Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Encroachment in Nagaon: নগাঁৱত বেদখলকাৰীৰ দৌৰাত্ম্য অব্যাহত

১৫,২৮৮ হেক্টৰ চৰকাৰী খাচ মাটি, ১৯,৭৬২ হেক্টৰ চৰণীয়া পথাৰ বেদখলকাৰীৰ কবলত

publisher by publisher
July 23, 2025
in Assam, News
Reading Time: 1 min read
0
Encroachment in Nagaon: নগাঁৱত বেদখলকাৰীৰ দৌৰাত্ম্য অব্যাহত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

ডবকাত ১০৯৮ টা ঘৰ উচ্ছেদ, ১২টা মছজিদ গৃহও ভাঙিলে প্রশাসনে

ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা মাটি উদ্ধাৰ বেদখলকাৰীৰ পৰা

কে’বাশ বাসগৃহ-প্রকাণ্ড প্রকাণ্ড তামোলৰ বাগান চুৰমাৰ কৰি লুটুমাৰীত উচ্ছেদৰ সামৰণি

Encroachment in Nagaon:

চৰকাৰে ৰাজ্যখনৰ বিভিন্ন জিলাত বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে যদিও অতি দুর্ভাগ্যজনকভাবে নগাঁও জিলাত বেদখলকাৰীৰ দৌৰাত্ম্য অব্যাহত আছে। ফলত নগাঁও জিলাৰ সাতটা ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলত হেজাৰ হেজাৰ হেক্টৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে। অসম চৰকাৰৰ ৰাজহ বিভাগৰ তথ্য অনুসৰি, নগাঁও জিলাৰ সাতটা ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলত সর্বমুঠ ১,২৯,৩৭২ বিঘা তিনি কঠা চাৰি লেচা চৰকাৰী মাটি, ২৬,৪১৩ বিঘা পাঁচ লেচা গাঁৱলীয়া চৰণীয়া পথাৰৰ ভূমি আৰু ১,৭৮৪ বিঘা এক কঠা ১৪ লেচা পিজিআৰ (প্রাইভেট জেনেবেল ৰিজার্ভলেণ্ড) বেদখলকাৰীৰ কবলত আছে।

ADVERTISEMENT

জিলাখনৰ নগাঁও সদৰ ৰাজহ চক্ৰৰ ৪,৫২৫ বিঘা ২০ লেচা,স ধিং ৰাজহ চক্ৰৰ ১৫ হেজাৰ বিঘা, ৰূপহী ৰাজহ চক্ৰৰ ৩,৬৫৯ বিঘা এক কঠা পাঁচ লেচা, কলিয়াবৰ ৰাজহ চক্ৰৰ ৩৯ হেজাৰ বিঘা, চামগুৰি ৰাজহ চক্ৰৰ ২৩,৮৫৩ বিঘা ন লেচা, কামপুৰ ৰাজহ চক্ৰৰ ২৩,৫০৪ বিঘা চাৰি কঠা ১৫ লেচা আৰু ৰহা ৰাজহ চক্ৰৰ ১৯,৮৩০ বিঘা এক কঠা ১৪ লেচা চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে।

আনহাতে, জিলাখনৰ নগাঁও সদৰ ৰাজহ চক্ৰৰ ৪,২৭৬ বিঘা, এক কঠা ১৪ লেচা,স ধিং ৰাজহ চক্ৰৰ ৩,৪১৭ বিঘা পাঁচ লেচা, ৰূপহী ৰাজহ চক্ৰৰ ৬৭৫ বিঘা চাৰি কঠা ১০ লেচা, কলিয়াবৰ ৰাজহ চক্ৰৰ ২,২১৬ বিঘা ১৪ লেচা, চামগুৰি ৰাজহ চক্ৰৰ ৬,২০৫ বিঘা ১১ লেচা, কামপুৰ ৰাজহ চক্ৰৰ ৭,০৭১ বিঘা তিনি কঠা ১৭ লেচা আৰু বহা ৰাজহ চক্ৰৰ ২,৪৯৬ বিঘা তিনি কঠা ১৪ লেচা গাঁৱলীয়া চৰণীয়া পথাৰৰ ভূমিও বেদখলকাৰীৰ কব্জাত আছে। ঠিক একেদৰে জিলাখনৰ ৰহা ৰাজহ চক্ৰৰ ১,৭৮৪ বিঘা এক কঠা ১৪ লেচা পিজিআৰ অৰ্থাৎ প্রাইভেট জেনেৰেল ৰিজার্ভ লেণ্ড বেদখলকাৰীৰ কবলত আছে।

উল্লেখ্য যে নগাঁও জিলা প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্রহণ কৰি জিলাখনৰ সাতটা ৰাজহ চক্ৰৰ ভিন্ন অঞ্চলত চৰকাৰী ভূমিৰ ওপৰত বেদখলকাৰীৰ দৌৰাত্ম্য অব্যাহত আছে। অথচ অসম ভূমি নীতি ২০১৯ৰ দফা ছয়ৰ অধীনত গাঁৱলীয়া চৰণীয়া পথাৰৰ ভূমি আৰু পিজিআৰ ভূমিসমূহ সংৰক্ষণ আৰু বেদখলমুক্ত কৰি ৰখাৰ ব্যৱস্থা আছে। তদুপৰি অসম ভূমি আৰু ৰাজহ অধিনিয়ম ১৮৮৬ৰ বন্দোবস্তী নিয়ম ১৮ (২) আৰু ১৮ (৩)ৰ অধীনত চৰকাৰী ভূমি, সংৰক্ষিত ভূমি, ভিজিআৰ, পিজিআৰ আদিৰ পৰা বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা আছে।

তৎসত্ত্বেও নগাঁও জিলা প্রশাসনে বেদখলকাৰীসকলৰ প্ৰতি অহেতুক প্রীতি প্ৰদৰ্শন কৰি অহাত বেদখলৰ সমস্যাই জিলাখনত জটিল ৰূপ ধাৰণ কৰিছে বুলি ৰাইজে মন্তব্য প্ৰকাশ কৰিছে। জিলাখনত চৰকাৰী ভূমিৰ ওপৰত হোৱা অবাধ বেদখলে জিলাখনৰ জনগাঁথনি আৰু ভৌগোলিক পাৰিপাৰ্শ্বিকতাৰ লগতে জৈৱ-বৈচিত্র্যৰ ওপৰত যথেষ্ট প্রভার পেলোৱা পৰিলক্ষিত হৈছে |

ইপিনে, নগাঁৱৰ কলং আৰু সোণাই নৈত মাটি বেদখল হৈ আছে। নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত কলং নৈৰ মাটি ২৭ বিঘা তিনি কঠা ১৪ লেচা আৰু সোণাই নৈৰ মাটি ছয় বিঘা দুই কঠা সাত লেচা বেদখল হৈ আছে। ঠিক একেদৰে ৰূপহী ৰাজহ চক্ৰৰ অন্তর্গত অঞ্চলত সোণাই নৈৰ মাটি ৪০ বিঘা এক কঠা, চামগুৰি ৰাজহ চক্ৰ অঞ্চলত সোণাই নৈৰ মাটি ১৫ বিঘা বেদখল হৈ আছে। জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত ৰজাবাৰী গ্রেজিং ৰিজাৰ্ভৰ ৫৭০ বিঘা মাটিৰ সকলোখিনিয়েই বেদখলকাৰীৰ কবলত পৰিছে।

৮০ৰ দশকতে বেদখলকাৰীৰ কবলত পৰা জিলাখনৰ চৰকাৰী খাচ মাটি আৰু চৰণীয়া পথাৰৰ চৰকাৰী ভূমিত বাসগৃহ, বজাৰ আদিও গঢ়ি উঠে। লগতে আন ভূমিক কৃষিকার্যত ব্যৱহাৰ কৰি আহিছে বেদখলকাৰীয়ে। ঠিক একেদৰে ৰাজহ চক্ৰটোৰ অন্তৰ্গত গায়ন গাঁও চৰণীয়া পথাৰ, নিজ ধিং চৰণীয়া পথাৰ, লহকৰ চৰণীয়া পথাৰ, বান্দৰ বজাৰ, মিলন চাৰিআলি, লহকৰ লেতেৰী পাৰ, শলগুৰি চৰণীয়া পথাৰৰ শ শ বিঘা মাটি বেদখলকাৰীৰ কবলত পৰিছে। ঠিক একেদৰে জিলাখনৰ চামগুৰিৰ বৰঙাটলি হেমাবড়ি চৰকাৰী ৰিজাৰ্ভত প্রায় ১১৪ বিঘা চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে একাংশ সন্দেহজনক লোকে। এঘৰ-দুঘৰ কৰি এতিয়া প্রায় ৫২টাকৈ পৰিয়ালে চৰকাৰী ভূমি বেদখল কৰি তাত এখন বৃহৎ গাঁও পাতিছে।

জিলাখনৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ এসময়ত দখলত থকা বটদ্ৰৱাৰ পার্শ্ববর্তী অঞ্চলৰ ১০৪ বিঘা মাটি, ৰামপুৰ সত্ৰৰ ৫৮৪ বিঘা মাটি, বালিসএৰ ৪৬২ বিঘা মাটি, কোৱাইকটা সত্ৰৰ ৪৬ বিঘা মাটি, কৰচুং সত্ৰৰ ৪৬ বিঘা মাটি, ধিং শ’লগুৰি সত্ৰৰ চাৰি বিঘা মাটি আৰু পাতেকীবড়ি থানৰ ৭৭ বিঘা মাটি বেদখলকাৰীৰ কবলতে আছে। অবিভক্ত নগঁও জিলাৰ এই সাতখন ইতিহাস প্রসিদ্ধ সত্ৰৰ মুঠ বেদখলীকৃত ভূমিৰ পৰিমাণ ১,৩২৩ বিঘা মাটি।

জিলাখনৰ বিভিন্ন পথৰ দাঁতিৰ চৰকাৰী ভূমিতো অবাধ বেদখল চলাই থকা পৰিলক্ষিত হৈছে। একাধিক ৰাষ্ট্ৰীয় ঘাইপথ, একাধিক ৰাজ্যিক ঘাইপথ, বিভিন্ন গড়কাপ্টানী পথৰ দাঁতিত, গ্রাম্য পথৰ দাঁতিত চৰকাৰী মাটি দখল কৰি গঢ়ি তোলা হৈছে বজাৰ। বিভিন্ন লোকে এই পথসমূহৰ দাঁতিত চৰকাৰী ভূমি বেদখল কৰি তাতেই পকী ব্যৱসায়িক গৃহ নিৰ্মাণ কৰি ভাড়া দিয়া পৰিলক্ষিত হৈছে। জিলাখনৰ এই বেদখল উচ্ছেদৰ বাবে জিলা প্রশাসনে সদায় উদাসীন মনোভাৱহে পোষণ কৰি অহা পৰিলক্ষিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EncroachmentEvictionn Nagaon
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d