Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

১৫ ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলক লৈ উদ্বিগ্ন কেন্দ্ৰ

জল জীৱনৰ লুণ্ঠনত দ্বিতীয় স্থানত অসম

publisher by publisher
November 12, 2025
in Assam, News
Reading Time: 1 min read
0
১৫ ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলক লৈ উদ্বিগ্ন কেন্দ্ৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

APCC PROTEST:জলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ

উচ্ছেদ অভিযান চলা লুটুমাৰীত জল জীৱনৰ কোটিটকীয়া আঁচনি

কোটি কোটি টকা আবন্টনৰ পাছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

Jal Jeevan Mission:✒️উন্নয়নৰ ক্ষেত্ৰত নহয়, অভিলাষী জল জীবন আঁচনিত চলা অবাধ লুণ্ঠনৰ ফলত দেশৰ শীর্ষলৈ আহিল অসম। গ্রামাঞ্চলসমূহৰ লোকসকলক বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে ২০১৯ত কেন্দ্রীয় চৰকাৰে আৰম্ভ কৰা এই আঁচনিত অসমকে ধৰি একাংশ ৰাজ্যত কেনে লুণ্ঠনৰাজ চলিছে তাৰ তথ্য শেহতীয়াভাবে পোহৰলৈ আহিছে। স্বয়ং কেন্দ্ৰৰ অনুসন্ধানতে জল জীৱন আঁচনি ৰূপায়ণত এনে বৃহৎ অনিয়ম হোৱাৰ তথ্য ধৰা পৰিছে।

ADVERTISEMENT

সূত্ৰৰ মতে, অসমকে ধৰি দেশৰ ১৫ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত জল জীবন আঁচনিত বিস্তৰ দুর্নীতি-অনিয়ম সংঘটিত হৈছে। অভিযোগ অনুসৰি এই ৰাজ্যসমূহৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-অভিযন্তা তথা ঠিকাদাৰে মিলি আঁচনিৰ ধনত অবাধ লুটপাট চলাইছে। নিম্নমানৰ কাম কৰি আঁচনিৰ ধন অবাধে উলিয়াই নিছে লুণ্ঠনকাৰী চক্রই।

এই অবাধ দুর্নীতি-অনিয়মৰ বিৰুদ্ধে অজস্র অভিযোগ দাখিল হৈছে। মাথোঁ অসমতে ১,২৩৬ টা অভিযোগ উত্থাপন হৈছে। অসমতকৈ অধিক তথা দেশৰ ভিতৰত সৰ্বাধিক অভিযোগ উত্থাপন হৈছে উত্তৰ প্ৰদেশত। লক্ষ্যণীয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীসহ বিজেপিয়ে দুর্নীতিৰ বিৰুদ্ধে অবিৰাম শ্ল’গান দি অহাৰ সময়তে অসম আৰু উত্তৰ প্ৰদেশত জল জীৱন আঁচনি ৰূপায়ণত এনে শোচনীয় অৱস্থা বিৰাজ কৰিছে। অথচ দুয়োখন ৰাজ্যত বিজেপিৰ চৰকাৰ আছে। আঁচনিখন ৰূপায়ণত হোৱা অনিয়ম সংক্রান্তীয় ১৬,৬৩৪ অভিযোগ উত্তৰ প্রদেশত দাখিল হৈছে।

তদুপৰি বিজেপি শাসিত আন এখন ৰাজ্য ত্ৰিপুৰাতো জল জীৱন আঁচনিত বিস্তৰ অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই ক্ষেত্ৰত ত্ৰিপুৰাই দেশৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিছে। ৰাজ্যখনত দাখিল হৈছে ৩৭৬ টা অভিযোগ। অৱশ্যে সূত্ৰৰ মতে জল জীৱন আঁচনিত দুর্নীতি-অনিয়ম সংঘটিত কৰা বিভিন্ন ৰাজ্যৰ ৫৯৬ বিষয়া-কৰ্মচাৰী, ৮২২ ঠিকাদাৰ আৰু ১৫২ তৃতীয় পক্ষ পৰিদৰ্শন সংস্থাৰ বিৰুদ্ধে চিবিআইকে ধৰি বিভিন্ন তদন্তকাৰী সংস্থাই তদন্ত আৰম্ভ কৰিছে।এই লুণ্ঠনৰাজৰ অন্ততঃ সাতটা গোচৰ চিবিআয়ে পৰীক্ষা কৰি আছে বুলি সূত্রই জনায়।

উল্লেখ্য যে অসমত জল জীৱন আঁচনি ৰূপায়ণৰ দায়িত্বত আছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ। দীর্ঘদিন ধৰি অসমতো আঁচনিখন ৰূপায়ণত বিস্তৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।কেন্দ্ৰৰ পৰিদৰ্শনত পোহৰলৈ আহিল জল জীৱন আঁচনি ৰূপায়ণত বিভিন্ন ৰাজ্যত সংঘটিত বৃহৎ অনিয়মৰ তদন্ত আৰম্ভ হয় কেন্দ্ৰৰ হস্তক্ষেপত।

আঁচনিখন ৰূপায়ণ তদাৰক কৰা কেন্দ্ৰীয় জল শক্তি মন্ত্রণালয়ৰ অধীনৰ খোৱাপানী আৰু অনাময় বিভাগে যোৱা অক্টোবৰৰ পৰা এক কাৰ্যক্ষেত্ৰ পৰিদৰ্শন কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীৰ অধীনত শতাধিক নডেল বিষয়াই জল জীৱন মিছনৰ ৰূপায়ণ পৰিদৰ্শন কৰে। এই নডেল বিষয়াসকলে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত যোৱা অক্টোবৰত কেন্দ্রই দুর্নীতি-অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে।

ইয়াৰ ভিত্তিত বিভিন্ন তদন্তকাৰী সংস্থাই দুর্নীতি-অনিয়মত জড়িতসকলৰ বিৰুদ্ধে তদন্ত আৰম্ভকৰিছে। অৱশ্যে অসমত দুর্নীতিগ্রস্ত কিমান বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে সেই তথ্য পোহৰলৈ অহা নাই। ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশ চৰকাৰে বৃহৎ সংখ্যক দুর্নীতিগ্রস্ত বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰিছে। ৰাজস্থান চৰকাৰেও ১৭০ বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰ আৰু মধ্য প্রদেশ চৰকাৰে ১৫১ বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা লৈছে।

এই ক্ষেত্রত দেশৰ ভিতৰতে ত্ৰিপুৰা চৰকাৰে সৰ্বাধিক ৩৭৪ বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছে। এইসমূহ তথ্য সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰক অৱগত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jal Jeevan Mission
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d