Horoscope:✒️মেঘ: কর্মত উন্নতি। ব্যৱসায়ত মাধ্যম। ব্যয় বৃদ্ধি, পূব দিশত ভ্রমণ নকৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২।
বৃষ: কৰ্মসংস্থাপনৰ যোগ। পাৰিলে শনি মন্দিৰ দৰ্শন কৰিব শুভ হ’ব আকোৰগোজ মনোভাৱৰ পৰা ক্ষতি বিদ্যাত উন্নতি। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৬।
মিথুন: জ্ঞানী বা সৎ লোকৰ সান্নিধ্য লাভ কৰিব; বিদ্যাত মধ্যম। ভ্রমণত সাবধান, শুভ ৰং মুগা, শুভ সংখ্যা ২।
কর্কট: কার্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব। মূল্যৱান সম্পদ লাভ। ব্যয় বৃদ্ধি পূব দিশ ভ্রমণ কৰিব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।
সিংহ: সন্মান বৃদ্ধি; বন্ধুবৰ্গৰ পৰা উৎসাহিত হ’ব। শুভ কাম সম্পন্ন কৰিব পাৰিব। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।
তুলা: মূল্যৱান সম্পদ লাভ। ব্যয় বৃদ্ধি। আনৰ প্ৰতি উদাৰতা নহ’ব। কর্মক্ষেত্রত মধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা ৪।
কন্যা: ব্যৱসায়ত উন্নতি। জমা ধন খৰচ হ’ব পাৰে। ভ্ৰমণত শুভ। শৰীৰৰ যত্ন লওক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।
বৃশ্চিক: মানসিক শান্তি; সম্মান বৃদ্ধি, গোপন সত্রু বৃদ্ধি; কর্মক্ষেত্রত উন্নতি। খৰচ বৃদ্ধি; শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮।
ধনু: ভ্রমণত কষ্ট; কর্মসংস্থাপনৰ যোগ। অর্থ নাশ প্ৰেমত কষ্ট, শাৰীৰিক সংঘাতৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং চকলেট, শুভ সংখ্যা ২।
মকৰ : সামাজিক নিষ্ঠা আৰু দৃঢ়তা বৃদ্ধি; ধৈৰ্যৰ প্ৰয়োজন। কর্মস্থলীত উন্নতি সন্তানক লৈ চিন্তা বৃদ্ধি। শুভ ৰং নীলা, শুভ সংখ্যা ৫।
কুম্ভ: কর্মযোগ্যতা বৃদ্ধি। ভ্ৰমণৰ যোগ। আয়তকৈ ব্যয় বৃদ্ধি, অর্থ নাশ। শুভ ৰং মাখন, শুভ সংখ্যা ৩।
মীন: পৰিশ্ৰমৰ মৰ্যাদা পাব। ভ্রমণত চিন্তা বৃদ্ধি, আনৰ দুষ্ট লোকৰ পৰা সাবধান হওক। শুভ ৰং মাখন, শুভ সংখ্যা ৬।































