Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sarbananda Sonowal: বিজেপিৰ তিনিচুকীয়াৰ উদ্যোগত আয়োজিত বিভাজন বিভীষিকা স্মৃতি দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

publisher by publisher
August 14, 2025
in Assam, News
Reading Time: 1 min read
0
Sarbananda Sonowal: বিজেপিৰ তিনিচুকীয়াৰ উদ্যোগত আয়োজিত বিভাজন বিভীষিকা স্মৃতি দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

ডিব্ৰুগড় কাছাৰীঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Sarbananda Sonowal:

১৯৪৭ চনৰ দেশ বিভাজন ইতিহাসৰ এক অতি করুণ অধ্যায়। ভাৰতৰ একতা, অখণ্ডতা, সুৰক্ষাৰ দিশত কংগ্ৰেছে আপোচ কৰাৰ বাবেই দেশ বিভাজনৰ ফলত লাখ লাখ লোকে অবর্ণনীয় হিংসা, নির্যাতনত নিহত হৈছিল। সেই ভয়াৱহ ঘটনাৰাজিয়ে আজিও প্রতিজন ভাৰতীয়ক গভীৰভাৱে শোকাহত কৰে।”, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ উপলক্ষে আজি ভাৰতীয় জনতা পার্টি তিনিচুকীয়া জিলাই আয়োজন কৰা স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে উল্লেখ কৰে আৰু দেশ বিভাজনৰ সময়ছোৱাত নিহত লোকসকলৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

ADVERTISEMENT

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “দেশ বিভাজনৰ সময়ৰপৰা এতিয়া এখন বিকশিত ভাৰত গঢ়ি উঠালৈ এক দীঘলীয়া পৰিক্ৰমাৰ সাক্ষী ভাৰতবাসী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত এখন শক্তিশালী, সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত সক্রিয় ভূমিকা পালন কৰি যাবলৈ দেশৰ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আমি সকলোৱে দৃঢ় সংকল্প ল’লোঁ।”

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি তিনিচুকীয়াত ‘দেশ বিভাজন বিভীষিকা স্মৃতি দিৱস’ৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক সম্বোধন কৰে। এই সন্দৰ্ভত ৰাইজে সক্রিয় উপস্থিতিৰ জৰিয়তে ৰাষ্ট্ৰৰ প্ৰতি সেৱা আৰু সমৰ্পণৰ যি মনোভাৱ ব্যক্ত কৰিছে, তাৰ বাবে তেখেতে শলাগ লয়।

দেশ বিভাজনৰ সময়ত পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘু অর্থাৎ হিন্দু লোকসকলৰ ওপৰত চলা অত্যাচাৰ, হত্যা, হিংসা, নির্যাতন, নৰসংহাৰৰ বিভীষিকা সুঁৱৰি সর্বানন্দ সোণোৱালে কয় যে এই বিষয়ত এক বিশদ অধ্যয়নৰ প্ৰয়োজনীয়তা তথা প্রাসংগিকতা আজিও আছে। এই প্রসংগতে তেখেতে জৱাহৰলাল নেহৰু আৰু মহম্মদ আলী জিন্নাৰ নির্লিপ্ততা আৰু বহু ভুল সিদ্ধান্ত তথা দেশৰ একতা, অখণ্ডতা বিৰোধী পদক্ষেপৰ বাবে আক্ষেপ প্রকাশ কৰে। সেই ভয়াৱহ সময়ছোৱাত হিন্দুসকলৰ অৱস্থাৰ প্ৰতি কংগ্ৰেছ দলে যি অৱজ্ঞা তথা মৌনতা অৱলম্বন কৰিছিল, তাৰ বাবে দলটিক কটু সমালোচনা কৰে। সেই বিভীষিকা, অত্যাচাৰ, লাখ লাখ লোকৰ স্থানান্তৰৰ ইতিহাসৰ বিষয়ে আজিৰ প্ৰজন্মক অৱগত কৰোৱাটোও অতি জৰুৰী বুলি কেন্দ্রীয় মন্ত্রীজনে মত পোষণ কৰে। তাৰ

তুলনাত ভাৰতীয় জনতা পার্টি আৰু মিত্ৰজোঁটৰ বিগত ১১ বছৰীয়া শাসনকালত ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰ জৰিয়তে সকলোকে লগত লৈ, সমাজৰ সকলো বৰ্গৰ লোকৰ আৰ্থ-সামাজিক নিৰাপত্তা, উন্নতি তথা স্বাভিমান ৰক্ষাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যিখিনি ঐতিহাসিক পদক্ষেপ হাতত ল’লে, যিখিনি কল্যাণকামী আঁচনি গ্রহণ কৰিলে, তাৰ বাবে সমগ্র দেশবাসী তেখেতৰ প্রতি কৃতজ্ঞ হৈ ৰ’ব বুলি মন্তব্য প্রকাশ কৰে সোণোৱালে। তাৰ বিপৰীতে সীমাহীন দুর্নীতি, কেলেংকাৰী, ভ্ৰষ্টাচাৰ, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি তথা বিভাজনৰ নীতিৰ বাবে কংগ্ৰেছৰ ৫৫ বছৰীয়া শাসনকালত দেশৰ বিকাশৰ গতি বুদ্ধ হৈ পৰিছিল বুলি সোণোৱালে উল্লেখ কৰে।

এই প্ৰসংগতে সোণোৱালে ‘মেক ইন ইণ্ডিয়া’ৰ জৰিয়তে গঢ়ি উঠা আত্মনিৰ্ভৰশীলতাৰ কথা উল্লেখ কৰে। সোণোৱালে আজি কয়, “এতিয়া মোবাইল, যুদ্ধবিমান, মিছাইলকে আদি কৰি বিভিন্ন সামগ্ৰী ৰপ্তানিৰ জৰিয়তে সমগ্ৰ বিশ্বৰ বুকুত ভাৰত জিলিকি উঠিছে। ভাৰতে নিজকে বিশ্বৰ চতুৰ্থ বৃহৎ অর্থনীতিৰূপেও পৰিচয় দিবলৈ সক্ষম হোৱাৰ মূলতে মোদীৰ সবল নেতৃত্ব আৰু প্ৰতিটো আঁচনিৰ সফল ৰূপায়ণ। অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে আজি ভাৰতে সমগ্ৰ বিশ্বৰ সমুখত সগৌৰৱে নিজৰ সামৰিক শক্তিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। এয়া ভাৰতৰ নৱজাগৰণৰ সময়, এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ পথ প্রশস্ত কৰাৰ সময়। দেশৰ অমৃতকালত ইয়াৰ বাবে আমি প্ৰতিগৰাকী ভাৰতীয়ই সবল ভূমিকা পালন কৰিব লাগিব। দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত এয়া হওক আমাৰ ঐক্যবদ্ধ সংকল্প।”

এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে বিধায়কদ্বয় সঞ্জয় কিষাণ আৰু সুৰেন ফুকন, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কৃশকান্ত বড়া, ভাৰতীয় জনতা পার্টি অসম প্রদেশৰ উপ-সভাপতি পুলক গোহাঁই, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ভাদেশ্বৰ মৰাণ প্ৰমুখ্যে দলীয় সতীর্থসকল আৰু গণ্য-মান্য ব্যক্তিসকল।

ভাৰতবৰ্ষৰ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি তিনিচুকীয়াত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদ পিয়লি ফুকনৰ প্ৰতিমূৰ্তিত শ্রদ্ধার্ঘ্য অর্পণ কৰে আৰু ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ যুঁজত তেখেতৰ সাহসিক অৰিহণাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। সোণোৱালে কয়, “দেশৰ স্বাধীনতা সংগ্রামত অগ্রণী ভূমিকা পালন কৰা যুগজয়ী শ্বহীদ পিয়লি ফুকনৰ নিভাঁজ স্বদেশপ্রেম, বীৰত্ব আৰু অদম্য সাহসৰ গাথাই প্ৰতিটো প্রজন্মকে অনুপ্রাণিত কৰি আহিছে।”

তদুপৰি আজি তিনিচুকীয়াত নেতাজীৰ প্ৰতিমূর্তিতো গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোণোৱালে আৰু কয়, “মহান স্বাধীনতা সেনানী, ভাৰতৰ গৌৰৱ নেতাজী সুভাষ চন্দ্ৰ বসুৰ নির্ভীক সাহস, অদম্য আত্মবিশ্বাস আৰু দেশৰ বাবে আত্মত্যাগৰ মনোভাৱ আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। তেখেতে আজাদ হিন্দ ফৌজৰ নেতৃত্ব বহন কৰি ভাৰতৰ স্বাধীনতাৰ যুঁজক এক নতুন শক্তি দিছিল আৰু অগণন ভাৰতীয়ক দেশপ্ৰেমৰ চেতনাৰে জাগ্ৰত কৰি তুলিছিল। নেতাজীৰ আদর্শ তথা সপোনক সাৰথি কৰি এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিবলৈ আমি প্রতিজ্ঞাবদ্ধ হওঁ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: dist Bjp spl programmeSarbananda SonowalTinsukia Bjp
publisher

publisher

Related Posts

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী
India

October 12, 2026
যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d