Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিহাৰ হৈ বংগলৈ বৈ যোৱা গংগাই বিজয়ৰ পথ সৃষ্টি কৰিছে: মোদী

publisher by publisher
November 15, 2025
in India, News
Reading Time: 1 min read
0
বিহাৰ হৈ বংগলৈ বৈ যোৱা গংগাই বিজয়ৰ পথ সৃষ্টি কৰিছে: মোদী
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BiharElection:✒️’বিহাৰ হৈ বংগলৈ বৈ যোৱা গংগাই বিজয়ৰ পথ সৃষ্টি কৰিছে।’ বিহাৰ বিধানসভা নির্বাচনত এনডিএৰ বিশাল জয়ক লৈ এই মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে দলৰ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় মুখ্য কার্যালয়ত বিজেপিয়ে বিজয় উৎসৱ উদযাপন কৰে।

ADVERTISEMENT

এই উৎসৱত অংশ লৈ প্রধানমন্ত্রীয়ে উচ্ছাসিত সমর্থকসকলক উদ্দেশি দিয়া বক্তব্যত কয়, ‘বিহাৰ হৈ গংগা নৈ বৈ গৈছে। বিহাৰৰ বিজয়ে নৈখনৰ দৰে আমাৰ জয়ৰ পথ বংগলৈ মুকলি কৰিছে।’ এঘণ্টা ধৰি দিয়া ভাষণত মোদীয়ে লগতে কয় যে বিহাৰৰ নিৰ্বাচনত মহিলাসকল আৰু যুৱক-যুৱতীসকলে এনডিএৰ জয়ত মূল ভূমিকা পালন কৰে ‘MY (মহিলা আৰু যুৱক-যুৱতী)য়ে বিজয়ত মূল ভূমিকা পালন কৰিলে।’ তেওঁ এনেদৰে কয়।

অহা বছৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব লগা বিৰোধীশাসিত পশ্চিমবংগ, তামিলনাডু আৰু কেৰালাক ইংগিত কৰি মোদীয়ে লগতে কয়, ‘এই বিজয়ে কেৱল বংগতে নহয়, আমাৰ দক্ষিণৰ কর্মকর্তাসকলকো অনুপ্রাণিত কৰিব। বংগৰ জনতাক জংঘলৰাজ উৎখাত কৰিবলৈ মই আহ্বান জনালো।’

উচ্ছসিত দলীয় নেতা-কর্মীসকলৰ উল্লাস আৰু কৰধ্বনিৰ মাজতে মোদীয়ে কয়, ‘আপোনালোক (দলীয় কর্মকর্তা) ৰ আশা হৈছে মোৰ অংগীকাৰ আৰু আপোনালোকৰ সপোন হৈছে মোৰ অনুপ্ৰেৰণা। বিজেপিৰ বাবে দলীয় কর্মীসকলেই শক্তি।’

উচ্ছসিত দলীয় কর্মকর্তাসকলক গামোচা জোঁকাৰি অভিবাদনো জনায় মোদীয়ে। উল্লেখ কৰে যে অসমৰ গামোচাক মোদীয়ে সততে উচ্চ প্রশংসা কৰি আহিছে। আজি তেওঁ বিজয় উৎসৱতো গামোচা প্ৰদৰ্শন কৰা কাৰ্যই এক ইংগিতো বহন কৰিছে। কাৰণ অহা বছৰ অসমতো বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BiharBJPElectionNarendra Modi
publisher

publisher

Related Posts

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে
India

October 12, 2026
ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d