Daily Horoscope:✒️মেষ: কৰ্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। কর্মক্ষেত্রত কর্মযোগ দেখা যায়। বিদ্যাত শুভ। শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। নীলা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৪।
বৃষ: বিদ্যাত সুফল পাব। ব্যৱসায়ীসকলে নতুন নতুন সুযোগ পাব পাৰে। কর্মক্ষেত্রত কোনো প্রসংগত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। বগা ৰং শুভ। শুভ সংখ্যা ৪।
মিথুন: দুই এটা সম্ভাব্য যোগাযোগৰ দ্বাৰা আনন্দিত হ’ব। পাৰিবাৰিক সমস্যা থাকিব। শৰীৰৰ প্ৰতি যত্ন লওক। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।
কর্কট: আত্মীয়ৰ পৰা শুভ সংবাদ পাব। কর্মস্থানত কোনো প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব পাৰিব। আর্থিকত শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৭।
সিংহ: কোনো শুভ সংবাদ পাব পাৰে। পাৰিবাৰিক শুভ। কিন্তু পৰিৱেশ অনুকূল থাকিব। আর্থিক দিশত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।
কন্যা: কৰ্মসূত্ৰে দূৰ ভ্ৰমণ কৰিব পাৰিব। বঞ্চিত কৰ্মৰ উন্নতিৰ যোগ আছে। প্রেম শুভ। হালধীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ২।
তুলা: শৰীৰ কিছু উন্নত হ’ব। যোগ্য ব্যক্তিৰ মান-সম্মান বাঢ়িব। ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা বাঢ়িব। কর্মক্ষেত্রত উন্নতি হ’ব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।
বৃশ্চিক: ব্যৱসায়ত মধ্যম। বিদ্যার্থীসকল সতর্ক থাকক। পাৰিবাৰিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু দাম্পত্যত শুভ। শুভ ৰং গুলপীয়া। শুভসংখ্যা ৪।
ধনু: ব্যৱসায়িক ক্ষেত্ৰত নিজৰ দক্ষতা বজাই ৰাখক। দূৰ সম্পর্কীয় আত্মীয়ৰ পৰা কষ্ট পাব পাৰে। শত্রুক প্রশ্রয় নিদিব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।
মকৰ: কৰ্মক্ষেত্ৰত মধ্যম যদিও দুই বজাৰ পাছত ভাল দেখা যায়। মনৰ শান্তি অটুট ৰাখক। বন্ধু-বৰ্গৰ পৰা দূৰত থাকক। শুভ ৰং নীলা। শুভসংখ্যা ২।
কুম্ভ: বুদ্ধিজীৱী আৰু পৰিৱেশ প্ৰেমীৰ বাবে অনুকূল সময়। বন্ধুৰ উপদেশত উন্নতিৰ কৰিব পাৰিব। হঠাৎ দুঃচিন্তা বৃদ্ধি পাব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৫।
মীন: দিনটোত আশা কৰা ধৰণে ধন আগমন হ’ব। অযথা চিন্তাই ক্ষতি কৰিব। সন্তানৰ বাবে শুভ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৮।
































