Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মুক্তিৰ পূৰ্বেই ৰাজ্যৰ ছবিগৃহত ধুমুহা আনিলে ‘ৰৈ ৰৈ বিনালে’ই

publisher by publisher
October 26, 2025
in Assam, News
Reading Time: 1 min read
0
মুক্তিৰ পূৰ্বেই ৰাজ্যৰ ছবিগৃহত ধুমুহা আনিলে ‘ৰৈ ৰৈ বিনালে’ই
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Roi Roi Binale:বছৰৰ প্ৰথম দিনটোত জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

দেশৰ চলিত বৰ্ষৰ সৰ্বাধিক সফল ১০ ছবিৰ তালিকাত জুবিনৰ অন্তিম সৃষ্টি

‘ৰৈ ৰৈ বিনালে’ত আন্তঃৰাষ্ট্ৰীয় পাইৰেচী চক্ৰৰো হাতোৰা

Roi Roi Binale:✒️জুবিন গাৰ্গ নামৰ বিশালকায় সত্তাটোৰ শোকত সমগ্র অসম আজিও বেদনা গধূৰ। এই সত্তাটোৱে প্রতিজন লোকক এনেদৰে আচ্ছন্ন কৰি ৰাখিছে, য’ৰ পৰা কোনেও এটা মুহূর্তৰ বাবেও ওলাই আহিব পৰা নাই। এনে এক পৰিৱেশৰ মাজতে ছবিগৃহৰ পৰ্দাত জিলিকি উঠিব প্রিয় শিল্পীগৰাকীৰ সপোনৰ প্রকল্প তথা অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’।

ADVERTISEMENT

জুবিন গাৰ্গৰ সম্পূর্ণ নিজা ছবি আছিল এইখন। ইয়াৰ পূর্বেও জুবিনে যি দুখন ছবি ৰাইজক উপহাৰ দিছিল, তাত দৰ্শক উপচি পৰিছিল। সেই সফলতাৰ পাছতে জুবিনে ঘোষণা কৰিছিল নিজৰ সপোনৰ এই প্রকল্প। গীতৰ দৰে জুবিনৰ ছবি মানেই দৰ্শকৰ অন্তহীন অপেক্ষা। অসমতো যে কোটি টকা ব্যয়ৰে ছবি নির্মাণ কৰি কোটি কোটি টকাৰ ব্যৱসায় কৰিব পাৰি, সেই বাট জুবিনে প্রদর্শন কৰি গৈছিল।

‘মিছন চাইনা’, ‘কাঞ্চনজংঘা’ ইয়াৰ উদাহৰণ হৈ চিৰদিন জিলিকি ৰ’ব। ইয়াৰ পাছতে নিৰ্মাণৰ ঘোষণা কৰিছিল ‘ৰৈ ৰৈ বিনালে’ৰ। ছবিখনৰ প্ৰতি দৰ্শকৰ আগ্রহ তেতিয়াৰ পৰাই বাঢ়িছিল। জুবিনে ঘোষণা কৰিছিল- ‘বৈ বৈ বিনালে’ তেওঁৰ সপোন ছবি; কিন্তু ছবিখন নিৰ্মাণৰ একেবাৰে অন্তিম পৰ্যায়ত যি ভয়ংকৰ কাণ্ড ঘটিল, যি ৰহস্যজনক পৰিস্থিতিত হিয়াৰ আমঠু শিল্পীগৰাকীয়ে মৃত্যুক সাবটি ল’লে আৰু তাকে লৈ সমগ্র অসমত আজিলৈকে যি শোকৰ পৰিৱেশ বিৰাজ কৰি আছে, তেনে সময়তে জুবিনে কৰি যোৱা ঘোষণা অনুসৰি, ছবিগৃহলৈ আহিবলৈ সাজু হৈছে ‘ৰৈ ৰৈ বিনালে’।

জুবিনে ঠিক কৰি যোৱা দিনতে ছবিখন মুক্তি দিয়া হ’ব বুলি প্রযোজিকা পত্নী গৰিমা শইকীয়া গাৰ্গে ঘোষণা কৰাৰ লগে লগে দৰ্শকৰ আৰম্ভ হয় অনন্ত অপেক্ষা। কালি ছবিখনৰ অনলাইন বুকিং মুকলি কৰা হয়। তাৰ পাছত এটা টিকটৰ বাবে যি পৰিৱেশৰ সৃষ্টি হৈছে, এয়া ভাৰতৰ চলচ্চিত্ৰ পৰিৱেশৰ ইতিহাসতো আন এক অভিলেখ হৈ ৰ’ব। বুক মাই শ্ব’ৰ তথ্য অনুসৰি, অনলাইন বুকিং মুকলি কৰাৰ পাছৰে পৰা প্ৰতি ঘণ্টাত ছবিখনৰ টিকট ৫.১ হেজাৰটা টিকট বিক্রী হৈছে।

শুকুৰবাৰে সন্ধিয়া এই আগতীয়া বুকিং মুকলি কৰা হৈছিল আৰু মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ৪১.২ লাখ টকাৰ টিকট বিক্রী হয়। টিকট বিক্রী আৰু আগতীয়া বুকিং দিন পাৰ হোৱাৰ লগে লগে অধিক বৃদ্ধি বুলি চলচ্চিত্র বিশেষজ্ঞই পূর্বানুমান কৰিছে। দৰ্শকৰ এনে অভূতপূর্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ অধিকাংশ চিত্রগৃহতে অতিৰিক্ত প্রদর্শনীৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় ছবিৰ ইতিহাসত নজিৰ স্থাপন কৰি অসমৰ ছবিগৃহত পুৱা ছয় বজাৰ পৰাও প্রদর্শনী ঘোষণা কৰা হৈছে।

অসমৰ কে’বাটাও ছবিগৃহৰ কর্তৃপক্ষই পুৱা ছয় বজাৰ পৰাই দর্শনী আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে। লক্ষ্যণীয়ভাবে এনে ঘোষণাৰ পাছতে ছয় বজাৰ দৰ্শনীৰ টিকট সংগ্ৰহ কৰিবলৈ দৰ্শকৰ হেতা-ওপৰা লাগে। ফলস্বৰূপে গুৱাহাটীৰ মেট্রিক্স, পিভিআৰ আদি ছবিগৃহত পুৱাৰ দৰ্শনীৰ টিকটো পাবলৈ নাই। অসমৰ অধিকাংশ চিত্রগৃহতে ‘বৈ বৈ বিনালে’ৰ মুক্তিৰ দিনটোৰ পৰা আন ভাষাৰ ছবি প্রদর্শন বন্ধ কৰা হৈছে।

দৰ্শকৰ আগ্ৰহৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ মাল্টিপ্লেক্স ছবিগৃহত এদিনত সর্বাধিক ১৯টা পর্যন্ত দর্শনীৰ ব্যৱস্থা কৰা হৈছে। চিনে প্লেচ মাল্টিপ্লেক্সত ১৯টা দর্শনী প্রদর্শিত হয়। দৰ্শকৰ ভিৰৰ পৰিপ্ৰেক্ষিতত চিনে প’লিচত একাধিক পর্দাত ১৯টা, পিভিআৰত ১৬টা, আইনক্সত ১৬টা, গ্রেণ্ড বয়েল চিনেত দৈনিক ১১টাকৈ দর্শনী ঘোষণা কৰা হৈছে। এনেদৰে এদিনত দর্শনীৰ সংখ্যা অভাৱনীয়ভাবে বৃদ্ধি কৰা হৈছে।

গুৱাহাটীৰ অনুৰাধা ছবিগৃহৰ প্ৰৱন্ধক যোগেশ তালুকদাৰে জনায় যে দুই নৱেম্বৰলৈ তেওঁলোকৰ চিত্ৰগৃহত ‘ৰৈ বৈ বিনালে’ৰ এটাও টিকট পাবলৈ নাই। তিনি নৱেম্বৰৰ পৰাহে তেওঁলোকে এতিয়া টিকটৰ আগতীয়া বুকিং অব্যাহত ৰাখিছে, সেয়াও যিকোনো মুহূৰ্ততে শেষ হৈ যোৱাৰ উপক্ৰম হৈছে।

তালুকদাৰে কয়, ‘৩১ অক্টোবৰৰ পৰা আমাৰ চিত্ৰগৃহত ‘ৰৈ ৰৈ বিনালে’ব ছটা দর্শনী অনুষ্ঠিত হ’ব। পুরা আঠ বজাত প্রথমটো দর্শনী আৰম্ভ হ’ব আৰু নিশা ৯.৪৫ বজাত শেষৰটো দর্শনী হ’ব। এনেদৰে দর্শনী বৃদ্ধি কৰাটো নজিৰবিহীন। অথচ দর্শনী বৃদ্ধি কৰিও আমি দর্শকক টিকট দিবলৈ সক্ষম হোৱা নাই। আমাৰ চিত্ৰগৃহৰ আসনৰ সংখ্যা ৪৩০টা। এটা বৃহদাকাৰৰ চিত্ৰগৃহতে যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে জুবিন গাৰ্গৰ ছবিখন চাবলৈ দর্শকৰ মাজত কেনে উন্মাদনাৰ সৃষ্টি হৈছে, তাক বুজাই কোৱাটো আমাৰ বাবে সম্ভৱ নহয়।’

তালুকদাবে লগতে কয় যে দৰ্শকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অনুৰাধা ছবিগৃহৰ কর্তৃপক্ষই পার্কিঙৰো অতিৰিক্ত ব্যৱস্থা কৰিবলগীয়া হৈছে। তদুপৰি সুৰক্ষামূলক অন্যান্য ব্যৱস্থাও আগতীয়াকৈ গ্ৰহণ কৰা হৈছে বুলি প্ৰৱন্ধকজনে সদৰী কৰে।

মহানগৰৰ এনে পৰিৱেশৰ বিপৰীতে বৰপেটাৰ দৰে স্থানতো জুবিনৰ ছবিখনক লৈ দৰ্শকৰ মাজত সৃষ্টি হৈছে অভাৱনীয় প্রতীক্ষা। বৰপেটাৰ ইন্দ্ৰপুৰী ছবিগৃহৰ স্বত্বাধিকাৰী কিশোৰ দাসে জনায় যে তেওঁলোকৰ ছবিগৃহত আগতীয়া বুকিঙৰ ব্যৱস্থা নাই; কিন্তু দর্শকে টিকট বিচাৰি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে। দৰ্শকৰ আগ্ৰহৰ বাবেই নজিৰবিহীনভাৱে অসমৰ অন্যতম পুৰণি ছবিগৃহটোত ‘ৰৈ ৰৈ বিনালে’ৰ দৈনিক পাঁচটা দর্শনীৰ ব্যৱস্থা কৰা হৈছে বুলি স্বত্বাধিকাৰীজনে জনায়।

দাসে কয়, ‘জুবিন গাৰ্গৰ পূৰ্বৰ দুখন ছবিও আমাৰ ছবিগৃহত কে’বা সপ্তাহ ধৰি চলিছিল। এইখন ছবি নিৰ্মাণৰ ঘোষণা কৰাৰে পৰা দৰ্শকৰ আগ্ৰহ বাঢ়িছিল। আমি ৰৈ আছিলো কেতিয়ালৈ এই ছবিখন আমাৰ ছবিগৃহত প্রদর্শিত হ’ব। অৱশেষত অহা ৩১ অক্টোবৰত আমাৰ চিত্ৰগৃহৰ পৰ্দাতো ছবিখন ভাহি উঠিব যদিও মন কিন্তু ভাৰক্রান্ত। দৰ্শকৰ ছবিখনৰ প্ৰতি আগ্ৰহে চিত্রগৃহৰ স্বত্বাধিকাৰীৰ স’তে আমাক আন্দোলিত কৰি তোলাৰ পৰিৱৰ্তে বিষাদহে জাপি দিছে। তথাপি আমি দৰ্শকৰ প্ৰতি লক্ষ্য ৰাখি দৈনিক অতিৰিক্ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছো। আমাৰ ছবিগৃহত প্রথমটো দর্শনী পুৱা ১০ বজাত আৰম্ভ হ’ব আৰু শেষৰটো প্রদর্শনী নিশা ৮.৩০ বজাত।’

উল্লেখ্য যে বৰপেটা চহৰৰ একমাত্র ছবিগৃহটোত ছবিৰ প্রদর্শনী প্রয়াত শিল্পীগৰাকীলৈ শ্রদ্ধা জনাই জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰা শ্রাদ্ধৰ দিনটোলৈকে বন্ধ ৰখা হৈছিল।

‘ ৰৈ ৰৈ বিনালে’ৰ ধুমুহা বলিছে বহিঃৰাজ্যৰ চিত্ৰগৃহতো। বাংলালুৰু, মহাৰাষ্ট্ৰ, দিল্লী, পুনে আদিৰ মাল্টিপ্লেক্সৰ কে’বাটাও দর্শনীৰ টিকট ইতিমধ্যে সম্পূর্ণ বিক্রী হৈছে। এই প্রসংগতে ইউএফঅ’ মুভিজৰ মহাপ্ৰৱন্ধক গৌতম দত্তই সদৰী কৰে যে অভাবনীয়ভাৱে অসমৰ বাহিৰৰ ৫০ খন পর্দাতো এই ছবিখন প্রদর্শিত হ’ব। দত্তই কয়, ‘আজিলৈকে দেশৰ যিবোৰ স্থানৰ ছবিগৃহত অসমীয়া ছবি কাহানিও প্রদর্শিত হোৱা নাছিল, তেনে কে’বাটাও স্থানত এই ছবিখন প্রদর্শিত হ’ব। তেনে স্থানৰ ভিতৰত আছে লক্ষ্ণৌ, ইন্দোৰ, গোৱা, কোচি, কটক আৰু দার্জিলিং।’ ইয়াৰ জৰিয়তে অসমীয়া ছবিৰ নতুন বজাৰ এখনো সৃষ্টি হ’ব বুলি দত্তই সদৰী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Roi Roi binale
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া

August 20, 2026
১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

August 20, 2026
প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d