Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

KMSS Pressmeet:মূৰৰ পৰা গেলিছে এপিডিচিএল, দুর্নীতিৰ অভিকেন্দ্ৰ বিজুলী ভৱন

মুষ্টিমেয় দুর্নীতিগ্রস্ত বিষয়াৰ উৎপাতত অসহায় সৎ কৰ্মচাৰীসকল, স্মার্ট মিটাৰ সন্দৰ্ভত শ্বেতপত্র দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ, প্রিপেইড স্মার্ট মিটাৰ, এক বৃহৎ কমিচনৰাজ বলিৰ পঠা সজালে লাখ লাখ ঘৰুৱা গ্রাহকক

publisher by publisher
July 28, 2025
in Assam, News
Reading Time: 2 mins read
0
KMSS Pressmeet:মূৰৰ পৰা গেলিছে এপিডিচিএল, দুর্নীতিৰ অভিকেন্দ্ৰ বিজুলী ভৱন
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

KMSS Pressmeet:

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত প্রিপেইড স্মার্ট মিটাৰ সংস্থাপনত সংঘটিত বিভিন্ন অনিয়ম, এপিডিচিএলৰ ভিতৰচৰাত সংঘটিত ব্যাপক দুর্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে কৃষক মুক্তি সংগ্রাম সমিতি।

ADVERTISEMENT

প্রিপেইড স্মার্ট মিটাৰৰ জৰিয়তে এপিডিচিএলে বিদ্যুতৰ ঘৰুৱা গ্রাহকৰ ওপৰত চলোৱা লুণ্ঠন আৰু শক্তি বিভাগ তথা চৰকাৰৰ কমিচনৰাজ আৰু দুর্নীতিৰ বিৰুদ্ধে ৰাইজৰ সহযোগত কৃষক মুক্তি মুক্তি সংগ্রাম সমিতিয়ে বিগত দুটা বছৰে তীব্র প্রতিবাদ সাব্যস্ত কৰি আহিছে। স্মার্ট মিটাৰক লৈ এপিডিচিএলৰ ভিতৰচৰাত সংঘটিত হৈ থকা চূড়ান্ত অনিয়ম আৰু দুর্নীতিৰ বিষয়ে সংবাদমেল যোগে সদৰী কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সদৌ অসম বিদ্যুৎ উপভোক্তা সংস্থাৰ উপদেষ্টা বিমল দাসে।

সংবাদমেলত তথ্য দাঙি ধৰি নেতা দুগৰাকীয়ে কয় যে সমগ্ৰ ভাৰতবৰ্ষতে স্মার্ট মিটাৰ সংস্থাপনৰ বাবে আৰডিএচএচ (RDSS) আঁচনিৰ আধাৰত মুঠ ২২ কোটি ৩৭ লাখৰ অনুমোদনৰ বিপৰীতে সমগ্ৰ ভাৰতবৰ্ষত ৩ কোটি ৫৪ লাখ মিটাৰ বৰ্তমানলৈ সংস্থাপিত হৈছে। অর্থাৎ সৰ্বভাৰতীয় পৰ্যায়ত মুঠ লক্ষ্যৰ কেৱল মাথো ১৫% স্মার্ট মিটাৰ সংস্থাপিত হৈছে। অসমৰ মুঠ ৬৯ লাখ ২১ হাজাৰ টা মিটাৰৰ বিপৰীতে বৰ্তমানলৈ ৪১ লাখ ৯৩ হাজাৰ টা স্মার্ট মিটাৰ অর্থাৎ মুঠ কামৰ ৬০% সম্পূর্ণ হৈছে।

অর্থাৎ নেচনেল এভাৰেজতকৈ অসমত ৪ গুণ অধিক স্মার্ট মিটাৰ সংস্থাপন কৰি অসমে ৰেকৰ্ড গঢ়িছে। প্রতিটো ক্ষেত্ৰতে তলৰ ফালৰ পৰা স্থান দখল কৰা অসম কিন্তু গ্রাহক বিৰোধী স্থিতিৰে ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকৰ পৰা আগধন (প্রিপেইড) লৈহে বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত। ইয়াৰ বিপৰীতে প্রধানমন্ত্রী মোডীৰ ৰাজ্য গুজৰাটত ১ কোটি ৬৫ লাখ টা অনুমোদনৰ বিপৰীতে সংস্থাপিত হৈছে মাত্র ১২%। ৰাজস্থানত ১ কোটি ৪৯ লাখ ৫২৭ টা অনুমোদিতৰ বিপৰীতে সংস্থাপন হৈছে মাত্র ৬%, উত্তব প্রদেশত ৩ কোটি ৯ লাখ ৭৮ হাজাৰ ২৮০ টা অনুমোদিত হোৱাৰ বিপৰীতে সংস্থাপিত হৈছে মাত্র ১৪%, মহাৰাষ্ট্ৰত ২ কোটি ৩৫ লাখ ৬৪ হাজাৰ ৭৪৭ টা অনুমোদিতৰ বিপৰীতে সংস্থাপিত হৈছে ১৮% স্মার্ট মিটাৰ আৰু পশ্চিমবংগত ২ কোটি ১২ লাখৰ বিপৰীতে স্মার্ট মিটাৰ সংস্থাপিত হৈছে মাত্র ২%।

পশ্চিমবংগৰ চৰকাৰে জনতাৰ প্ৰতিবাদক সন্মান জনাই চৰকাৰী কাৰ্যালয়, কমাচিয়েল প্রতিষ্ঠান, মোবাইল টাৱাৰৰ বাহিৰে ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰত প্রিপেইড স্মার্ট মিটাৰ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে। এপিডিচিএলেও ১৫ জুলাই তাৰিখে জীৱনধাৰা, ডমেচটিক (A) ত নতুনকৈ সংযোগ লোৱাসকলকৰ ক্ষেত্ৰত প’ষ্টপেইড ডিজিটেল মিটাৰেৰে বিদ্যুত যোগান দিয়া হ’ব বুলি এক জাননী জাৰি কৰাৰ পাছত এই সিদ্ধান্ত পুনৰ বাতিল কৰিলে।

অথচ এপিডিচিএলৰ ভিতৰুৱা সূত্ৰৰ তথ্য মতে এনেকুৱা কনভেনশ্বনেল ডিজিটেল নতুন মিটাৰ প্রায় লাখৰ ওচৰা-ওচৰি সমগ্ৰ অসমৰ বিভিন্ন উপ-সংমণ্ডলত ব্যৱহাৰ নোহোৱাকৈ পৰি আছে। এই কনভেশ্বনেল একোটা মিটাৰৰ দাম মাথো ১,৪৮২ টকা। তাৰ বিপৰীতে একোটা স্মার্ট প্রিপেইড মিটাৰৰ দাম ৮,৬৭৫ টকা। এতিয়া জীৱনধাৰাৰ আৰু ঘৰুৱা (ক) শ্ৰেণীৰ গ্রাহকে এটা বিদ্যুৎ সংযোগ ডিজিটেল মিটাৰৰ দ্বাৰা সকলো খৰচ সহ ৩,৫০০ টকাত ল’ব পৰাৰ বিপৰীতে স্মার্ট প্রিপেইড মিটাৰসহ বিদ্যুৎ সংযোগত ভৰিব লাগিব ৯,৭৭৫ টকা।

এয়া চূড়ান্ত জনবিৰোধী আৰু লুণ্ঠনৰ বাহিৰে কি বুলি অভিহিত হ’ব? মুখ্যমন্ত্রী মহোদয় এটকা বিদ্যুৎ মাচুল ৰাজসাহার্য দিয়াৰ ফটাঢোল কোৱাই সাধাৰণ ঘৰুৱা শ্রেণীৰ গ্রাহকৰ বিদ্যুৎ সংযোগৰ নামত ৬,০০০ টকাকৈ অধিক বোজা কাৰ স্বাৰ্থত জাপি দিছে? আমি এই জনবিৰোধী সিদ্ধান্ত অবিলম্বে প্রত্যাহাৰ কৰি এপিডিচিএলৰ ১৭ জুনৰ সিদ্ধান্ত মর্মে জীৱনধাৰা আৰু ঘৰুৱা শ্রেণীৰ গ্রাহকক অব্যবহৃত হৈ থকা ডিজিটেল মিটাৰৰ দ্বাৰা ৩,৫০০ টকীয়া বিদ্যুৎ সংযোগ দিয়াৰ বাবে মুখ্যমন্ত্রীক হস্তক্ষেপ কৰিবলৈ দাবী জনালোঁ।

স্মার্ট মিটাৰ যোগান ধৰা কোম্পেনীসমূহ যেনে- এন ই স্মার্ট মিটাৰিং, আসাম স্মার্ট মিটাৰিং, হাই প্রিন্ট স্মার্ট মিটাবিং, আপৰাভা (Apraava) এনার্জি আৰু জেনাচ। ইয়াৰে আসাম স্মার্ট মিটাবিং কোম্পেনী পঞ্জীয়ন হৈছে ১ মে’ ২০২৩ চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় গুৰগাঁও হাৰিয়ানাত। এন ই স্মার্ট মিটাৰিং কোম্পেনীব পঞ্জীয়নৰ তাৰিখ ১৬ জানুৱাৰী, ২০২৩ চন আৰু ইয়াৰ মুখ্য কার্যালয় আছে আদানি কর্প’ৰেট হাউচ, শান্তিগ্রাম, আহমেদাবাদ, গুজৰাটত। হাই প্রিন্ট স্মার্ট মিটাৰিং কোম্পেনী পঞ্জীয়নৰ তাৰিখ ২২ ডিচেম্বৰ ২০২২ আৰু ইয়াৰ মুখ্য কার্যালয় আছে উত্তৰ প্ৰদেশৰ নয়দাত।

ইয়াৰ পৰা প্রতীয়মান হয় যে অসমত স্মার্ট প্রিপেইড মিটাৰ যোগান ধৰাৰ বাবেই এই কোম্পেনীসমূহে জন্ম লৈছিল। আৰু হাজাৰ হাজাৰ কোটি টকাৰ স্মার্ট মিটাৰ যোগানৰ ঠিকা পাবলৈ সক্ষম হৈছিল। অথচ দশকৰ পাছত দশক জুবি মিটাৰ যোগান আৰু নির্মাণ প্রক্রিয়াত জড়িত এল এণ্ড টি(1. & 1) আৰু ছিকিউৰ মিটাৰ (Secure Meters) আদি এই স্মার্ট মিটাৰ যোগান প্রক্ৰিয়াৰ পৰা দূৰৈত থকাটো ৰহস্যজনক। সমগ্র কথাখিনিলৈ লক্ষ্য কৰিলে স্পষ্ট হয় যে বিক্রেতা আৰু ক্রেতাৰ মাজত শকত অংকৰ কমিচনৰ লেনদেন হোৱাটো নিশ্চিত।

এপিডিচিএলৰ মুখ্য কার্যালয় বিজুলী ভৱন এতিয়া দুর্নীতিৰ ভূ-স্বর্গলৈ পর্যবেশিত হৈছে। আমিও সামগ্রিকভাৱে এপিডিচিএলৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ বাজহুৱা কৰো যদিও মুষ্টিমেয় কেইজনমান বিষয়াইহে দুর্নীতিৰ এই ছিন্ডিকেট বিজুলী ভৱনত চলাই আছে। বিদায় সভাৰ নামত বহু লাখ টকাৰ শৰাধ পতা এপিডিচিএলৰ বিদায় সভাত দুশ মানুহৰ বিপৰীতে বহু লাখ টকাৰ খৰচ, আঢ়ৈ লাখ টকাৰ সুৰা, এক প্লেট আহাৰৰ মূল্য ২,০০০ টকাকৈ খৰচ কৰা হৈছে। ৰাজহুৱাকৈ অভিযোগ উত্থাপন কৰাৰ পাছতো এপিডিচিএলৰ এইসকল দুর্নীতিগ্রস্ত বৰমুৰীয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে গ্রহণ নকৰিলে। প্রায় ১৬,০০০ স্থায়ী আৰু অস্থায়ী কর্মচাৰীৰে গঠিত এই সংস্থাটোৰ সৰহ সংখ্যক কর্মচাৰীয়েই এই দুর্নীতিৰ বিষয়ে অৱগত আৰু বেদনাহত।

শেহতীয়াকৈ ১২ টা ইউনিয়ন এছ’চিয়েচনে দুর্নীতিৰ ছিন্ডিকেটটোৰ বিৰুদ্ধে সুনির্দিষ্ট অভিযোগ ৰাজহুৱাকৈ উত্থাপন কৰাৰ পাছতো কোনো শাস্তিমূলক অথবা বিভাগীয়া ব্যৱস্থা লোৱাৰ পৰিৱর্তে এপিডিচিএল নির্বিকাৰ হৈ আছে। আমাৰ সদা জাগ্রত তথা কর্মতৎপৰ মুখ্যমন্ত্ৰী ।গৰাকীৰ ভূমিকাও এপিডিচিএলৰ দুর্নীতিৰ ক্ষেত্রত অতি ৰহস্যজনক। আটাইতকৈ লক্ষ্যণীয় কথাটো হ’ল বিজুলী ভৱনৰ দুর্নীতিৰ কেন্দ্রবিন্দু এপিডিচিএলৰ এমডি ৰাকেশ কুমাৰ নিজেই।

দুর্নীতিগ্রস্ত বিষয়াই তেওঁৰ পৰা সকলো ধৰণৰ পৃষ্ঠপোষকতা পোৱাৰ উপৰিও স্বজন-তোষণ তেওঁৰ কাৰ্যালয়ত চৰম শীৰ্ষত। তেওঁৰ প্রিয়ভাজন হোৱা হেতুকেই চাকৰি ৰিজাইন দি এপিডিচিএল এৰা বিতর্কিত বিষয়াক কোনো প্রক্রিয়া অবিহনে পুনৰ স্মার্ট মিটাৰৰ বিশেষ দায়িত্ব দিয়া হৈছে। বিজুলী ভৱনত এক ডর্জনতকৈ অধিক মহাপ্রবন্ধক থকাৰ পাছতো তেওঁৰ প্রিয়ভাজন বিষয়া এজনক বাণিজ্যিক ৰাজহৰ দৰে গুৰুত্বপূর্ণ পদৰ উপৰিও গুৱাহাটী মণ্ডলৰ দায়িত্ব বছৰ ধৰি চলি থাকিবলৈ দিয়া হৈছে।

বহু বিতর্কিত তেওঁৰ অ’এছডিজন এতিয়াও স্থানান্তৰ নোহোৱাকৈ বাহাল তবিয়তে থকা উপৰিও অনাধিকাৰভাৱে ৰাজহুৱা ধন খৰচ কৰি দুখনকৈ গাড়ী ব্যক্তিগতভাৱে ব্যৱহাৰ কৰি আছে। খোদ বাকেশ কুমাৰে বাংলো পিয়ন লোৱাৰ উপৰিও HR বিভাগৰ এজন কর্মীক প্রায় তিনি বছৰ ধৰি ঘৰুৱা লগুৱাৰ দৰে ব্যৱহাৰ কৰি আছে। হে মহামান্য মুখ্যমন্ত্রী মহোদয়, আপোনাৰ দৰে এজন সুদক্ষ মুখ্যমন্ত্রীয়ে এপিডিচিএলৰ এইবোৰ দুর্নীতি-অনিয়মৰ একো ভূ নাপায়নে? এপিডিচিএলৰ দুর্নীতি আৰু ৰাজহুৱা ধনৰ অপচয়ৰ বোজা অৱশেষত অসমৰ বিদ্যুৎ গ্রাহকেই বহন কৰিব লাগিব। গতিকে মুখ্যমন্ত্রী মহোদয়ক আমি টানি অনুৰোধ জনাও যাতে ড:ভূপেন হাজৰিকা দেবে গোৱাৰ দৰে নির্লজ্জভাৱে বুঢ়া লুইত বোৱাৰ দৰে নহৈ কিছু কাৰ্য ব্যৱস্থা গ্রহণ কৰক। সময় বৰ নিষ্ঠুৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: apdcl scamGuwahatiKMSS PressmeetPrepaid Smart Meter
publisher

publisher

Related Posts

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d