Horoscope:✒️মেষ: কর্ম বৃদ্ধি পাব। চাকৰিৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ লগত মত বিৰোধ হ’ব পাৰে। বিদ্যার্থীৰ বাবে শুভ। প্ৰেমত অশুভ। শুভ ৰং হালধীয়া।
বৃষ: সাৱধানে চলা-ফিৰা কৰিব। দেহত আঘাত পোৱাৰ সম্ভাৱনা আছে। প্রেমত মধ্যম।
মিথুন: পুৰণি কোনো ৰোগে আমনি কৰিব। বিদ্য্যাৰ্থীৰ বাবে নতুন সুযোগ আহিব পাৰে। বিবাহ প্ৰাৰ্থীৰ বাবে শুভ।
কর্কট: দিনটো শান্তিপূর্ণ থাকিব। চাকৰিয়াল সকলৰ বিভিন্ন কাৰণত বিভিন্ন সমস্যা দেখা দিব। বিদ্যার্থীৰ শুভ। শুভ ৰং মেৰুণ।
সিংহ: ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। বিদ্যার্থীসকলে শিক্ষা কৰিলে ভাল ফল পাব। প্রেমত কষ্টদায়ক। শুভ ৰং কমলা।
কন্যা: ভ্রমণত শুভ। বন্ধুৰ লগত মত বিৰোধ হ’ব পাৰে। মাতৃৰ শুভ।প্রেমত শুভ। শুভ ৰং ৰঙা।
তুলা: ব্যৱসায়ীসকল সাৱধান হোৱাটো ভাল। চাকৰিয়ালৰ শুভ। উত্তৰ দিশে ভ্রমণ নকৰিব। শুভ ৰং নীলা।
বৃশ্চিক: পৰিশ্ৰম কৰিলে বহুত সমস্যা সমাধান হ’ব। নিজৰ ব্যক্তিগত কথা আনৰ আগত প্রকাশ কৰিলে ক্ষতি হ’ব। প্ৰেমৰ ক্ষেত্রত শুভনহয়। শুভ ৰং সেউজীয়া।
ধনু: বিদ্যার্থীৰ বাধা। যান-বাহন চলাওতে সাৱধান হ’ব। ভ্রমণত কষ্টদায়ক হ’ব। প্ৰেমত শুভ। শুভ ৰং ক’লা।
মকৰঃ শাৰীৰিক বেয়া নহয়। চাকৰিৰ নতুন সুযোগ। খৰচৰ মাত্রা বৃদ্ধি পাব। প্রেম প্রণয়নত শুভ। শুভ ৰং সোণালী।
কুম্ভ: মাহটোত উন্নতিৰ সুযোগ আহিব পাৰে। শাৰীৰিক ক্ষেত্ৰত বেয়া নহয়। দূৰ ভ্ৰমণৰ সুযোগ। বিদ্যার্থীৰ ভ্ৰমণৰ যোগ আছে। শুভ ৰং বগা।
মীন: ডাঙৰ বিবাদ হোৱাৰ সম্ভৱনা আছে। আনৰ কথা শুনি অশান্তি সৃষ্টি নকৰিব। প্ৰেমত চিন্তিত। ভ্রমণ নকৰাই ভাল। শুভ ৰং ৰঙা।































