Daily horoscope:✒️মেষ: শুভ কাম সম্পন্ন হ’ব। পিছবেলা ভ্রমণ কৰিব। ৰঙা বস্তু দান কৰক। ব্যয় বৃদ্ধি, শৰীৰ মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৯।
বৃষ: কর্মচিন্তা উন্নত। মূল্যৱান সম্পদ লাভ। বিদ্যাত শুভ। ভ্ৰমণৰ যোগ, শুভ ৰং সোণালী। শুভ সংখ্যা ৩।
মিথুন: বিদ্যাত শুভ। বন্ধুৰ পৰা উৎসাহ পাব। অর্থ নাশ, সামাজিক কামত ব্যস্ততা বৃদ্ধি। শুভ ৰং সোণালী। শুভ সংখ্যা ৮।
কর্কট: পৰিশ্ৰমৰ উপযুক্ত মর্যাদা পাব। বন্ধুবৰ্গৰ পৰা সাৱধান হওক। শৰীৰৰ কিছু যত্ন লওক। নতুন কর্ম সংস্থাপন। শুভ ৰং নীলা। শুভসংখ্যা ৫।
সিংহ: ভ্রমণত বাধা। আশাবাদী মন। কর্মত উন্নতি। ভ্রমণত সতর্ক হওক। আর্থিকত শুভ। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৭।
কন্যা: কর্মত উন্নত। বিদ্যা-বুদ্ধিত শুভ। পূব দিশৰ পৰা ভ্ৰমণ কৰক। খৰচ বৃদ্ধি। শুভ সংবাদে আনন্দিত কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৮।
তুলা: কর্মযোগ্যতা বৃদ্ধি। বিদ্যা বুদ্ধিত উন্নতি। সম্মান বৃদ্ধি। গোপন শত্রু বৃদ্ধি, খৰচ বৃদ্ধি। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৯।
বৃশ্চিক: মানসিক শান্তি বজাই ৰাখক। সম্মান বৃদ্ধি। ভ্রমণত মধ্যম। নতুন কর্মসংস্থাপন। শিৱ মন্ত্ৰ স্মৰণ কৰক। শুভ ৰং পাতল গুলপীয়া। শুভসংখ্যা ১।
ধনু: পাৰিবাৰিক শান্তি। অর্থ লাভ, ভ্রমণত মধ্যম। দুষ্ট লোকৰ পৰা সাবধানে চলক। তুলসীৰ গুড়িত পানী দিয়ক। শুভ ৰং নীল। শুভসংখ্যা ৪।
মকৰঃ সামাজিক দিশত নিষ্ঠা, আৰু সততা বৃদ্ধি। ধৈৰ্যৰ প্ৰয়োজন। শিল্পী-সাহিত্যিকৰ সন্মান বৃদ্ধি। কৰ্মত মধ্যম। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।
কুম্ভ: কর্মত উন্নতি। সন্তানক লৈ চিন্তা বৃদ্ধি। আয় বৃদ্ধি। পৰিৱেশ অনুকূল। ভ্রমণত শুভ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৪৮।
মীন: আয়-ব্যয় সমতা ৰক্ষা কৰক। সন্মান বৃদ্ধি। যান-বাহন ক্রয় কৰিব পাৰিব। কৰ্মোন্নতিৰ যোগ। শুভ ৰং সোণালী। শুভ সংখ্যা ৫।































