Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: ধর্মীয় অনুষ্ঠানৰ প্ৰতি ব্যস্ততা বাঢ়িব। মনৰ অস্থিৰতা বাঢ়িব। বিদ্যাত শুভ। নীলা ৰং ব্যৱহাৰ কৰিব। শুভ ৰং নীলা। শুভ সংখ্যা ২।
বৃষ: পুৰণি সমস্যা সমাধান হ’ব। ধন আগমনৰ সুযোগ আছে। কর্মত শুভ। বগা ৰং ব্যৱহাৰ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৫।
মিথুন: ব্যৱসায় বাণিজ্যত শুভ। সামাজিক কামত ব্যস্ততা বাঢ়িব। বিতৰ্কৰ পৰা দূৰত থাকক। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। শুভ ৰং সেউজীা, শুভ সংখ্যা ৪।
কর্কট: নতুন কৰ্মৰ সুযোগ পাব। সামাজিক কামৰ গুৰুত্ব বাঢ়িব। বিদ্যাত শুভ। প্রেম বা পাৰিবাৰিক অশান্তি হ’ব পাৰে। শুভ ৰং নীলা, শুভসংখ্যা ১।
সিংহ: কোনো সুসংবাদ আহিব পাৰে। কৰ্মত শুভ। মনৰ শান্তি সমৃদ্ধি বাঢ়িব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।
কন্যা: কর্মত শুভ। পুৱা তুলসীৰ তলত পানী ঢালিব। নতুন সংবাদ আনন্দিত কৰিব। শুভ ৰং গেৰুৱা। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭।
তুলা: শৰীৰ যত্ন ল’ব। ভাবি থকা কথা পূৰণ হ’ব। ব্যৱসায় শুভ। প্রেমত মধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা ২।
বৃশ্চিক: কর্মক্ষেত্রত ভাল সুযোগ লাভ কৰিব। মনৰ চঞ্চলতা বাঢ়িব। অন্য লোকৰ প্ৰশংসা পাব। পুৰণি সমস্যা সমাধান হ’ব। হালধীয়া ৰং ব্যৱহাৰ কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।
ধনুঃ বন্ধুবৰ্গৰ পৰা লাভৱান হ’ব। আর্থিক যোগাযোগ বাঢ়িব। কর্মব্যস্ততা বাঢ়িব। বগা বস্ত্ৰ পৰিধান কৰিব। শুভ ৰং সোণালী, শুভ সংখ্যা ৮।
মকৰঃ মানসিক চিন্তা বাঢ়িব যদিও দিনটো আনন্দৰে পাৰ হ’ব। ইতিবাচক চিন্তাই আনন্দিত কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।
কুম্ভ: সমস্যা সমাধানৰ পথ মুকলি হ’ব। বন্ধুৰ সহায়-সহযোগিতা লাভআনন্দ দিব। প্রেমত। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা গুলপীয়া, শুভ সংখ্যা ৪।
মীন: কৰ্মক্ষেত্ৰৰ নিজৰ স্থিতি বজাই ৰাখিব। দিনটো হতাশাৰ মাজেৰে পাৰ হ’ব যদিও নিজৰ চিন্তাৰ দ্বাৰা আনন্দিত হ’ব। শুভ ৰং ক’লা, শুভ সংখ্যা ৯।
































