Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিজয়া দশমীত ৰাৱণৰ প্রতিকৃতি দাহ নিষেধ

    বিজয়া দশমীত ৰাৱণৰ প্রতিকৃতি দাহ নিষেধ

    জামিন নাপালে ককৰোচ জনতা পাৰ্টিৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাই

    আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ

    ৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

    এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

    বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জামিন নাপালে ককৰোচ জনতা পাৰ্টিৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাই

জে’ল জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি আদালতৰ

publisher by publisher
October 20, 2026
in India, News
Reading Time: 1 min read
0
জামিন নাপালে ককৰোচ জনতা পাৰ্টিৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাই
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

CockroachJanataParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ ককৰোচ জনতা পাৰ্টিৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ জে’ল জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি কৰিছে আদালতে। আদালতৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। তেওঁৰ ভাষ্য অনুসৰি, হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা লোকক আদালতে মুক্তি দিছে, অথচ ককৰোচ নেতাসকলৰ জামিন মঞ্জুৰ কৰা নাই। আনহাতে, আদালতে আশুতোষ আৰু সৌৰভৰ বিৰুদ্ধে এটাৰ পাছত আনটো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

ADVERTISEMENT

সোমবাৰে বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতে জনায় যে ককৰোচৰ দুই নেতাই আৰু দুদিন জে’ল জিম্মাত থাকিব লাগিব। কাৰণ, তেওঁলোকৰ আইনৰ প্ৰতি শ্ৰদ্ধা নাই। আদালতৰ নিৰ্দেশনামাত আৰু কোৱা হৈছে যে এই দুই ককৰোচ নেতাই সাধাৰণ জনতাক যথেষ্ট প্ৰভাৱিত কৰিছে।

যন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা আঁতৰাই দিয়াৰ পিছতো তাত প্ৰতিবাদ কৰিবলৈ ‘উচটনি’ দিছিল তেওঁলোকে। আদালতে সোঁৱৰাই দিয়ে যে শান্তি-শৃংখলা ভংগ কৰিব পৰা কাম নকৰাৰ চৰ্তত ১১ অক্টোবৰত মুকলি কৰি দিয়া হৈছিল দুই নেতাক। তাৰ পিছতো যন্তৰ-মন্তৰ আৰু কনট প্লেছৰ দৰে স্থানত আন্দোলনৰ আহ্বান জনাইছিল তেওঁলোকে।

আদালতৰ ভাষ্য অনুসৰি, ককৰোচৰ দুই নেতাই আইনৰ প্ৰতি কোনো সন্মান প্ৰদৰ্শন কৰা নাই। সাধাৰণ জনতাৰ শান্তি আৰু শৃংখলা ভংগকাৰী হিচাপেও দুই নেতাক গণ্য কৰিছে আদালতে। প্ৰতিবাদৰ বাবে নিৰ্ধাৰিত নোহোৱা স্থানত বাৰে বাৰে কাৰ্যসূচীৰ আহ্বান জনাইছে চিজেপিয়ে।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আদালতৰ মত, আইন ভংগ কৰাটো এই নেতাসকলৰ অভ্যাসত পৰিণত হৈছে। সেয়েহে, আগন্তুক দিনত জামিন লাভ কৰিলে এই দুই নেতাই পুনৰ আইন ভংগ নকৰিব বুলি নিশ্চিত হ’ব পৰা নাই আদালত। সেই কাৰণেই দুয়োকে পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। অহা বুধবাৰে চিজেপিৰ দুই নেতাক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হ’ব।

উল্লেখ্য যে যোৱা মঙলবাৰে আৰক্ষীৰ নিষেধাজ্ঞা অমান্য কৰি বেৰিকেড অতিক্ৰম কৰি যন্তৰ-মন্তৰত প্ৰৱেশ কৰিছিল চিজেপিৰ দুই শীৰ্ষ নেতা আশুতোষ আৰু সৌৰভে। তাত তেওঁলোকে ত্ৰিৰংগা উৰুৱায়। ইয়াৰ পিছতে দুয়োকে গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে। আদালতে দুই নেতাক পাঁচ দিনৰ জে’ল জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছিল।

সোমবাৰে দিল্লী আৰক্ষীয়ে চিজেপিৰ দুই নেতাৰ জে’ল জিম্মাৰ ম্যাদ বৃদ্ধিৰ আবেদন জনায়। সেই আবেদন মঞ্জুৰ কৰে দণ্ডাধীশে। ককৰোচৰ অভিযোগ, নেতাসকলক কাৰাগাৰত বন্দী কৰি ৰখাৰ উদ্দেশ্যেই গোচৰৰ কাৰ্যক্ৰম দীঘলীয়া কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #CockroachJanataParty #SaurabhDas #AshutoshRanka #AbhijitDipke #DelhiPolice #CourtNews #JudicialCustody #JantarMantar #PoliticalNews #DainikAgradoot
publisher

publisher

Related Posts

বিজয়া দশমীত ৰাৱণৰ প্রতিকৃতি দাহ নিষেধ
India

বিজয়া দশমীত ৰাৱণৰ প্রতিকৃতি দাহ নিষেধ

October 20, 2026
আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ
International

October 19, 2026
৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে
International

৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

October 19, 2026
এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ
India

এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

October 19, 2026
বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক
Assam

মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d