Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গৰাকীবিহীন পথ কুকুৰৰ সমস্যাৰ সন্দৰ্ভত কি ক’লে উচ্চতম ন্যায়ালয়ে?

প্ৰতি বছৰে দেশত ৩৭ লাখ লোকক আক্রমণ কৰিছে কুকুৰে

publisher by publisher
October 28, 2025
in News, India
Reading Time: 1 min read
0
গৰাকীবিহীন পথ কুকুৰৰ সমস্যাৰ সন্দৰ্ভত কি ক’লে উচ্চতম ন্যায়ালয়ে?
1
SHARES
10
VIEWS
ShareShareShareShare

Street dog :✒️দেশত গৰাকীবিহীন পথ কুকুৰৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। একে সময়তে বৃদ্ধি পাইছে কুকুৰে মানুহক কামোৰা বা আক্রমণ কৰাৰ ঘটনা। ইতিমধ্যে পথ কুকুৰৰ এই সমস্যাৰ বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈছে।

ADVERTISEMENT

উচ্চতম ন্যায়ালয়ে এই বিষয়টো নিজাববীয়াকৈ বিচাৰৰ বাবে লৈ ইয়াৰ শুনানি গ্রহণ কৰাৰ লগতে সকলো ৰাজ্য চৰকাৰলৈ প্রয়োজনীয় তথ্য দাখিল কৰাৰ নির্দেশ দিছিল। এই বিষয়ত এজন আবেদনকাৰী আৰু প্ৰাক্তন কেন্দ্রীয় মন্ত্রী বিজয় গোৱেলে সদৰী কৰা অনুসৰি ভাৰতত কমেও ১২ কোটি পথ কুকুৰ আছে।

RelatedPosts

আদালতত হাস্য আৰু যুক্তি প্ৰদৰ্শনৰে পথ কুকুৰৰ গোচৰৰ শুনানি আৰম্ভ

পথচাৰী কুকুৰৰ আক্ৰমণত নিহত কমেও ১০টা হৰিণ !

Supreme court:গৰাকীবিহীন কুকুৰক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

কেৱল দিল্লীতে গৰাকীবিহীন ১০ লাখৰো অধিক কুকুৰে পথত মুক্ত বিচৰণ কৰিছে। চৰকাৰী পৰিসংখ্যাত লগতে উল্লেখ কৰা অনুসৰি প্ৰতি বছৰে ভাৰতত গড়ে ৩৭ লাখৰ অধিক লোকক কুকুৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে।

কুকুৰৰ এনে আক্রমণত মহিলা, শিশু, বৃদ্ধ লোকৰ প্ৰাণহানিৰ ঘটনাও হৈছে। গোরেলে আদালতত এইদৰে কয়, ‘গৰাকীহীন কুকুৰৰ সংখ্যা বঢ়াৰ ফলত কুকুৰে কামোৰাৰ ঘটনাও বাঢ়িছে। এই সমস্যা এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তাৰ বিষয়ত পৰিণত হৈছে। উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ বিষয়টো বিবেচনাৰ বাবে গ্রহণ কৰিছে আৰু ময়ো এই বিষয়ত আবেদন জনাইছিলো। আমাৰ মূল প্রশ্নটো হৈছে কুকুৰে কামোৰাৰ ঘটনাৰ পৰা সাধাৰণ ৰাইজক কেনেকৈ ৰক্ষা কৰিব পাৰি। আদালতে এই বিষয়ত সমাধান সূত্র উলিয়াব লাগিব।’

ইফালে উচ্চতম ন্যায়ালয়ে শুনানিৰ সময়ত কয় যে বাতৰি কাকতত সদায় পথ কুকুৰে মানুহক আক্রমণ কৰাৰ বাতৰি প্ৰচাৰ হৈ আহিছে। পথ কুকুৰৰ এই সমস্যাৰ কাৰণত বিশ্বজুৰি ভাৰতৰ বদনাম হোৱা বুলিও সর্বোচ্চ ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে ছিংগাপুৰ, জার্মানী বা আমেৰিকাৰ দৰে দেশত পথত কুকুৰে মানুহক আক্রমণ কৰাৰ ঘটনা প্রত্যক্ষ নহয়। উচ্চতম ন্যায়ালয়ে এই বিষয়ত তিনিটা নির্দেশনা জাৰি কৰিলে।

গৰাকীহীন কুকুৰক প্ৰজনন ক্ষমতাহীন কৰা, পথ কুকুৰক নিৰ্ধাৰিত স্থানত খাদ্যৰ যোগান ধৰা আৰু মানুহক আক্রমণ কৰা কুকুৰক পিঞ্জৰাত বন্দী কৰি পশুগৃহলৈ প্ৰেৰণৰ বাবে সর্বোচ্চ ন্যায়ালয়ে নির্দেশনা দিলে।

আবেদনকাৰী গোৱেলে কয় যে পথ কুকুৰৰ সমস্যা কেৱল দিল্লীতে সীমিত নহয়, এই সমস্যাই সমগ্র দেশকে প্রভাবিত কৰিছে। পথ কুকুৰৰ সমস্যাৰ সন্দর্ভত উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্যক তথ্যৰ যোগান ধৰিবলৈ নির্দেশ দিছিল যদিও বর্তমানলৈকে কেবল পশ্চিমবংগ আৰু তেলেংগানাইহে প্রয়োজনীয় তথ্য দাখিল কৰিলে।

সর্বোচ্চ ন্যায়ালয়ে সকলো ৰাজ্যৰ মুখ্য সচিবক অহা তিনি নৱেম্বৰত ব্যক্তিগতভাবে আদালতত উপস্থিত হ’বলৈ আৰু নিজৰ প্ৰতিবেদন জমা দিবলৈকো সময় পুনৰ বান্ধি দিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Street dog
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d