Theft Arrested:
মহানগৰীৰ প্ৰায়বোৰ আবাসীক অঞ্চলৰ পৰা চোৰ হয় পানীৰ মটৰ ৷ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই চোৰে অব্যাহত ৰখা চুৰি কাৰ্যৰ মাজতে ফটাশিল-আমবাৰী আৰক্ষীয়ে গোপন খবৰ ভিত্তিত অভিযান চলাই পলাশবাৰীৰ এটা ডেম্পৰ পৰা জব্দ কৰে ২৫ টাকৈ চুৰি পানী মটৰ।
ADVERTISEMENT
আৰক্ষীয়ে এই সংক্ৰান্তত ডেম্পৰ মালিক আখতাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ জেৰাত হুছেইনে স্বীকাৰ কৰা মতে এটা চোৰৰ দলৰ পৰা তেওঁ জব্দকৃত মটৰ কেইটা কিনিছিল ৷






























