Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

কিমান নিৰাপদ স্কুবা ডাইভিং? বিশেষজ্ঞৰ মতে মানি চলিব লাগে এই পাঁচটা পৰামৰ্শ

publisher by publisher
October 3, 2025
in Lifestyle
Reading Time: 1 min read
0
কিমান নিৰাপদ স্কুবা ডাইভিং? বিশেষজ্ঞৰ মতে মানি চলিব লাগে এই পাঁচটা পৰামৰ্শ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Mermaid : সমুদ্ৰৰ তীৰত কোন এই মৎস্যকন্যা ?

Scuba diving:✒️সাধাৰণতে পর্যটকে সমুদ্র গৰ্ভৰ সৌন্দর্য উপভোগ কৰি ভাল পায়। গতিকে এই দুঃসাহসিক ক্রীড়া বহুতৰে পছন্দৰ। লক্ষ্যণীয় যে পর্যটকসকলক আকৰ্ষণ কৰিবলৈ সমুদ্রতীৰবৰ্তী পর্যটন কেন্দ্রসমূহত স্কুবা ডাইভিঙৰ ব্যৱস্থা কৰা হয়। ইয়াৰ স’তে বিভিন্ন সংস্থা জড়িত থাকে। ভাৰতৰ আন্দামান স্কুবা ডাইভিঙৰ বাবে বিখ্যাত।

ADVERTISEMENT

একেদৰে লাক্ষাদ্বীপ, গোৱা, পুডুচেৰী, কেৰালাৰ কোভালমো – স্কুবা ডাইভিঙৰ বাবে জনপ্রিয়। কিন্তু স্কুবা ডাইভিঙৰ সময়ত অপ্রত্যাশিত দুর্ঘটনা এৰাই চলাৰ বাবে নিম্নোক্ত পাঁচটা কথা মানি চলা উচিত বুলি বিশেষজ্ঞ তথা অভিজ্ঞসকলে কয়।

ক) প্রশিক্ষক বা গাইডৰ সহায় লওক: স্কুবা ডাইভিঙৰ সময়ত প্রশিক্ষক বা গাইড থাকে। নিজে কেতিয়াও পানীত নমা উচিত নহয়। কাৰণ সমুদ্র গর্ভত নানা অজানা বিপদ লুকাই থাকিব পাৰে। গতিকে গাইড বা প্রশিক্ষক থাকিলে সুৰক্ষিত হ’ব পাৰে।

খ) সংস্থা নির্বাচন: জনপ্রিয় পর্যটন কেন্দ্রসমূহত একাধিক স্কুবা ডাইভিং সংস্থা থাকে। গতিকে স্কুবা ডাইভিঙৰ সময়ত এনে এটা সংস্থাৰ পৰামৰ্শ গ্রহণ কৰিব। আপোনাৰ গাইড অভিজ্ঞ হয় নে নহয় সেই কথা স্থানীয় লোকে জানিব। গতিকে গাইড বা স্কুবা ডাইভিং সংস্থা নির্বাচনৰ ক্ষেত্ৰত স্থানীয় লোকৰ পৰামর্শ গ্রহণ কৰিব। তেতিয়া বিপদৰ আশংকা কম থাকে।

গ) শাৰীৰিক সমস্যা: গভীৰ পানীত স্কুবা ডাইভিঙৰ সময়ত অক্সিজেন ব্যৱহাৰ কৰা হয়। কিন্তু বাম পানীত স্কুবা ডাইভিঙৰ সময়ত বহুতে অক্সিজেন ব্যৱহাৰ নকৰে। এই ক্ষেত্রত শ্বাস-প্রশ্বাসৰ ব্যায়াম জনা থাকিলে সহায় হয়। কাৰণ দেহে নির্দিষ্ট পৰিমাণৰ অক্সিজেন ধৰি ৰাখিব পাৰে। তদুপৰি সাঁতুৰি থকাৰ সময়ত কাণত পানী সোমাব পাৰে। শ্বাস-প্রশ্বাসৰ ব্যায়াম জানিলে এই সমস্যা হ্রাস পায়।

ঘ) সাঁতোৰঃ বিশ্বৰ বহু দেশত সাঁতুৰিব নজনা লোকক স্কুবা ডাইভিং কৰিবলৈ দিয়া নহয়। কেৱল সাঁতুৰিব জনাসকলকহে এই দুঃসাহসিক ক্রীড়াত অংশ ল’বলৈ দিয়া হয়।

ঙ) পানীত নমাৰ সময়: সমুদ্ৰৰ নিজা নীতি বা ব্যাকৰণ আছে বুলি কোৱা হয়। সমুদ্রত জোৱাৰভাটা এক স্বাভাৱিক ঘটনা। গতিকে আত্মবিশ্বাস দৃঢ় হ’লেও স্থানীয় লোকৰ পৰামৰ্শ অবিহনে স্কুবা ডাইভিং কৰা অনুচিত। নির্জন স্থানত সমুদ্ৰৰ পানীত নমাটো বিপজ্জনক। কাৰণ বিপদত পৰিলে উদ্ধাৰ কৰিবলৈ কোনো নাথাকে।

আনহাতে, স্কুবা ডাইভিং সম্পর্কত এজন অভিনেতাই কয়, ‘সকলো দুঃসাহসিক ক্রীড়াৰ নিৰ্দিষ্ট কিছুমান নিয়ম থাকে। সেই নিয়মসমূহ মানি চলিলে কোনো সমস্যা নহয়।’

নিয়মিতভাৱে শৰীৰ চৰ্চা কৰিলে স্কুবা ডাইভিঙৰ দৰে অভিযানমূলক তথা দুঃসাহসিক ক্রীড়াত সমস্যাৰ সন্মুখীন হ’ব নালাগে বুলি তেওঁ মতপোষণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Scuba diving
publisher

publisher

Related Posts

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

May 7, 2026
ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়
Lifestyle

ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

May 7, 2026
গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়
Lifestyle

গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

May 6, 2026
ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d