Horoscope :✒️মেষ: শত্রু কমিব। ঘৰুৱা কামত উন্নতি হ’ব। ব্যৱসায়ত ফল পাব লাভজনক। শৰীৰিকভাৱে অলপ কষ্ট অনুভৱ হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
বৃষঃ কর্ম দক্ষতা আৰু সন্মান বৃদ্ধি। আর্থিকত উন্নতি। গোপন শত্ৰুৰ পৰা সাৱধান থাকিব। শৰীৰ মধ্যম। বিদ্যাত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৭।
মিথুন: ব্যয় অধিক বৃদ্ধি হ’ব। ঘৰুৱা সদস্যৰ পৰা অশান্তি হ’ব। ভ্রমণত কষ্ট। ক্ষোভ-হতাশা আঁতৰিব। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৪।
কর্কট: কর্মস্থানত নতুন উদ্যমেৰে কাম কৰিব পাৰিব। বন্ধুবৰ্গৰ পৰা সাৱধান হওক। অযথা খৰচ নকৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
সিংহ: কর্ম স্থানত মধ্যম। বন্যপ্ৰাণীৰ পৰা সাৱধান হওক। দাম্পত্যত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। সৰলতাৰ সুযোগ আনে ল’ব পাৰে। শুভৰং বগা, শুভ সংখ্যা ৩।
কন্যা: নতুন কর্ম সংস্থাপনৰ বাট মুকলি হ’ব। গাড়ী-মাটি ক্রয় কৰিব পাৰিব। দাম্পত্যত শুভ। উগ্র সাহস প্রদর্শন নকৰিব। হালধীয়া ৰং শুভ। শুভ সংখ্যা ৮।
তুলা: কৰ্ম আৰু আর্থিকত উন্নতি। ব্যস্ততা বৃদ্ধি পাব। উৎসাহ-উদ্দীপনা বৃদ্ধি পাব। শিক্ষার্থীসকলৰ শুভ। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৯।
বৃশ্চিক: কর্মস্থানত শুভ। প্ৰেমত শুভ। পাৰিবাৰিক শান্তি। বিদ্যাত মধ্যম। শৰীৰৰ প্ৰতি যত্ন লওক। শুভ ৰং বগা। শুভ সংখ্যা ৬।
ধনু: চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যোগ। দুখীয়াক বস্ত্র-অন্ন দান কৰিব। অন্ধ বিশ্বাস মনত নাৰাখিব। উৎকণ্ঠা আঁতৰিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ২।
মকৰ : আর্থিকত অসুবিধা হ’ব পাৰে। কর্মস্থানত উন্নতি। বিদ্যাত শুভ। কমলা ৰং শুভ। শুভ সংখ্যা ৪।
কুম্ভ: কর্মস্থানত মধ্যম যদিও কিছু সমস্যা থাকিব পাৰে। দাম্পত্য জীৱন শুভ। আর্থিক সম্পত্তি হানি হ’ব পাৰে। মাটিয়া ৰং শুভ। শুভ সংখ্যা ৫।
মীন: বিদ্যাত মধ্যম। শৰীৰ কিছু দুৰ্বল হ’ব পাৰে। মন্দিৰ দৰ্শন কৰিলে অধিক লাভ হ’ব। প্ৰেমত বাধা। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।































