Horoscope:✒️মেষ: বিদ্যা শুভ; মানসিক শান্তি; মামলা মোকদমা জয় লাভ; শৈশৱৰ স্মৃতি ৰোমন্থন; ভ্রমণত শুভ; বগা শুভ ৰং, শুভ সংখ্যা ২।
বৃষ: কর্মস্থানত ব্যস্ততা বৃদ্ধি; শিৱ মন্দিৰ দৰ্শনত শুভ হ’ব; পূৰ্বে দূৰ ভ্ৰমণ নকৰিব; বন্ধু বৰ্গৰ পৰা সাৱধান; শুভ ৰং মুগা। সংখ্যা ৬।
মিথুন: কর্ম-বিদ্যাত শুভ; বন্ধু বৰ্গৰ পৰা উপকৃত হ’ব; সা-সম্পত্তি লাভ; পাৰিবাৰিক মাধ্যম; পাতল নীলা ৰং শুভ; শুভ সংখ্যা ১।
কর্কট: প্রভাৱশালী লোকৰ সহযোগিতা পাব; কর্মস্থান নিজৰ স্থিতি বজাই ৰাখক; ব্যয় বৃদ্ধি; বগা শুভ ৰং। শুভ সংখ্যা ২।
সিংহ: আর্থিক বিষয়ত চিন্তা থাকিব; স্বাস্থ্য মাধ্যম; কর্মস্থানত উন্নতি; নিৰামিষ খাওঁক; শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।
কন্যা: কর্মক্ষেত্রত সচেতন হওঁক; শিৱ মন্দিৰ দৰ্শন কৰক; নিষ্ঠা আৰু সততা বৃদ্ধি; অর্থ লাভ; ক্ৰীম ৰং ব্যৱহাৰ কৰক; শুভ সংখ্যা ৩।
তুলা: কর্মত বিচক্ষণতা প্রকাশ পাব; বেল গছত পানী দিয়ক; জুইৰ পৰা সাৱধান; শুভ সংখ্যা ৮।
বৃশ্চিক: বিদ্যাত শুভ; কর্মস্থানত মাধ্যম; অবাবত ধন খৰচ হ’ব পাৰে; স্বাস্থ্য কিছু দুর্বল; সোণালী শুভ ৰং; শুভ সংখ্যা ২।
ধনু: খৰচ বৃদ্ধি; কর্মক্ষেত্রত মাধ্যম; আত্ম অহংকাৰ বৃদ্ধি; পদোন্নতি যোগ; ভ্রমণত কষ্ট; শুভ ৰং মুগা। শুভ সংখ্যা ৭।
মকৰ : কৰ্ম ব্যস্ততা বৃদ্ধি; ব্যৱসায়ী, ৰাজনৈতিক ক্ষেত্ৰত জড়িত লোকৰ সা-সন্মান বৃদ্ধি; আপোনাৰ সৰলতা সুযোগ আনে ল’ব পাৰে; শিৱক স্মৰণ কৰক; শুভ ৰং নীলা। শুভ সংখ্যা ৫।
কুম্ভ: কৰ্মউন্নতি; স্বাস্থ্যৰ প্ৰতি যত্ন লওক; প্রেমত কষ্ট; হঠাৎ অর্থ লাভে আনন্দিত কৰিব; শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৯।
মীন: ব্যৱসায় শুভ; উন্নতিৰ যোগ; ভ্রমণ মাধ্যম; বগা ৰং শুভ। শুভ সংখ্যা ১।































