Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

লুপ্তপ্রায় কাছ সংৰক্ষণত বৃহৎ পদক্ষেপ ওড়িছা চৰকাৰৰ

publisher by publisher
November 6, 2025
in India, News
Reading Time: 1 min read
0
লুপ্তপ্রায় কাছ সংৰক্ষণত বৃহৎ পদক্ষেপ ওড়িছা চৰকাৰৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

পুৰীৰ মাটিৰ তলত সন্ধান ওলাল প্রাচীন চহৰৰ

চিকিৎসালয়ৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড!

Olive ridley turtles:✒️এনেয়ে বিৰল, তাতে আকৌ লুপ্তপ্রায়। উপযুক্ত উপায়েৰে সংৰক্ষণৰ ব্যৱস্থা নকৰিলে অগোচৰত থাকিয়েই চিৰকাললৈ পৃথিৱীৰ পৰা সম্পূর্ণৰূপে বিলুপ্ত হৈ পৰিব অলিভ ৰিডলে কাছৰ দল। সেয়ে এই বিৰল কাছবিধক ৰক্ষা কৰিবলৈ বৃহৎ পদক্ষেপ ল’লে ওড়িছা চৰকাৰে।

ADVERTISEMENT

আগন্তুক সাত মাহলৈ সাগৰৰ উপকূলবর্তী অঞ্চলৰ পৰা মাছ ধৰা নিষিদ্ধ ঘোষণা কৰিছে ওড়িছা চৰকাৰে। সম্প্ৰতি সংক্রান্তীয় বিজ্ঞপ্তি জাৰি কৰা হয়। তাত কোৱা হৈছে যে পহিলা নৱেম্বৰৰ পৰা আগন্তুক বৰ্ষৰ ৩১ মে’ পর্যন্ত সাগৰতীৰৰ সংলগ্ন ২০ কিলোমিটাৰ অঞ্চলত মাছ ধৰিব নোৱাৰিব।ওড়িছা চৰকাৰৰ এই উদ্যোগক সাধুবাদ জনাইছে সামুদ্রিক প্রাণী বিশেষজ্ঞসকলে।

ভৰপূৰ জৈৱ-বৈচিত্র্যৰ কাৰণে উছাৰ ভিতৰকণিকা অৰণ্য ভাৰতৰ ‘মিনি আমাজান’ৰূপে পৰিচিত। ইয়াৰ মূল বাসিন্দা লুণীয়া পানীৰ ঘূৰিয়াল আৰু অলিভবিডলে কাছ হৈছে ইয়াৰ বিশেষত্ব। তাৰ ভিতৰত অলিভ ৰিডলে কাছ ইয়াত বিলুপ্তপ্রায়। এই বিৰল প্ৰজাতিৰ কাছক ৰক্ষা কৰিবলৈ ১৯৮৩ৰ পৰা কাছ বা সিবোৰৰ কণী সংগ্রহ, ক্রয়-বিক্রয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল; কিন্তু প্ৰতি বছৰে সিবোৰৰ জীৱন অভিশাপ হৈ পৰে কোনো নহয় কোনো ঘূর্ণী ধুমুহাত।

ফণী, অশনি, আমফানৰ পৰা আৰম্ভ কৰি ২০২৪ৰ ডানা ঘূর্ণী ধুমুহা আদি সকলো ক্ষেত্ৰতে ৰিডলে কাছবোৰ বিপদত পৰে। ২০২৪ৰ পৰিসংখ্যা অনুসৰি, মে’ৰ পৰা আগষ্ট পর্যন্ত দুৰ্যোগৰ কাৰণে সেই বছৰ উপকূলত কাছৰ ১৫ৰ পৰা ২০ শতাংশ কণী নষ্ট হৈ পৰে।

এই বিপত্তি এৰাই ঘূৰি থিয় দিয়াৰ সংগ্ৰাম অলিভ ৰিডলে কাছবোৰৰ স্বাভাৱিকতে অতি প্রত্যাহ্বানজনক। সেয়ে এই প্রজাতিক সাহায্য কৰাৰ বাবে ডাঙৰ পদক্ষেপ ল’লে ওড়িছা চৰকাৰে। প্ৰশাসনৰ তৰফৰ পৰা জনাইছে যে আগন্তুক সাত মাহলৈ উপকূলীয় অঞ্চল ধৰ্মা, দেৱী, ৰুছিকুল্যা আৰু গহিৰমথাত মাছ ধৰা নিষিদ্ধ।

কিয়নো বিলুপ্তপ্রায় সৰীসৃপসমূহ প্রায়েই নিজৰ বিচৰণ ক্ষেত্ৰতে মাছ ধৰাৰ জাল বা ট্ৰলাৰৰ চিকাৰ হয়। ফলত তুলনাত আৰু কমি আহিছে ইহঁতৰ সংখ্যা। প্রশাসনৰ সূত্ৰই জনাইছে যে এই নিষেধাজ্ঞা জাৰিৰ পাছৰে পৰা জলভূমি, জংঘল আদি সংশ্লিষ্ট অঞ্চলত টহলদাৰী বৃদ্ধি পাইছে। সকলো সময়তে দৃষ্টি ৰাখিছে আৰক্ষীয়ে।উপকূলত একাধিক শিবিৰো স্থাপন কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: OdishaOlive ridley turtlesturtles
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d