Daily Horoscope:✒️মেষ: মংগল গ্ৰহৰ প্ৰভাৱত কৰ্ম সম্পন্ন কৰিব পাৰিব। পিছবেলা দূৰ ভ্ৰমণ নকৰিব। কর্মস্থানত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৩।
বৃষ: পুৰণি ৰোগে আমনি কৰিব। হঠাৎ কোনো ব্যক্তিৰ লগত মতানৈক্যৰ সৃষ্টি হ’ব পাৰে। কর্মস্থানত শুভ। বিদ্যাত মধ্যম। শুভ ৰং নীলা। শুভসংখ্যা ৪।
মিথুন: সামাজিক কামত আগ্রহ বাঢ়িব। মানসিক শান্তি অটুট থাকিব। দুষ্ট লোকৰ পৰা সাৱধান। আয়তকৈ ব্যয় বৃদ্ধি। কৰ্মত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৫।
কর্কট: শৰীৰৰ প্ৰতি নিজৰ ৰাখিব। খং-ৰাগ ত্যাগ কৰক। পদোন্নতিৰ যোগ। বন্ধুৰ পৰা সাৱধান হওক। নিজৰ লক্ষ্যৰ প্ৰতি নজৰ ৰাখক। শুভৰং নীলা। শুভ সংখ্যা ৭।
সিংহ: কৰ্মত উদাৰতা থাকিব। আর্থিকত উন্নতি। ৰাজনৈতিক বা সামাজিক ক্ষেত্রত উন্নতি হ’ব। কর্মক্ষেত্রত শুভ। হতাশা দূৰ হ’ব। শুভৰং কমলা। শুভ সংখ্যা ৩।
কন্যা: দূৰ ভ্ৰমণ কৰিব পাৰিব। চাকৰিৰ যোগ। কৰ্মত উন্নতি আৰু পৰিৱৰ্তন। প্ৰেমত শুভ। গুৰুকৃপা লাভ কৰিব। সোণালী ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ২।
তুলা: কৰ্মসংস্থাপনৰ যোগ। ঘৰুৱাত মধ্যম। ভ্রমণত বাধা। আর্থিকত শুভ। শত্ৰুৰ পৰা সাৱধান। হালধীয়া শুভ ৰং। শুভ সংখ্যা ৯।
বৃশ্চিক: ভবাতকৈ অধিক আনন্দিত হ’ব। ৰৈ থকা কাম সমাধান হ’ব। দূৰ ভ্ৰমণ নকৰাই ভাল। কর্মস্থানত মধ্যম। অর্থ লাভ। ৰঙা শুভ ৰং। শুভ সংখ্যা ৭।
ধনু: নতুন কামত তৎপৰ হওক। ভ্রমণত শুভ। বগলা পূজা কৰক। শৰীৰিক দুৰ্বলতা আঁতৰিব। দাম্পত্যত মধ্যম। গেৰুৱা শুভ ৰং। শুভসংখ্যা ৬।
মকৰ: নতুন যোগাযোগৰ পৰা উপকৃত হ’ব। বন্ধুৰ পৰা আনন্দ লাভকৰিব। লক্ষ্যত উপনীত হ’ব পাৰিব। প্ৰেমত বাধা। খৰচ বৃদ্ধি। সেউজীয়া শুভ ৰং। শুভ সংখ্যা ৩।
কুম্ভ: অর্থ লাভ, কর্মত শুভ। ঘৰুৱা মধ্যম। গোপন শত্রু বৃদ্ধি পাব। বন্ধুৰ পৰা আনন্দ লাভ। যান-বাহনৰ পৰা সাৱধান থাকিব। কমলা শুভ ৰং। শুভ সংখ্যা ৬।
মীন: যান-বাহনৰ পৰা ক্ষতি হ’ব পাৰে। কর্মস্থানত শুভ। বিদ্যার্থীসকলে অধিক কষ্ট কৰিব লাগিব। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক। মাখন শুভ ৰং। শুভ সংখ্যা ৭।































