Daily horoscope:✒️মেষ: এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটো আৰম্ভণিতে ৰঙা কাপোৰ পিন্ধিব। প্ৰেমত শুভ। বিদ্যার্থীসকলৰ বাবে দিনটোৰ শুভ। শুভসংখ্যা ২।
বৃষ: এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোৰ আৰম্ভণিতে হালধীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৩।
মিথুন: এই ৰাশিৰ জাতক-জাতিকাসকলৰ ব্যৱসায়ত নতুন পৰিচয় লাভহ’ব। কৰ্মৰ ক্ষেত্ৰত অৰ্থ ব্যয় হ’ব পাৰে। প্ৰেমত শুভ। শুভ ৰং ৰঙা।
কর্কট: ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীৰ পঢ়াত মনযোগ দিয়া ভাল। ঘৰত আলহীৰ আগমন হ’ব পাৰে। দিনটো শুভ। শুভ ৰং নীলা।
সিংহ: আজিৰ দিনটোত ধৈর্য সহকাৰে কাম কৰিলে মাহটোত ভাল ফল পাব। আজি আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ কোনোবাই ক্ষতি কৰিব পাৰে। শুভ ৰং সেউজীয়া।
কন্যা: কৰ্মৰ ক্ষেত্ৰত অর্থ লাভ হ’ব। ব্যৱসায়ীসকলৰ লোকচান হ’ব। বিপদ আহিব পাৰে। বিদ্যার্থীৰ অশুভ। শুভ ৰং ক’লা।
তুলা: মানসিক অশান্তি বৃদ্ধি পাব। ব্যৱসায়ত শুভ। প্ৰেমত মতভেদ। উত্তৰ দিশে ভ্রমণ নকৰিব। শুভ ৰং গুলপীয়া।
বৃশ্চিক: পৰিয়ালৰ শুভ। পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত চিন্তা। কাজ-কর্মত উৎসাহ। দুর্ঘটনা হোৱাৰ সম্ভাৱনা আছে। শুভ ৰং বগা।
ধনু: প্রেম-প্রণয়নত শান্তি। পুৰণা বন্ধুক লগ পাব। বিদ্যার্থীসকলৰ কোনো বিশ্ববিদ্যালয়ত নতুন সুযোগ পাব। শুভ ৰং মেৰুণ।
মকৰ: প্ৰেমত শুভ। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ। বিদ্যার্থীসকলে কষ্ট কৰিব লাগিব। দিনটো কষ্টৰে পাৰ হ’ব। শুভ ৰং ৰঙা।
কুম্ভ: চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ। খৰচ বৃদ্ধি। ভ্রমণ কষ্টদায়ক। সুখ-শান্তিৰে দিনটো পাৰ হ’ব। শুভ ৰং গেৰুৱা।
মীন: প্রেমত শুভ। শিক্ষাৰ ক্ষেত্ৰত অসুবিধা। দূৰ ভ্ৰমণৰ যোগ। বন্ধুৰ পৰা সহায় লাভ। শুভ ৰং ৰঙা।































