Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত দলীয় সমন্বয়ৰ অভাৱো বিপৰ্যয়ৰ অন্যতম কাৰণ

publisher by publisher
November 16, 2025
in India, News
Reading Time: 1 min read
0
বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত দলীয় সমন্বয়ৰ অভাৱো বিপৰ্যয়ৰ অন্যতম কাৰণ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে

চৰকাৰে ডেৰ কোটি মহিলাক দুই লাখকৈ দিব পাৰিলে ৰাজনীতি এৰিম

একেৰাহে দশমবাৰৰ বাবে মুখ্যমন্ত্ৰিত্বৰ চৰ্চাত নীতিশ কুমাৰ

Bihar Election:✒️বিহাৰৰ সদ্যসমাপ্ত নির্বাচনত কংগ্রেছে চূড়ান্ত বিপৰ্যয়ৰ পৰ্যালোচনা কৰিলে। কালি পুৱা দলৰ সভাপতি মল্লিকার্জুন খাগেই এই নির্বাচনী বিপৰ্যয়ৰ পৰ্যালোচনাৰ উদ্দেশ্যে এক ৰুদ্ধদ্বাৰ বৈঠকৰ আয়োজন কৰে।

ADVERTISEMENT

বৈঠকত সৰ্বভাৰতীয় কংগ্রেছ সমিতি (এআইচিচি)ৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেণুগোপাল, কোষাধ্যক্ষ অজয় মাকেন আৰু বিহাৰৰ দায়িত্বত থকা দলৰ নেতা কৃষ্ণ বিষয়টোও আলোচিত হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰৰ মতে বৈঠকত লগতে চৰ্চিত হয় যে প্ৰচাৰৰ সময়ছোৱাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ধাৰাবাহিকভাবে নির্বাচনী সভা-সমিতিত অংশগ্ৰহণৰ পৰা বিৰত থাকে।

উল্লেখ্য যে যোৱা আগষ্টত ৰাহুল গান্ধী আৰু আৰজেডি নেতা তেজস্বী যাদৱৰ নেতৃত্বত বিহাৰত ২০ খন জিলাক সামৰি এক পদযাত্রা উলিওৱা হয়। মুঠ ১৩০০ কিলোমিটাৰ অতিক্ৰম কৰা এই পদযাত্রাই নির্বাচনত বিৰোধীক মুঠেও সহায় নকৰিলে।

সদ্য ঘোষিত ফলাফল অনুসৰি এই ২০ জিলাৰ একমাত্ৰ আৰায়া সমষ্টিতহে কংগ্রেছে জয়লাভ কৰিবলৈ সক্ষম হয়। ৩১ টা সমষ্টি থকা জিলাসমূহত আৰজেডি আৰু বাঁওদলসমূহেও এখনো আসন লাভ নকৰিলে।

লক্ষ্যণীয়ভাৱে এই যাত্ৰাৰ পাছত বিহাৰৰ পৰা অন্তর্ধান হৈ পৰে ৰাহুল। নির্বাচনী প্ৰচাৰ চলি থকাৰ দুটা মাহত তেওঁ দক্ষিণ আমেৰিকা ভ্রমণ কৰে। গুৰুত্বপূর্ণরূপে বিবেচিত এই সময়ছোৱাত ৰাহুলৰ অনুপস্থিতিয়ে মিত্রজোটৰ প্ৰদৰ্শনত বৃহৎ নেতিবাচক প্ৰভাৱ পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে এইবাৰৰ বিহাৰৰ নিৰ্বাচনত মুঠ ২৪৩ আসনৰ ২০২ খনতে এনডিএই জয়লাভকৰে।

ইয়াৰ বিপৰীতে বিৰোধী জোঁটে ৩৫ খন আসনহে দখল কৰিবলৈ সক্ষম হয়। বিৰোধীৰ এই ৩৫ নৱ নির্বাচিত বিধায়কৰ ছজন হৈছে কংগ্ৰেছৰ। ইয়াৰ পূৰ্বে ২০২০ৰ নিৰ্বাচনত ৰাজ্যখনত কংগ্রেছে ১৯ টা সমষ্টিত জয়লাভ কৰিছিল। আনহাতে ২০১৫ৰ নিৰ্বাচনত দলে ২৭ টা সমষ্টি দখল কৰিছিল। গতিকে বিগত তিনিটা নিৰ্বাচনৰ ভিতৰত এইবাৰৰ নির্বাচনতে অত্যন্ত শোচনীয় ফলাফল প্রদর্শন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bihar Election
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d