Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

একেদিনাই মোদী-শ্বাহৰ স’তে বৈঠক ৰাষ্ট্ৰপতি মুর্মুৰ

publisher by publisher
August 4, 2025
in India, News
Reading Time: 1 min read
0
একেদিনাই মোদী-শ্বাহৰ স’তে বৈঠক ৰাষ্ট্ৰপতি মুর্মুৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

Droupadi Murmu :✒️মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে বেপেৰুৱা আচৰণ কৰি ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ শুল্কক লৈ সৃষ্ট জটিলতা, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ উত্তৰসুৰী বাছনিক লৈ ভিন্ন চর্চা আদিৰ মাজতে কালি একেদিনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ স’তে সুকীয়াকৈ বৈঠকত মিলিত হ’ল বাষ্ট্রপতি দ্রৌপদী মুর্মু।

ADVERTISEMENT

ৰাষ্ট্ৰপতিগৰাকীয়ে প্রথমে নতুন দিল্লীৰ ৰাইছিনা হিলস্থিত ৰাষ্ট্ৰপতি ভৱনত প্রধানমন্ত্রী মোদীৰ স’তে বৈঠক অনুষ্ঠিত কৰে। তাৰ পাছতে তেওঁ শ্বাহৰ স’তে সুকীয়াকৈ আলোচনাত মিলিত হয়। ট্রাম্পৰ শুল্ক আৰোপ আৰু ধনখড়ৰ পদত্যাগ তথা তেওঁৰ উত্তৰসুৰী বাছনিৰ চৰ্চাৰ মাজতে ৰাষ্ট্ৰপতিয়ে শীর্ষ কাৰ্যপালিকাদ্বয়ৰ স’তে আলোচনাত মিলিত হোৱাটোৱে যথেষ্ট তাৎপর্য বহন কৰা বুলি চর্চিত হৈছে।

ইতিমধ্যে ইয়াক লৈ চৰকাৰৰ বাহিৰে-ভিতৰে চৰ্চা তুংগত উঠিছে। অৱশ্যে ৰাষ্ট্ৰপতিয়ে অংশ লোৱা এই দুই বৈঠকত চৰ্চিত বিষয়ৰ তথ্য পোহৰলৈ অহা নাই। এই সম্পর্কত প্রধানমন্ত্রী দপ্তৰ বা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দপ্তৰেও কোনো মন্তব্য কৰা নাই। অৱশ্যে ৰাষ্ট্ৰপতি ভৱনে বৈঠক দুখনৰ ফটো সামাজিক মাধ্যমত প্রকাশ কৰিছে।

পাছত গৃহ মন্ত্রী শ্বাহেও বৈঠকৰ ফটো সামাজিক মাধ্যমত আপলোড কৰে। উল্লেখ্য যে যোৱা ২১ জুলাইত স্বাস্থ্যজনিত কাৰণৰ অজুহাত দি আকস্মিকভাবে উপ-ৰাষ্ট্ৰপতি ধনখড়ে পদত্যাগ কৰে। ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা তেওঁৰ এই পদত্যাগপত্র ততাতৈয়াকৈ গৃহীত হয়।

পৰৱৰ্তী সময়ত নির্বাচন আয়োগে ঘোষণা কৰে যে অহা ন ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। এনে অৱস্থাতে কালি কিছু সময়ৰ অন্তৰত প্ৰধানমন্ত্ৰী আৰু কেন্দ্রীয় গৃহমন্ত্ৰীৰ স’তে বৈঠকত মিলিত হোৱাটোৱে তাৎপর্য বহন কৰিছে। উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ আকস্মিক পদত্যাগ, ট্রাম্পৰ শুল্কৰ উপৰি আন কেতবোৰ বিষয়েও শেহতীয়াভাৱে মোদী চৰকাৰক একপ্ৰকাৰ ব্যতিব্যস্ত কৰা বুলি চৰ্চা হৈছে।

সংসদৰ চলিত বর্ষাকালীন অধিবেশনৰ সময়ত যোৱা মঙল আৰু বুধবাৰে ‘অপাৰেছন সিন্দুৰ’ সম্পৰ্কত আলোচনা অনুষ্ঠিত হয়। প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী শ্বাহ দুয়োজনে বক্তব্য আগবঢ়ায়।

তদুপৰি বিহাৰত নিৰ্বাচন আয়োগে ভোটাৰ তালিকাক লৈ – চলোৱা বিশেষ গভীৰ পুনৰীক্ষণক লৈ বিৰোধী দলসমূহে ধাৰাবাহিকভাবে প্রশ্ন উত্থাপন কৰি আহিছে। আনকি সংসদতো বিষয়টো আলোচনাৰ বাবে বিৰোধী দলসমূহে দাবী উত্থাপন কৰিছে।

এনে অৱস্থাতে মোদী আৰু শ্বাহৰ স’তে ৰাষ্ট্ৰপতি পৃথকে আলোচনাত মিলিত হোৱাটোৱে তাৎপর্য বহন কৰাই স্বাভাবিক। উল্লেখ্য যে শেহতীয়া ব্রিটেইন আৰু মালদ্বীপ ভ্রমণ অন্ত পেলাই দেশত উপস্থিত হোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ স’তে বৈঠকত মিলিত হয় প্রধানমন্ত্রী মোদী।

মোদীৰ শেহতীয়া ব্রিটেইন ভ্ৰমণৰ সময়ত দেশখনৰ স’তে ভাৰতৰ দ্বিপাক্ষিক বাণিজ্যিক চুক্তি স্বাক্ষৰ হয়। এই চুক্তি স্বাক্ষৰৰ কিছুদিন পাছতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰে।

কেৱল সেয়াই নহয়, ৰাছিয়াৰ পৰা সামৰিক অস্ত্ৰ আৰু তেল ক্ৰয় কৰাৰ বাবে ভাৰতক জৰিমনা বিহাৰ হুংকাৰো দিছে ট্রাম্পে। লক্ষ্যণীয়ভাবে এছিয়াৰ বিভিন্ন দেশৰ তুলনাত ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিছে মার্কিন ৰাষ্ট্ৰপতিয়ে। অথচ প্রধানমন্ত্রী মোদীয়ে ট্রাম্পক বন্ধু আখ্যা দি আহিছে।

গতিকে ট্রাম্পৰ এই ঘোষণাৰ পাছতে মোদী চৰকাৰৰ কূটনীতিক লৈ প্রশ্ন উত্থাপন কৰিবলৈ লৈছে কংগ্রেছসহ বিভিন্ন বিৰোধী দলে। সম্প্রতি বিৰাজ কৰা এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ পৰা তেল ক্রয় সন্দৰ্ভত ভাৰতৰ পদক্ষেপ কি হ’ব তাক লৈয়ো ব্যাপক চর্চা অব্যাহত আছে।

কার্যতঃ এনে বিষয়সমূহে মোদী চৰকাৰক জুমুৰি দি ধৰাৰ আভাস স্পষ্ট হৈছে। এনে অৱস্থাতে অৰাজক মণিপুৰৰ প্ৰসংগও চর্চিত হৈছে। উল্লেখ্য যে যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত আছে মণিপুৰ। যোৱা সপ্তাহত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ ছমাহলৈ বৃদ্ধিত লোকসভাই অনুমোদন জনায়। অৱশ্যে এই প্রস্তার বর্তমানলৈ ৰাজ্যসভাত উত্থাপন হোৱা নাই। এনে পৰিস্থিতিতে কালি মোদী-শ্বাহৰ স’তে পৃথকে বৈঠক অনুষ্ঠিত কৰে ৰাষ্ট্ৰপতিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aamit shahDroupadi MurmuNarendra Modi
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d