Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Daily

২০ দিন ধৰি বন্ধ শ্রীনগৰ-জম্মু ঘাইপথ 

ট্রাকতে পচিল সাতশ কোটিৰ আপেল

publisher by publisher
September 17, 2025
in Daily
Reading Time: 1 min read
0
২০ দিন ধৰি বন্ধ শ্রীনগৰ-জম্মু ঘাইপথ 
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

কিশ্তৱাৰত নতুন সংঘৰ্ষ, ছত্রু বনাঞ্চলত অব্যাহত সেনা-আৰক্ষীৰ যৌথ অভিযান

Jammu and Kashmir:✒️বিজ্ঞান-প্ৰযুক্তিৰ চৰম উৎকৰ্ষৰ সময়তো একমাত্ৰ চৰকাৰী অৱহেলাত পথতে পচিল কমেও সাতশ কোটি টকাৰ কাশ্মীৰী আপেল। আকস্মিক বান, বৰফ খহি পৰা আদিৰ ফলত বিগত ২০ দিন ধৰি শ্রীনগৰ-জম্মু ঘাইপথেদি যানবাহনৰ চলাচল বন্ধ হৈ আছে। ঠায়ে ঠায়ে পথৰ দুয়োকাষে ৰখাই থোৱা যানবাহনে লানি নিছিগা শাৰীৰ সৃষ্টি কৰিছে। এই যানবাহনসমূহত অনেক আপেল কঢ়িয়াই অনা ট্রাকো আছে।

ADVERTISEMENT

ফলত এই ট্রাকসমূহত থকা আপেল পচি গৈছে। স্বাভাৱিকতে ইয়ে ক্ষুব্ধ কৰি তুলিছে কাশ্মীৰৰ আপেল খেতিয়কসকলক। উল্লেখ্য যে বজাৰত উপলব্ধ কমেও ৮০ শতাংশ আপেলৰে উৎপাদন কাশ্মীৰত হয়। এনেদৰে কাশ্মীৰৰ পৰা ২০ দিন ধৰি ট্রাক চলাচল নকৰাত সমগ্র দেশত আপেলৰ নাটনিৰ সৃষ্টি হৈছে।

বজাৰলৈ যোৱাৰ পূর্বে ট্রাকতে অগণন আপেল নষ্ট হোৱাত স্বাভাৱিকতে কাশ্মীৰী আপেল খেতিয়কসকলৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। লক্ষ্যণীয়ভাবে উদ্যান শস্য হৈছে কাশ্মীৰৰ গ্ৰাম্য অর্থনীতিৰ ৰাজহাড়। গোটেই বছৰ ধৰি আপেল খেতিয়কসকলে হাড়ভগা পৰিশ্ৰম কৰি সমগ্র দেশবাসীক খোৱাব পৰাকৈ প্ৰচুৰ আপেল উৎপাদন কবে। দুর্ভাগ্যজনক যে এইবাৰ বতৰ একেবাৰে প্রতিকূল।

ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্ট আকস্মিক বান, প্রকাণ্ড প্রকাণ্ড বৰফৰ স্তৰ খহি পৰাৰ দৰে ঘটনা সঘনে সংঘটিত হৈ আছে। যোৱা মাহত এক প্রবল বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত উধমপুৰৰ ওচৰত শ্রীনগৰ-জম্মু ঘাইপথৰ বিস্তৰ ক্ষতিসাধন হয়। এনে প্রবল বৰষুণৰ ফলত আকস্মিকভাবে সৃষ্ট বানে ঘাইপথটোৰ প্ৰায় তিনিশ মিটাৰ দৈর্ঘ্য উটুৱাই নিয়ে।

তাৰ পাছতে অঞ্চলটোক এক বৃহৎ বৰফ স্বস্খলনে আঘাত হানে। ফলত চেনানি আৰু উধামপুৰৰ মাজত তথা নাশ্রি আৰু বানিশাল অঞ্চলত ঘাইপথৰ বিস্তৰ ক্ষতিসাধন হয়। এনে কাৰণতে সদাব্যস্ত পথটোৰে যানবাহন চলাচল কৰিব নোৱাৰা হৈ আছে। এনে পৰিস্থিতিয়ে কালি ২০ দিনত ভৰি দিয়ে। পথটোৰে যানবাহনৰ চলাচল বন্ধ হৈ থকাত ট্রাকতে পুষ্টিকাৰক বিপুল পৰিমাণৰ আপেল পচা ঘটনাক বহুতেই সহজভাবে ল’ব পৰা নাই।

বিষয়টোক লৈ সৰৱ হৈ উঠি জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই পথছোৱা যানবাহনৰ চলাচলৰ বাবে মুকলি কৰিব নোৱাৰাটোক কেন্দ্রীয় ঘাইপথ মন্ত্রণালয়ৰ ব্যর্থতা আখ্যা দিছে। বিষয়টোক লৈয়ে ইতিমধ্যে তেওঁ কেন্দ্রীয় ঘাইপথ মন্ত্রী নিতীন গাডকাৰীৰ স’তে বার্তালাপত মিলিত হৈছে।

এই বাৰ্তালাপৰ সময়ত গাডকাৰীয়ে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ফলপ্ৰসু কার্য ব্যৱস্থা গ্রহণৰ আশ্বাস দিয়া বুলি সূত্রই জনায়; কিন্তু এতিয়ালৈ শ্রীনগৰ-জম্মু ঘাইপথত ট্রাকতে সাতশ কোটি টকাৰ আপেল পচি যায়। উল্লেখ্য যে সকলো পৰিৱেশৰ বাবে উপযোগীকৈ শ্রীনগৰ-জম্মু ঘাইপথ কে’বা হেজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা বুলি মোদী চৰকাৰে দাবী কৰি আহিছে। এই ঘাইপথে যান-জট দূৰ কৰি ভ্ৰমণৰ সময় হ্রাস কৰা বুলিও চৰকাৰে সততে কৃতিত্ব দাবী কৰি আহিছে। এনে অবস্থাতে শেহতীয়াভাবে হোৱা প্ৰবল বৰষুণে পথটো বিধ্বস্ত কৰে।

স্বাভাৱিকতে ইয়ে চৰকাৰী দাবীৰ অন্তঃসাৰশূন্যতাক প্রতিফলিত কৰিছে। একাংশই অভিযোগ কৰা অনুসৰি, বিপদৰ আশংকাৰ সঠিক মূল্যায়ন আৰু উপযোগী দুর্যোগ ব্যবস্থাপনা নীতি প্রস্তুত নকৰাকৈয়ে শ্রীনগৰ-জম্মু ঘাইপথ বহল কৰি নিৰ্মাণ কৰাৰ ফলত এই জটিল সমস্যাৰ উদ্ভৱ হৈছে। লক্ষ্যণীয়ভাবে এই ঘাইপথে হৈছে কাশ্মীৰত নিয়োজিত ভাৰতীয় সেনাবাহিনীলৈ সা-সামগ্রী যোগান ধৰাৰ মূল উপায়।

গতিকে সাধাৰণ অৱস্থাত এই ঘাইপথৰে নিতৌ সামৰিক বাহিনীৰ শ শ যানবাহন চলাচল কৰে। শেহতীয়াভাবে প্রতিকূল বতৰৰ ফলত পথটো বন্ধ হৈ থকাত সামৰিক বাহিনীৰ চালচলনতো ব্যাঘাত জন্মিছে।

ইপিনে, হাড়ভগা শ্রম কৰি উৎপাদন কৰা ফচল এনেদৰে নষ্ট হোৱাত কাশ্মীৰ উপত্যকাৰ আপেল খেতিয়কসকলে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। অৱশ্যে কেরল আপেল খেতিয়কসকল যে লোকচানৰ সম্মুখীন হৈছে তেনে নহয়, ফল-মূল বিক্রেতাসকলো প্রচণ্ড লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে। এই সম্পৰ্কত ছপিয়াৰ পাইকাৰী বজাৰৰ সভাপতি ফওয়াজ আহমেদে কয়, ‘কাশ্মীৰৰ পৰা আপেল বাহিৰৰ বজাৰলৈ যায়। সেইসকল ব্যৱসায়ীও ক্ষতিৰ সম্মুখীন হৈছে। পৰিবহণ ব্যবসায়ীৰো ক্ষতি হৈছে। চৰকাৰে পথটো সোনকালে মোকলোৱাৰ ব্যৱস্থা কৰিব লাগে।’

আনহাতে, পথটো মোকলাবৰ বাবে চৰকাৰে কোনো পদক্ষেপে গ্রহণ কৰা নাই বুলি ক্ষোভ প্রকাশ কৰিছে আপেল খেতিয়কসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AppleJammu and Kashmir
publisher

publisher

Related Posts

Dainik Agradoot Today’s Edition : 24 September 2026
Daily

September 25, 2026
Dainik Agradoot Today’s Edition: 24 September 2026

September 24, 2026
Dainik Agradoot Today’s Edition : 23 Sept 2026

September 23, 2026
Dainik Agradoot Today’s Edition: 22 Sept 2026

September 22, 2026
Dainik Agradoot Today’s Edition: 21 Sept 2026

September 21, 2026
Dainik Agradoot Today’s Edition : 20 September 2026

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d