত এশখন বিছনা থাকিব। এই চিকিৎসালয়ৰ সম্মুখতে ‘লেমন ট্রি’ নামৰ এখন পঞ্চতাৰকা হোটেলো নির্মাণ কৰিব। চিকিৎসাৰ বাবে অহা লোকৰ

সুবিধার্থে এই হোটেল নির্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে জনায়।

মেডাণ্টৰ এই প্ৰকল্পৰ বাবে সৰুসজাই স্টেডিয়ামৰ লগত থকা চৰকাৰী ভূমি আবণ্টন দিয়াৰ সিদ্ধান্ত আজি কেবিনেটে গ্রহণ কৰে। লক্ষ্যণীয়ভাৱে কিমান পৰিমাণৰ ভূমি আবণ্টন দিয়াৰ সিদ্ধান্ত লোৱা হৈছে, সেই তথ্য সদৰী কৰাৰ পৰা মুখ্যমন্ত্রী বিৰত থাকে। তাৰ বিপৰীতে তেওঁ কয় যে মেডাল্টৰ এই প্রকল্পই প্রায় ২,৭০০ পদৰ সৃষ্টি কৰিব।

ইপিনে, কালি ভাৰত চৰকাৰৰ ন্যায় আৰু সবলীকৰণ মন্ত্রণালয়কো কেবিনেটে ১৫০ বিঘা মাটি ছয়গাঁও ৰাজহ চক্রব অধীনৰ বনগাঁও মৌজাৰ দেউবৰত আবণ্টন দিয়ে। এই ভূমিত স্থাপন হ’ব ৰাষ্ট্ৰীয় বিকলাংগতা অধ্যয়ন বিশ্ববিদ্যালয়। লগতে অলপতে লখিমপুৰত চৰকাৰী মাটিত হৈ থকা বেদখল উচ্ছেদ কৰোতে উচ্ছেদিত স্থানীয় ১৩টা পৰিয়ালকো এক কঠা পাঁচ লেচাকৈ ম্যাদী পট্টা থকা ভূমি আবণ্টনৰ সিদ্ধান্ত লোৱা হয়।

প্রসংগক্রমে মুখ্যমন্ত্রীয়ে কয় যে উচ্ছেদিত যিবোৰ পৰিয়ালে আন জিলাৰ পৰা গৈ লখিমপুৰত থাকিবলৈ লৈছিল, তেওঁলোকক কোনো ভূমি দিয়া নহয়।

ইপিনে, মিছন বসুন্ধৰা-৩ৰ অধীনত কেবিনেটে ভূমি আবণ্টনৰ কে’বাটাও সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি, ৰাজ্য চৰকাৰ ৩৩৬টা আন্তঃগাঁথনিগত প্রকল্প, নিগম-পৰিষদৰ ৪৫টা আন্তঃগাঁথনিগত প্রকল্প, ৩,২৪৭টা ন্যায়িক প্রতিষ্ঠান আৰু ২৮টা কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু সংস্থালৈ ভূমি আবণ্টন দিয়া হ’ব।

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আন্তঃগাঁথনি নিৰ্মাণৰ এক বৃহৎ প্রকল্পৰ বাবেও কেবিনেটে ৩৫৭.২৮ কোটি টকাত অনুমোদন জনায়।

কেবিনেটত কালি তৈল প্রতিষ্ঠানে তেল উদ্‌ঘাটনৰ বাবে যাৰ ভূমিত বিগ স্থাপন কৰে, সেই ভূমিৰ গৰাকীৰ লগত প্রত্যক্ষভাবে বুজাবুজিত অনুমোদন জনায়। প্রচলিত নিয়ম অনুসৰি ব্যক্তিগত ভূমিৰ ক্ষেত্ৰতো প্রশাসনৰ হস্তক্ষেপ চলি আহিছে আৰু বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰেহে আগবাঢ়ি গৈ তৈল প্রতিষ্ঠানে বিগ স্থাপনৰ অনুমতি লাভ কৰে।

কালিৰ কেবিনেটৰ সিদ্ধান্তৰ জৰিয়তে সেই ধৰণৰ জটিলতা প্রত্যাহাৰ কৰা হয়। মুখ্যমন্ত্রীয়ে কয় যে ভূমিৰ গৰাকী আৰু তৈল প্রতিষ্ঠানে শেষ সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলেহে প্রশাসনে বিষয়টোত হস্তক্ষেপ কৰিব।

কেবিনেটৰ এক সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা সংস্থা আৰু আদর্শ বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকসকলেও অসম চৰকাৰৰ কৰ্মচাৰীৰ দৰে লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা লাভ কৰিব।

উচ্ছেদৰ পাছতো বেদখলকাৰীৰ দৌৰাত্ম্য

চাপৰ আৰু গোৱালপাৰাত চলোৱা বৃহৎ উচ্ছেদৰ পাছত গোলাঘাট জিলাৰ উৰিয়ামঘাটত একে ধৰণৰ উচ্ছেদ চলাবলৈ তৎপৰতা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। এই কথা সদৰী কৰি পাইকানত কালি যি ৰক্তক্ষয়ী সংঘৰ্ষৰ ঘটনা সংঘটিত হয়, তাৰ পাছত এতিয়া পৰিৱেশ সম্পূর্ণ স্বাভাবিক বুলি মুখ্যমন্ত্রীয়ে দাবী কৰে।

ইতিমধ্যে পাইকানৰ মুকলি কৰা সমস্ত ভূমি বন বিভাগে ছীল কৰিছে আৰু অতিশীঘ্রে সেই ভূমিত গছপুলি ৰোপণ আৰম্ভ কৰা হ’ব। উচ্ছেদিত মানুহবোৰ আৰু তালৈ কেতিয়াও ঘূৰি নাহে বুলি নিজৰ অভিজ্ঞতাৰ আধাৰত মুখ্যমন্ত্রীয়ে দাবী কৰে। মুখ্যমন্ত্রীয়ে লগতে কয় যে বনাঞ্চল ধ্বংস কৰি লাহৰীঘাট আৰু ধিঙৰ পৰা যোৱা প্রায় পাঁচশ মানুহে হেজাৰ হেজাৰ বিঘা ভূমি বেদখল কৰিছে।

একোঘৰ লোকৰ দখলত ৩০০-৫০০ বিঘা ভূমি থকা বুলিও মুখ্যমন্ত্রীয়ে সদৰী কৰে। উৰিয়ামঘাটৰ দৃশ্য পর্দাত দেখুৱাই মুখ্যমন্ত্রীয়ে কয় যে বনাঞ্চলৰ শাল-চেগুন আদি মূল্যবান গছ তহিলং কৰি বেদখলকাৰীয়ে হেজাৰ হেজাৰ বিঘা ভূমিত তামোলৰ বাগিচা স্থাপন কৰিছে। এই লোকসকলে মূলতঃ চুপাৰি ব্যৱসায় কৰে আৰু সেই চুপাৰিক লৈয়ো বৃহৎ অনিয়ম সংঘটিত কৰা হয় বুলি তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্রীয়ে কয়, ‘উৰিয়ামঘাটৰ বেদখলকাৰীসকলৰ লগত নদীৰ খহনীয়াৰ কোনো সম্পর্ক নাই। এই লোকসকল সেই স্থানলৈ গৈছে আৰু অৰণ্য ধ্বংস কৰি নিজৰ ব্যৱসায় গঢ়ি তুলিছে। অসমৰ অর্থনীতি এনেকৈ সেইসকল লোকে দখল কৰিছে। যোৱা প্ৰায় আঠ বছৰৰ পৰা এই বেদখল ব্যাপক ৰূপত চলি আহিছে। তেওঁলোক ভূমিহীন মানুহ নহয়। তেওঁলোক ভূ-স্বামীহে। হেজাৰ হেজাৰ বিঘা ভূমিত তামোলৰ যি বাগিচা গঢ়ি তোলা হৈছে, এনে পৰিৱেশ অসমৰ ক’তোৱেই নাই। তাৰ সকলো মানুহেই জমিদাৰ। সেই ভূমি সম্পূৰ্ণৰূপে বন বিভাগৰ। সেই মাটিত শাল-চেগুন আদি গছ থাকিব লাগে। শাল-চেগুনৰ মুঢ়াহে এতিয়া তাত দেখিবলৈ পোৱা যায়। কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে? মোক জনোৱা মতে, এই মানুহবোৰক তাত বহুওৱাত বন বিভাগৰ তিনিজন বেজাৰেও সহায় কৰিছিল। মই ব্যৱস্থা ল’মেই। সেই কাৰণেইতো মই মুখ্যমন্ত্রী হৈছো। উচ্ছেদ হ’বই। বেদখলত সহায় কৰা অফিচাৰৰ বিৰুদ্ধে ব্যবস্থা লোৱা হ’ব।’ মুখ্যমন্ত্রীয়ে আৰু কয় যে ম্যানমাৰৰ পৰা অহা গোপন চুপাৰি উৰিয়ামঘাটৰ সেই অঞ্চললৈয়ো আহে। তাত স্থানীয় চুপাৰিৰ লগত ম্যানমাৰৰ চুপাৰি মিহলোৱা হয়। আইনী প্রক্রিয়া শেষ হ’লেই উৰিয়ামঘাটত উচ্ছেদ চলোৱা হ’ব। প্রসংগক্রমে তেওঁ উল্লেখ কৰে যে উৰিয়ামঘাট এটা সৰু উদাহৰণ। কৰিমগঞ্জ, হাইলাকান্দিত এই ধৰণৰ যি বৃহৎ বেদখল চলিছে, তাক দেখিলে মানুহ পাগল হৈ যাব!

তাৎপর্যপূর্ণভাবে মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদ চলাৰ পাছতো একাংশ লোকে দূৰ-দূৰণিৰ পৰা গৈ কোনো জিলাত ভূমি বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ লখিমপুৰত চলোৱা উচ্ছেদৰ পাছতো যোৱা নিশা নতুন ১২ টা পৰিয়ালে বেদখলৰ বাবে প্ৰৱেশ কৰে। আৰক্ষীয়ে সেই মানুহবোৰক তাৰ পৰা ওভতাই পঠিয়ায়। মানুহবোৰক হেনো কোনোবাই লখিমপুৰত বসতি স্থাপনৰ বাবে মাতি পঠিয়াইছিল। ধৰা পৰা ১২টা পৰিয়ালৰ ভিতৰত মণিপুৰৰ বাসিন্দাও থকা বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে। তেওঁ কয়, ‘শেহতীয়াকৈ মণিপুৰৰ পৰাও একাংশ লোক অসমলৈ আহি বাস কৰিবলৈ লোৱা দেখা গৈছে।’

ইপিনে, কালি পাইকানত সংঘটিত বক্তক্ষয়ী ঘটনাটোৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রীয়ে জনায়। তেওঁ এই বুলিও কয় যে যোৱা ১৬ জুলাইত অসমলৈ অহা কংগ্ৰেছ নেতাদ্বয় ৰাহুল গান্ধী আৰু মল্লিকার্জুন খাৰ্গেৰ কোনবোৰ কথা উচটনিমূলক আছিল, তাৰ অনুসন্ধান আৰক্ষীয়ে চলাই আছে। প্রয়োজন সাপেক্ষে দুয়োজনকে অসমলৈ আনি সোধপোছ কৰা হ’ব। মুখ্যমন্ত্রীয়ে লগতে কয় যে এতিয়া আৰু কান্দিবলৈ যোৱাসকলেও নাযায় উচ্ছেদিতৰ

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMHimanta Biswa Sarma
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d