Daily horoscope:✒️মেষ: কৰ্মত উন্নতিৰ যোগ। নিবনুৱাৰ কর্মসংস্থাপন; সংঘাত আঁতৰিব। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৪।
বৃষ: কামৰ ব্যস্ততা বাঢ়িব। আর্থিকত উন্নতি। শিৱ মন্দিৰ দৰ্শন কৰক, খং কমাওক। বিদ্যাত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ২।
মিথুন: কর্মক্ষেত্রত উন্নতি। অৰ্থ লাভৰ যোগ। ভ্রমণত মধ্যম। পাৰিলে তিতা নাখাব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫।
কর্কট: ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা বৃদ্ধি। আর্থিক উন্নতি। কর্মব্যস্ততা বৃদ্ধি। খং নকৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।
সিংহ: ৰবি গ্ৰহৰ প্ৰভাৱত শাৰীৰিক-মানসিক শক্তি বৃদ্ধি। হনুমানৰ পূজা কৰিব। আর্থিক উন্নতি বৃদ্ধি। শুভ ৰং কমলা, শুভ সংখ্যা ৪।
কন্যা: কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি। ভ্রমণত শুভ। শৰীৰৰ প্ৰতি যত্ন লওক। শত্রু নাশ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৩।
তুলা: আত্মনিৰ্ভৰশীল হ’ব পাৰিব। বগলা দেৱীক পূজা কৰক সংযম ৰক্ষা কৰিব; ভ্ৰমণত মধ্যম। অর্থ লাভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।
বৃশ্চিক: সা-সম্পত্তি ক্ৰয় কৰিব পাৰিব। শিল্পী কলা কৌশলীৰ লগত জড়িত ব্যক্তিৰ উন্নতি। যানবাহনৰ পৰা সাৱধান। শুভ ৰং ক্রীম, শুভসংখ্যা ৬।
ধনুঃ ধীৰ-স্থিৰ সৌভাগ্যশালী হোৱাৰ যোগ। হনুমান চালিচা পাঠ কৰক শত্রু নাশ হ’ব। কর্মত উন্নতি। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ২।
মকৰঃ হতাশা আঁতৰিব। গহীন, ভ্রমণপ্রিয়, চিন্তাশীল লোক হিচাপে খ্যাতি। কর্মত মধ্যম। প্ৰেমত শুভ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪।
কুম্ভ: ধার্মিক দিশ প্ৰকাশ। হতাশা আঁতৰিব। সৎ আৰু গুণী লোকৰ সান্নিধ্য পাব। মনত দুচিন্তা নাৰাখিব। শুভ ৰং সোণালী, শুভ সংখ্যা ২।
মীন: কৰ্মোন্নতি। বন্ধুৰ পৰা দূৰত থাকক। পুৰণি ৰোগে কষ্ট দিব পাৰে। খৰচ বৃদ্ধি। ভ্রমণথ শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।































