Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তিনিশৰ পৰা পাঁচশ কোটি ব্যয়ৰে চাৰিশ বিদ্যালয় সুন্দৰকৈ নিৰ্মাণৰ লক্ষ্য নির্ধাৰণ

শিক্ষাখণ্ডৰ বাবে ২,৭৫০ কোটি টকাৰ ঋণ ল'ব চৰকাৰে : ঘোষণা শৰ্মাৰ

publisher by publisher
July 24, 2025
in Assam, News
Reading Time: 1 min read
0
তিনিশৰ পৰা পাঁচশ কোটি ব্যয়ৰে চাৰিশ বিদ্যালয় সুন্দৰকৈ নিৰ্মাণৰ লক্ষ্য নির্ধাৰণ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

মুখ্যমন্ত্ৰীক লক্ষ্য কৰি পৱন খেড়াৰ তীব্ৰ আক্ৰমণ

Himanta biswa sarma: ✒️ঋণৰ বোজাত ককবকাই থকা ৰাজ্যৰ ধাৰৰ বোজা অধিক বৃদ্ধিৰ সিদ্ধান্ত গৃহীত হ’ল বুধবাৰে ইয়াত অনুষ্ঠিত কেবিনেট বৈঠকত। এইবাৰ শিক্ষাখণ্ডৰ বাবে ৰাজ্য চৰকাৰে ২,৭৫০ কোটি টকা ঋণ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

ADVERTISEMENT

এই কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা ঘোষণা কৰে। সংবাদমেলত মুখ্যমন্ত্রীয়ে কয় যে শিক্ষা খণ্ডৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলৈ লোৱা ২,৭৫০ কোটি টকাৰ ঋণৰ ৯০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে ওভতাই দিব।

এই ঋণৰ ধনৰ মাত্র ১০ শতাংশ অর্থাৎ ২৭৫ কোটি টকাহে অসম চৰকাৰে পৰিশোধ কৰিব লাগিব বুলি তেওঁ জনায়। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, ৰাজ্য চৰকাৰে ল’বলৈ লোৱা এই ঋণৰ ধনৰ অংশ শিক্ষক-শিক্ষয়িত্রীক গণিত, বিজ্ঞানৰ প্ৰশিক্ষণ, অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকলক মেনেজমেণ্টৰ প্ৰশিক্ষণ, আধাতে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্রহণ ত্যাগ (ড্রপ আউট) প্ৰতিৰোধ, বিজ্ঞান-প্রযুক্তিবিদ্যাৰ সম্পৰ্কীয় কামত ব্যয় কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।

এই ধনৰ ব্যয় আঁচনি সম্পৰ্কে সদৰী কৰি তেওঁ লগতে কয়, ‘এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ চাৰিশখন স্কুল সুন্দৰকৈ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবদ তিনিশৰ পৰা পাঁচশ কোটি টকা ব্যয় কৰা হ’ব। তদুপৰি ১,৭৩৩টা অংগনৱাড়ী কেন্দ্ৰ নির্মাণত ২৫ লাখ টকাকৈ ব্যয় কৰা হ’ব। ইয়ে ৰাজ্যৰ শিক্ষাখণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিব।’

কেবিনেট বৈঠকত গৃহীত আন সিদ্ধান্তৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ তিনি হেজাৰ যুৱক-যুৱতীক মুখ্যমন্ত্রী ‘ফ্লাইট’ প্ৰকল্পৰ অধীনত জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই যুৱক-যুৱতীসকলক জাপানত সংস্থাপনৰ নিশ্চয়তা দিয়া হ’ব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।

এই সম্পৰ্কত তেওঁ আৰু কয়, ‘এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনত তিনিটা জাপানী প্রতিষ্ঠান-এছিয়ান বান কোম্পানী লিমিটেড, জেছেক্স ভেন্সাৰ্ছ লিমিটেড আৰু মেইকো কেৰিয়া পার্টনাৰ্ছ লিমিটেডৰ স’তে চুক্তি স্বাক্ষৰ হয়। এই চুক্তিৰ ভিত্তিত এনে উদ্যোগ গ্রহণ কৰা হৈছে। এই তিনি জাপানী প্রতিষ্ঠানে অসমলৈ আহি ইয়াত আমাৰ যুৱক-যুৱতীসকলক প্রশিক্ষণ দিবলৈ আগ্রহ প্রকাশ কৰে। প্ৰত্যেক যুৱক-যুৱতী জাপানী ভাষা শিক্ষণৰ বাবদ মুঠ খৰচ তিনি-চাৰি লাখ টকা হ’ব।ৰাজ্য চৰকাৰে ডেৰ লাখ টকাৰ বৃত্তি প্রদান কৰিব আৰু বাকী ধন স্ব-অর্থায়ন বা বেংক ঋণৰ জৰিয়তে পূৰণ কৰিব পৰা হ’ব।’

তেওঁ কয় যে সফল প্রশিক্ষার্থীসকলে জাপানত প্রতি মাহে ভাৰতীয় মুদ্ৰাৰ হিচাপত দুইৰ পৰা আঢ়ৈ লাখ টকাৰ দৰমহাৰ চাকৰি লাভকৰিব। ভাৰতত থকা জাপানী কোম্পানীসমূহতো প্রশিক্ষণপ্রাপ্তসকলে কাম কৰাৰ সুযোগ পাব বুলিও তেওঁ আশা প্রকাশ কৰে। প্ৰাৰম্ভিক প্রশিক্ষণ তিনিটা পাঠ্যক্রম-গাড়ী চলোৱা, তথ্য-প্রযুক্তি আৰু নাৰ্ছিংকেন্দ্রিক হ’ব।

অহা অক্টোবৰৰ পৰা এই প্রশিক্ষণ আৰম্ভ হ’ব বুলি প্রকাশ কৰি তেওঁ লগতে কয়, ‘যদি চাহিদা বৃদ্ধি পায়, আমি অধিক খণ্ডলৈ সম্প্ৰসাৰণ কৰিম বুলি ভাবিছো। দীর্ঘম্যাদী ভিত্তিত জাপানে আমাৰ ২৫ হেজাৰ যুৱক-যুৱতীক নিয়োগ কৰিবলৈ আগ্রহ প্ৰকাশ কৰিছে। এই প্ৰকল্পৰ লক্ষ্য হৈছে অসমৰ যুৱক-যুৱতীৰ বাবে গোলকীয় চাকৰিৰ সুযোগ বৃদ্ধিৰ লগতে জাপানৰ কাৰ্যবাহী শক্তিৰ চাহিদা পূৰণ কৰা।’

ইপিনে, অহা ১২ আগষ্টত ৰাজ্যত নতুনকৈ ১০ খন সমজিলা গঠন কৰা হ’ব। এই সমজিলাসমূহত কাৰ্যনিৰ্বাহৰ বাবে সমজিলা আৰক্ষী অধীক্ষকৰ ১০টা পদ সৃষ্টিতো আজিৰ বৈঠকে অনুমোদন জনায় বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। ১২ আগষ্টৰ পৰা এই সমজিলাসমূহৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এই ১০ নতুন সমজিলা হৈছে বকো-ছয়গাঁও, পলাশবাৰী, ৰঙাপৰা, বৰছলা, মৰিয়নি, টীয়ক, মাকুম, ধলাই, ডিগবৈ আৰু দুধনৈ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMHIMANTA BISWA SHARMAPress Meet
publisher

publisher

Related Posts

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d