Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

    গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

    Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

    Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

    Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মাত্ৰ এবছৰতে ৰাজ্যত ১,০২৫টা হত্যাকাণ্ড-২০৪টা আত্মহত্যাৰ ঘটনা

publisher by publisher
October 7, 2025
in India, News
Reading Time: 1 min read
0
মাত্ৰ এবছৰতে ৰাজ্যত ১,০২৫টা হত্যাকাণ্ড-২০৪টা আত্মহত্যাৰ ঘটনা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Crime:✒️শেহতীয়া ২০২৩ৰ অপৰাধৰ তথ্য অনুসৰি, অসমত পঞ্জীয়ন হোৱা উল্লিখিত অপৰাধৰ সংখ্যাৰ ভিতৰত ৪৯,৮৮৪টা অপৰাধ ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত সংঘটিত হৈছিল। এই অপৰাধসমূহৰ ভিতৰত আছে ১,০২৫টা হত্যাকাণ্ড, য’ত ভুক্তভোগীৰ সংখ্যা হৈছে ১,০৪৭জন। একেদৰে ২০২৩ত অসমত হিট এণ্ড ৰাণৰ ১,২১১টা গোচৰ পঞ্জীয়ন হৈছিল আৰু এই গোচৰসমূহত ভুক্তভোগীৰ সংখ্যা হৈছে ১,২৭৩ জন।

ADVERTISEMENT

ইয়াৰ উপৰি উল্লিখিত বৰ্ষটোত ১০১টা যৌতুকৰ দাবীত হত্যাৰ ঘটনা সংঘটিত হৈছে, য’ত ১০৭ গৰাকী ভুক্তভোগী। একেদৰে ২০২৩ত ৰাজ্যত ২০৪টা আত্মহত্যাৰ ঘটনা সংঘটিত হয়, য’ত ভুক্তভোগীৰ সংখ্যা হৈছে ২১৩জন। লগতে হত্যাৰ অপচেষ্টাৰ ৯০৩টা, আক্ৰমণ কৰি আহত কৰা ৫,৩৮৭টা, এচিড আক্ৰমণৰ ১০টা, মহিলাৰ ওপৰত আক্ৰমণৰ ৮৯৮টা, যৌন আতিশয্যৰ ২০৯টা, ৩,৫৬৩টা অপহৰণৰ ঘটনা, মানৱ সৰবৰাহৰ ৯৬টা (আইপিচি), ৯৮৯টা ধৰ্ষণৰ ঘটনা আৰু ধৰ্ষণৰ অপচেষ্টাৰ ১৭৩টা গোচৰ ২০২৩ত ৰাজ্যত বিভিন্ন থানাত ৰুজু হৈছে।

ইয়াৰ উপৰি এই বৰ্ষটোত ১২,৭৯৫টা চুৰিৰ ঘটনা, ২,৯২৪টা বাহন চুৰি ঘটনা, ৭৬৫টা ডকাইতি ঘটনা, ধনদাবী-ব্লেকমেইলিঙৰ ৫৬৭টা, জালিয়াতি-প্ৰতাৰণাৰ ৪,০৪৮টা, ৰাজহুৱা স্থানত তীব্ৰ গতিত বাহন চলোৱাৰ ৪,১৫৩টা ঘটনা তথা গোচৰ ৰুজু হৈছিল। একেদৰে ৰাজ্যখনত উল্লিখিত বৰ্ষত ৪,৮১৭টা অর্থনৈতিক অপৰাধ সংঘটিত হয় আৰু ইয়াৰে গৰিষ্ঠ সংখ্যকে ঠগ-প্ৰৱঞ্চনাৰ ঘটনা।

একেদৰে দুৰ্নীতিৰ ১১০টা গোচৰ ৰুজু হৈছিল, য’ত ১২টা আয়বহির্ভূত সম্পত্তিৰ গোচৰ আছে আৰু এই গোচৰসমূহত ১১৭জনক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ উপৰি চাইবাৰ অপৰাধৰ ৯০৯টা ঘটনা ২০২৩ত সংঘটিত হয়। উল্লেখ্য যে এই বৰ্ষটোত ৰাজ্যখনত আইপিচি আইনৰ অধীনত ৰুজু হোৱা সৰ্বমুঠ গোচৰৰ বিপৰীতে আৰক্ষীয়ে মুঠ ৫১,৮৫৮জন লোকক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰে ৫১,২৮৪জন পুৰুষ আৰু ৫৭৪ গৰাকী মহিলা। একেদৰে বিশেষ আৰু ৰাজ্যিক আইনৰ অধীনত ১৮,৬৫০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

ব্যক্তিগত শত্রুতাৰ বাবে সংঘটিত হৈছিল ২৩০টা হত্যাকাণ্ড

ইফালে, ২০২৩ত সংঘটিত ১,০২৫টা হত্যাকাণ্ডৰ ঘটনাত ১,০৪৭জন লোক ভুক্তভোগী হয়। ইয়াৰে ২৩০টা হত্যাকাণ্ড ব্যক্তিগত শত্রুতাৰ বাবে সংঘটিত হৈছিল। একেদৰে যৌতুকৰ বাবে ২৪টা, প্রেম সম্পর্কীয় কাৰণত ৩০টা, অবৈধ সম্পৰ্কৰ ফলত ১৬টা, সম্পত্তি-পৰিয়াল আদি বিবাদৰ ফলত ২৪৬টা হত্যাকাণ্ড সংঘটিত হৈছিল। ইয়াৰ উপৰি ৩১টা হত্যাকাণ্ডৰ কোনো মটিভনাছিল। উল্লেখ্য যে এই হত্যাকাণ্ডসমূহত সর্বাধিক ৩০ৰ পৰা ৪৫ বছৰৰ বয়সৰ ৫১৪জন লোক ভুক্তভোগী হৈছিল। ইয়াৰে ৩৬৮জন পুৰুষ আৰু ১৪৬গৰাকী মহিলা ভুক্তভোগী। একেদৰে ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ এশজন, ১৮ৰ পৰা ৩০ বছৰ বয়সৰ ৩৭৭জনৰ লগতে ৫৬জন শিশু ভুক্তভোগী আছে।

২০২৩ত ৩,৫৬৩টা অপহৰণ কাণ্ড

আনহাতে, ২০২৩ত ৰাজ্যখনত ৩,৫৬৩টা অপহৰণ কাণ্ড সংঘটিত হয়। ইয়াৰ ভুক্তভোগীসকলৰ ভিতৰত নজন ছবছৰ ভিতৰৰ শিশু, ১১৪ জন ছবছৰ পৰা ১২ বছৰ বয়সৰ শিশু, ৬২৩জন ১২ৰ পৰা ১৬ বছৰৰ শিশু, ১,০৪১ জন ১৬ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ। অর্থাৎ উল্লিখিত অপহৰণ কাণ্ডৰ সংখ্যাৰ ভিতৰত ১,৭৮৭ গৰাকী শিশু ভুক্তভোগী আছিল, য’ত ১৬১জন নাবালক আৰু ১,৬২৬ গৰাকী নাবালিকা আছে। একেদৰে ১৮ৰ পৰা ৩০ বছৰ বয়সৰ ১,১৮৩ জন (৬২ পুৰুষ-১,১২১ মহিলা), ৩০ৰ পৰা ৬০ বছৰৰ ভিতৰত ৬৬৫জন (১০৫ পুৰুষ-৫৬০ মহিলা) আৰু পাঁচ জন ৬০ বছৰৰ ওপৰৰ ভুক্তভোগী লোক আছিল।

নাৰীৰ বিৰুদ্ধে ১২,০৭০টা অপৰাধ

ইফালে, ২০২৩ত ৰাজ্যত নাৰীৰ বিৰুদ্ধে ১২,০৭০টা অপৰাধ সংঘটিত হয়। ইয়াৰে ১৩টা (ভুক্তভোগী ১৪গৰাকী) ধর্ষণ তথা দলবদ্ধ ধর্ষণ কৰি হত্যা কৰা অপৰাধ সংঘটিত হৈছিল। একেদৰে যৌতুক হত্যা ১০১টা, আত্মহত্যা ১০২টা (ভুক্তভোগী ১১১ গৰাকী), গৰ্ভপাতৰ চাৰিটা, এচিড আক্ৰমণৰ চাৰিটা, এচিড আক্ৰমণৰ অপচেষ্টাৰ দুটা, স্বামী তথা পৰিয়ালৰ নিৰ্যাতনৰ ২,৯২৩টা, নাৰী অপহৰণৰ ৩,১১০টা, নাৰী সৰবৰাহৰ ৮১টা, ৯৮৯টা ধর্ষণ (ভুক্তভোগী ১,০৩৩) গৰাকী), ধৰ্ষণৰ অপচেষ্টাৰ ১৭৩টা অপৰাধৰ ঘটনা সংঘটিত হয়।

ৰাজহুৱা সম্পত্তি ধ্বংসৰ দুশটা ঘটনা

ইফালে, ২০২৩৩ ২৭৮টা ৰাজ্যখনৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয়। ইয়াৰে দুশটা ৰাজহুৱা সম্পত্তি ধ্বংসৰ ঘটনা তথা গোচৰ ৰুজু হৈছিল। লগতে ৭৩টা বেআইনী কাৰ্যকলাপৰ ঘটনা উল্লিখিত বর্ষটোত সংঘটিত হৈছিল।

চৰকাৰী ৰেল আৰক্ষীৰ অধীনত ৮৬৯টা অপৰাধ

আনহাতে, ২০২৩ত অসমত চৰকাৰী ৰেল আৰক্ষীৰ অধীনত ৮৬৯টা অপৰাধ সংঘটিত হয়। ইয়াৰে ১২টা হত্যাকাণ্ড, তিনিটা আত্মহত্যা, দুটা হত্যাৰ অপচেষ্টা, ২৩টা আক্রমণ, ১১টা অপৰহণ, দুটা মানৱ সৰবৰাহ, তিনিটা শিশু বিক্ৰী, ৪৭৮টা চুৰিৰ ঘটনা। একেদৰে ৰেল সুৰক্ষা কৰ্মী তথা আৰপিএফৰ অধীনত ৰাজ্যত ৮,৭৯২টা গোচৰ ৰুজু হয়।

১,৭৫০জন শিশু নিরুদ্দেশ-সন্ধান নাই ৪১৪জনৰ

ইফালে, ২০২৩ত ৰাজ্যত ১৮ বছৰৰ তলৰ ১,৭০৫জন শিশু নিরুদ্দেশ হৈছে। পূৰ্বৰ বৰ্ষত সন্ধান নোলোৱা পাঁচজনসহ শিশু নিৰুদ্দেশৰ সংখ্যা হৈছে ২,২০৫জন। নিরুদ্দেশ হৈ থকাসকলৰ ভিতৰত আছে ১,৫৮৯ গৰাকী ছোৱালী আৰু ৬১৬জন ল’ৰা। অৱশ্যে উল্লিখিত বর্ষটোত ১,৭৯১জনক উদ্ধাৰ আৰু সন্ধান সংশ্লিষ্ট বিভাগসমূহে লাভ কৰিছে যদিও ৪১৪জনৰ কোনো সন্ধান লাভকৰা নাই। একেদৰে উল্লিখিত বৰ্ষটোত ৰাজ্যত ৬,০৮১জন লোক নিৰুদ্দেশৰ গোচৰ ৰুজু হৈছিল। পূৰ্বৰ বৰ্ষৰ সন্ধান নোলোৱা ১,৭১৭জনসহ মুঠ নিৰুদ্দেশৰ সংখ্যা হয়গৈ ৭,৭৯৮জন। অৱশ্যে উল্লিখিত বৰ্ষটোত ইয়াৰে ৬,৩৩৩জনক উদ্ধাৰ তথা সন্ধান লাভ কৰাৰ বিপৰীতে ১,৪৬৫ জনৰ কোনো সন্ধান পোৱা নগ’ল।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা ৫৬টা ঘটনা

ইফালে, ২০২৩ত অসম আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তই পলায়নৰ চেষ্টা কৰা ৫৬টা গোচৰ পঞ্জীয়ন হৈছিল। ইয়াৰে এটা লকআপৰ পৰা আৰু ৫৬টা লক্‌আপৰ বাহিৰৰ পৰা পলায়নৰ চেষ্টা কৰা ঘটনা। ইয়াৰে ২৩জনক পুনৰ কৰায়ত্ত কৰা হয়। আনহাতে, উল্লিখিত বৰ্ষটোত অসমত আৰক্ষীৰ বিৰুদ্ধে ২৭টা গোচৰ ৰুজু হৈছিল।

১৮৫টা অবৈধ মাৰণাস্ত্র-১,৩৫৭টা গোলা-বাৰুদ জব্দ

আনহাতে, ২০২৩ত ৰাজ্যখনত ১৮৫টা অবৈধ মাৰণাস্ত্রসহ ১,৩৫৭টা গোলা-বাৰুদ জব্দ হয়। একেদৰে অনুজ্ঞাপত্ৰ থকা দুটা মাৰণাস্ত্ৰও আৰক্ষীয়ে জব্দ কৰে। লগতে উল্লিখিত বৰ্ষটোত দুহেজাৰটকীয়া ৮৫২খন ভাৰতীয় টকা (১৭,০৪,০০০ টকা), ১,১০৬ খন পাঁচশটকীয়া (বন্ধ হোৱা পুৰণি টকাও অন্তর্ভুক্ত) ভাৰতীয় টকা (৫৫,৩০০০), ২৩২খন দুশটকীয়া, ২০৪খন এশটকীয়াসহ সর্বমুঠ ২৩,২৪,১৬০ টকা জব্দ কৰা হয়। ইয়াৰ উপৰি ২০২৩ত নকল ১,৮৮,১৯,৫৭০ টকা (ভাৰতীয়) জব্দ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Crimeindia
publisher

publisher

Related Posts

Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা
Assam

October 27, 2026
গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন
Assam

গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

October 26, 2026
Assam

Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

October 26, 2026
Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী
Assam

Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

October 26, 2026
Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ
Crime

Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

October 26, 2026
Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত
National

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

October 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d