Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Ashok Singhal:অ-নথিভুক্ত-মানচিত্র নথকা ভূমি কাটিবলৈ কিদৰে নিৰ্দেশ লাভকৰিছিল মন্ত্ৰী সিংহল বাহিনীয়ে ?

জনজাতীয় আবেষ্টনীৰ ভূমি এৰি জুবিনক্ষেত্রত দিবলৈ দাবী বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে

publisher by publisher
November 7, 2025
in Uncategorized
Reading Time: 1 min read
0
Ashok Singhal:অ-নথিভুক্ত-মানচিত্র নথকা ভূমি কাটিবলৈ কিদৰে নিৰ্দেশ লাভকৰিছিল মন্ত্ৰী সিংহল বাহিনীয়ে ?
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Khetra:নিশা জুবিন ক্ষেত্ৰত যুৱতীৰ উদ্ভণ্ডালি

Zubeen khetra:এজন উবেৰ চালকৰ এটা ভিডিঅ’ৰ পাছতে নতুন ৰূপত জুবিনক্ষেত্ৰ

Zubeen khetra:মাজনিশা জুবিনক্ষেত্ৰত উপস্থিত ১২ বহি:ৰাষ্ট্ৰৰ প্ৰতিনিধি

Ashok Singhal:

সোণাপুৰত জুবিনক্ষেত্ৰৰ সমীপৰ ভূমি অতি নিকৃষ্ট কৌশলেৰে মন্ত্রী অশেক সিংহল বাহিনীয়ে জনজাতীয় আবেষ্টনীৰ বাহিৰলৈ নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জীপ নোহোৱা, মানচিত্র নথকা জনজাতীয় অধ্যুষিত অঞ্চলৰ ভূমি খননৰ অনুমোদন কিদৰে লাভ কৰিছিল মন্ত্রী সিংহলৰ কোম্পানীৰ সঞ্চালক মনোজ জালানে? যি ভূমিৰ কোনো জৰীপ কৰা হোৱা নাই অথবা নথিভুক্ত কৰা হোৱা নাই এনে অ-নথিভুক্ত ভূমি কাটিবলৈ অনুমোদন দিয়াটো গভীৰ ৰহস্যৰ বিষয় বুলি আজি পুনৰ প্ৰতিক্রিয়া প্রকাশ কৰে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে।

ADVERTISEMENT

a2সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ সমীপৰ বৃহৎ পৰিমাণৰ খালী ভূমি অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ নামত থকাৰ তথ্য উন্মোচিত হোৱাৰ পাছত অব্যাহত আছে প্রতিক্রিয়া। মন্ত্রী সিংহলক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই আজি পুনৰ প্ৰতিক্রিয়া প্রকাশ কৰে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে। সমিতিৰ সম্পাদক ৰাজু তাঁতীয়ে কালি মন্ত্রী সিংহলক প্রত্যাহ্বান জনাই কয়, ‘জুবিন গাৰ্গৰ সমাধিৰ পাছফালে থকা ১১২ নম্বৰ দাগৰ ৩৫ বিঘা ১৪ লেচা মাটি আছিল নন কেডেস্ট্রেল (নন কে)। কেইদিনমান আগতে এইখিনি কেডেস্ট্রেল কৰা হৈছে। ইয়াৰ পূৰ্বে মাটিখিনি চৰকাৰী আছিল। এই ভূমিখিনি যিহেতু জনজাতীয় অধ্যুষিত অঞ্চলৰ সেয়েহে তেওঁলোকে ভূমিখিনি ৰূপান্তৰ কৰোতে জনজাতীয় বেষ্টনীৰ অধীনলৈ আনিব লাগিছিল। আমাৰ প্ৰশ্ন হ’ল যে ২০২৩ত তেওঁলোকে মনোজ জালান নামৰ মানুহ এজনৰ জৰিয়তে মাটিখিনি কটাৰ নির্দেশ উলিয়াই মাটিখিনি কাটিলে। কেনেকৈ নন কেডেস্ট্রেল মাটি কাটিব পাৰিলে? আমি জানো যে মনোজ জালান নামৰ মানুহজন অশোক সিংহল বাহিনীৰ এজন গুৰুত্বপূৰ্ণ সদস্য।

নন কেডেষ্ট্ৰেল মাটিৰ যিহেতু কোনো মেপ নাথাকে তেনেস্থলত মেপ নথকা মাটি কাটিবলৈ কিদৰে তেওঁলোকে অনুমোদন পালে- এইটো এটা ৰহস্যজনক বিষয়।’ তাঁতীয়ে পুনৰ প্ৰশ্ন কৰে, ‘তেওঁলোকে কাটিব নোৱৰা মাটি কাটিবলৈ কিদৰে অৰ্ডাৰ উলিয়াব পাৰিলে? কোনখন নথিৰ অধীনত এই অনুমোদন তেওঁলোকে লাভ কৰিলে। আমি জানো যে ২০২৩ত মনোজ জালানৰ নামতে মাটি কটাৰ অৰ্ডাৰ উলিয়াইছিল। পৰৱৰ্তী সময়ত মাটিখিনি যেতিয়া কেডেস্ট্রেল হ’ল অর্থাৎ ই নথিভুক্ত হ’ল তেতিয়া ইয়াক জনজাতীয় বেষ্টনীৰ বাহিৰলৈ নিয়া বুলি আমি জানিব পাৰিছো।

মাত্র কিছুদিন পূর্বে এই ভূমিৰ ৰূপান্তৰ কৰা হৈছে। এইটো কিদৰে হ’ল? এই অঞ্চলত জনজাতীয় লোক বসবাস কৰে। সমগ্র ডিমৰীয়া অঞ্চল জনজাতীয় ব্লক আৰু বেষ্টনীৰ অধীনৰ। তাৰ পাছতো কিদৰে এই ভূমিখিনি বাহিৰলৈ কিদৰে নিয়া হ’ল। আমি ইয়াৰ তদন্ত দাবী কৰিছো।’ তেওঁ কয় যে জনজাতীয় ভূমিৰ জৰীপ কৰি জনজাতীয় লোকক ভূমি প্ৰদানৰ নজিব নাই। তাঁতীয়ে কয়, ‘১৯৬৪ৰ পাছত ইয়াত ট্রাইবেল বেল্টত কোনো ধৰণৰ জৰীপ হোৱা নাই। তেওঁলোকে লকনং লাটৰ দুই নম্বৰ লকনং নাম দি মাটিখিনি ৰূপান্তৰ কৰিছে আৰু ট্রাইবেল বেল্টৰ আওতাৰ বাহিৰত ৰাখিছে। কাৰণ আমি দেখিছো তাত বহু বণিক গোষ্ঠীৰ লোকে মাটি কিনিছে।

কমাৰকুছি ‘ননকে-ত’ তেওঁলোকে একেদৰে কমাৰকুছি ননকে-২ নাম দি জৰীপ কৰি ট্ৰাইবেল বেল্টৰ আওতাৰ বাহিৰত ৰখাৰ চেষ্ট কৰিছে। কাৰণ তেওঁলোকে জানে যে ট্রাইবেল বেল্টত তেওঁলোকৰ যোগ্যতা নাই। কাৰণ তেওঁলোকে ভালদৰে জানে, অশোক সিংহল নামৰ ব্যক্তি বা তেওঁৰ কোম্পানী নাইবা মনোজ জালানেই নহওক কিয় কোনো কাৰণতে যোগ্যতা নাই।

সেয়ে ট্রাইবেল বেল্টৰ আওতাৰ বাহিৰলৈ লৈ যোৱা বুলি আমাৰ সন্দেহ হৈছে। এই চৰকাৰী মাটি আবদ্ধ কৰি ৰখাৰ তেওঁলোকৰ কোনো অধিকাৰ নাই, মাটিখিনি তেওঁলোকে এৰি দিব লাগে। জুবিনক্ষেত্ৰৰ নামত এই ভূমি সন্নিবিষ্ট হ’ব লাগে।’ এইদৰে দাবী উত্থাপন কৰিছে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে। অতি কৌশলগতভাবে বৃহৎ চক্রান্তৰে জনজাতীয় আবেষ্টনীৰ বাহিৰলৈ ভূমি হস্তান্তৰৰ তীব্ৰ বিৰোধ কৰিছে সমিতিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Minister Ashok SinghalOccupation land in tribal blockzubeen khetra
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d